• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, September 12, 2025
28 °c
Guwahati
25 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

    ‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

    তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

    পৰিকল্পিত হ*ত্যা*কা*ণ্ড নে অন্য কিবা? আচলতে কি হৈছিল ছিপাঝাৰৰ এই পৰিয়ালটোৰ সৈতে?

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    মঙলদৈত ৰাজ্য জোকাৰি যোৱা ঘটনা! এটা পৰিয়ালৰে তিনিজন সদস্যক নৃশংসভাৱে হত্যা

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      Nation NE by Nation NE
      July 28, 2025
      in Top News, অসম
      0 0
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Share on FacebookShare on TwitterWhatsApp

      মেষ ৰাশি : আজি দিনটো বিপদাশঙ্কা হৈ পৰিব পাৰে। কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব। কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব। আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব।

      বৃষ ৰাশি : আপোনাৰ দৃঢ় নিশ্চয়তা, নিজৰ ওপৰত সম্পূৰ্ণ ভাৰসা ৰখা উচিত। আপোনাৰ ভাল গুণৰ কঠিন পৰিস্থিতিত সঠিক ফল লাভ হʼব। কর্ম সমৰ্পণ কৰা প্ৰতিজ্ঞাৰ লোৱা উচিত। কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হʼব। নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব। লক্ষ্যত সফল হʼব।

      মিথুন ৰাশি : আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে। আবেলি সৰু যাত্রা হʼব পাৰে। প্ৰেমৰ সম্পর্ক ভাল হʼব। পৰিয়ালৰ বাবে সহায় হʼব।

      কৰ্কট ৰাশি : কাষৰীয়া লোকসকলে আপোনাক সহায় কৰিব। টকা-পইচা নিশ্চিত হʼব পাৰে। নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমিক-প্ৰেমিকাৰ লগত কটাব ।

      সিংহ ৰাশি : আজি আপুনি অনাকাংক্ষিত পৰামর্শ পাব, কিন্তু ভাল পৰামর্শ হʼব। কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হʼব। ভাল সফলৰ বাবে পৰিশ্ৰম কৰাৰ প্ৰয়োজন। আজি আপোনাৰ চিন্তাধাৰাবোৰ ভাল হʼব। প্ৰশংসা লাভ হʼব। টকা-পইচা খৰচ বৃদ্ধি হʼব পাৰে।

      কন্যা ৰাশি : আপুনি আজি আবেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব। পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে। আপোনাৰ খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে। শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব।

      তুলা ৰাশি : আপোনাৰ আজি শুভবাৰ্তা লাভ কৰিব। আপুনি আজি প্ৰায় সফল হʼব। উচ্চ জ্ঞানসম্পন্ন ব্যক্তিৰ লগত সংযোগ হʼব পাৰে। প্ৰেম সম্পর্কত মনোযোগ দিব।

      বৃশ্চিক ৰাশি : কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। ঘৰত আপুনি কোনো সম্পৰ্ক বেয়া কৰিব পাৰে, তথাপিও আপুনি শীঘ্ৰেই সেইয়া সমাধান কৰিব আৰু ভাতৃ-ভগ্নীৰ লগত মিলি সময় কটাব।

      ধনু ৰাশি : দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব। সতৰ্কতা অৱলম্বন কৰা উচিত। নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। আনৰ পৰা পৰামৰ্শ নল’ব। কর্ম শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব।

      মকৰ ৰাশি : আজি আপুনি আমন্ত্রিত পৰামর্শ পাব, কিন্তু ভাল পৰামর্শ হʼব। আজি আপোনাৰ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব। উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে, লক্ষ্যত সফল হʼব। আপোনাৰ সক্ৰিয় অনুভৱ হʼব। এই সক্ৰিয়তাৰ সতৰ্কতা অৱলম্বন কৰা উচিত।

      কুম্ভ ৰাশি : আজি আপোনাৰ প্ৰায় ভাল হʼব। কৰ্ম-ব্যৱসায়ত লক্ষ্য সফল হʼব। আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব, বিঘিনিবোৰ আঁতৰ হʼব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ হʼব। আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে। আপুনি আপোনাৰ নিজৰ প্ৰেম সম্পর্কত মনোযোগ দিব।

      মীন ৰাশি : আৰ্থিক সমস্যাৰ বাবে নিৰাশ হৈ পৰিব পাৰে। আপুনি নিজৰ মনৰ কথা শুনিব। প্ৰেম সম্পর্কত মনোযোগ দিব। চৰকাৰী প্ৰকল্পত সফল হʼব। নতুন ব্যৱসায় কৰিব, সফল হʼব। নতুন ব্যৱসায় বিচাৰ হʼব পাৰে, দীৰ্ঘসময় লাভ দিব।

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      শিল কুঁৱৰীত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত
      Top News

      September 12, 2025
      হৰভজন সিঙে লাভ কৰিব বিচিচিআইৰ ডাঙৰ পদবী! এছিয়া কাপৰ মাজতেই কৰা এই ঘোষণাক লৈ চৰ্চা…

      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী
      BIG BREAKING

      নাম চূড়ান্ত… সুশীলা কাৰ্কীয়েই হ’ব নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী; নিশাই ল’ব শপত

      September 12, 2025
      গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত
      Top News

      গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

      September 12, 2025
      ‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য
      Top News

      তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

      September 12, 2025
      টিভি অভিনেতা আশীষ কাপুৰৰ জামিন লাভ, অপকৰ্মৰ গোচৰত আছিল জেলত

      শীৰ্ষ সংবাদ

      শিল কুঁৱৰীত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

      হৰভজন সিঙে লাভ কৰিব বিচিচিআইৰ ডাঙৰ পদবী! এছিয়া কাপৰ মাজতেই কৰা এই ঘোষণাক লৈ চৰ্চা…

      এটা ৱাশ্বিং মেচিনৰ বাবেই এজন ভাৰতীয়ৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা

      নাম চূড়ান্ত… সুশীলা কাৰ্কীয়েই হ’ব নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী; নিশাই ল’ব শপত

      গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

      তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist