মেষ- মাইগ্ৰেইনৰ সমস্যাই আপোনাক কষ্ট দিব পাৰে। ঘৰত সুখ-শান্তিৰ পৰিৱেশ। কিছু আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা- ৪
বৃষ- আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। সাংবাদিক, সাহিত্যিকৰ বাবে দিনটো কিছু বিৰক্তিকৰ হ’ব। শুভ সংখ্যা- ৩
মিথুন- স্বামী-স্ত্ৰীৰ মাজত বুজাবুজিৰ বাবে পৰিয়ালৰ স্থিতি সুন্দৰ হ’ব। সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। শুভ সংখ্যা- ২
কৰ্কট- বন্ধুৰ সৈতে সময় পাৰ কৰক। স্বাস্থ্য ভালে ৰাখক। কোনো পুৰণি বিবাদ নিষ্পত্তি হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা- ৯
সিংহ- আজিৰ দিনটোত কিছু ধৈৰ্য ধৰক। পাৰিবাৰিক দিশত শান্তি বিৰাজ কৰিব। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। দূৰ ভ্ৰমণৰ যোগ। শুভ সংখ্যা-২
কন্যা- ৰাজনৈতিক ব্যক্তিৰ সম্পৰ্কৰ পৰা লাভৱান হ’ব পাৰে। সময়ৰ অপব্যৱহাৰ নকৰিব। ব্যৱসায়ত লাভজনক স্থিতি। শুভ সংখ্যা- ৭
তুলা- আধ্যাত্মিক কামত সময় পাৰ কৰক। অতিৰিক্ত কামৰ লগতে শৰীৰক কিছু বিশ্ৰাম দিয়ক। পৰিয়ালৰ সৈতে সন্ধিয়া ধুনীয়া সময় পাৰ হ’ব। শুভ সংখ্যা- ৮
বৃশ্চিক- স্বাস্থ্য ভালে থাকিব। মানসিক শান্তি লাভ। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা- ৬
ধনু- কৰ্মত পৰিশ্ৰমী হওঁক। জীৱনৰ প্ৰতি নিৰাশ নহ’ব। আজিৰ দিনটো ব্যৱসায়ীসকলৰ বাবে অত্যন্ত শুভ। শুভ সংখ্যা- ১১
মকৰ- পিতৃ-মাতৃৰ প্ৰতি সন্মান ৰাখক। প্ৰেমৰ সম্পৰ্ক উন্নত। ব্যৱসায়িক দিশত উন্নতিৰ যোগ। শুভ সংখ্যা-৩
কুম্ভ- লেনদেনত গুৰুত্ব ৰাখক। কোনো বিবাদত নোসোমাব। আত্মীয়ৰ সৈতে সময় অতিবাহিত কৰক। শুভ সংখ্যা- ১
মীন- মানসিক শান্তি লাভ। আত্মবিশ্বাস ধৰি ৰখাটো প্ৰয়োজন। প্ৰেমত কিছু বাধাৰ সৃষ্টি হ’ব পাৰে। শুভ সংখ্যা-৭