মেষ- শিক্ষাৰ্থীৰ শুভ। মন শান্ত হৈ থাকিব। পৰিয়ালৰ সকলোৰে সহযোগিতা লাভ কৰিব। শুভ নম্বৰ-৫, শুভ ৰং-হালধীয়া আৰু ৰঙা
বৃষ- বহুদিন ধৰি ভুগি অহা শাৰীৰিক সমস্যাৰ পৰা কিছু সকাহ পাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থন দিব। শুভ নম্বৰ-১, শুভ ৰং-সেউজীয়া
মিথুন- প্ৰেমত যথেষ্ট শুভ। শিক্ষাৰ্থীৰ শুভ। সাহিত্য-সংস্কৃতিত কৃতৃত্ব লাভ কৰিব। শুভ নম্বৰ- ৯, শুভ ৰং-সুমথিৰা আৰু নীলা
কৰ্কট- শৰীৰ ভালে থাকিব। মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। ৰাজনীতি আৰু বিদ্যাত শুভ।শুভ নম্বৰ- ৪, শুভ ৰং-ৰঙা আৰু গুলপীয়া
সিংহ- আজি আপোনাৰ মনত কিছু অস্থিৰতাই দেখা দিব। প্ৰেমৰ সমস্যা আঁতৰ হ’ব। বিশ্বাসী বন্ধুৰ পৰা সহায়ৰ যোগ।শুভ নম্বৰ- ২, শুভ ৰং-গুলপীয়া
কন্যা- প্ৰেম-প্ৰীতিত দেখা দিয়া সমস্যা দূৰ হ’ব। আজিৰ দিনটোত আপোনাৰ মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। শুভ নম্বৰ- ৯, শুভ ৰং-পাতল সেউজীয়া আৰু নীলা
তুলা- যোগাত্মক চিন্তা-ধাৰাৰে দিনটো আৰম্ভ কৰক। পৰিয়ালক কিছু সময় দিয়ক। মনত অশান্তি ৰাখি কোনো শুভ কাম আৰম্ভ কৰক। শুভ নম্বৰ- ৩, শুভ ৰং-নীলা আৰু ৰঙা
বৃশ্চিক-স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব। স্বাস্থ্য ভালে থাকিব। মহাদেৱৰ বৰদান লাভ কৰিব। শুভ নম্বৰ-৬, শুভ ৰং-হালধীয়া
ধনু- প্ৰেমত শুভ। শাৰিৰীক তথা মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক। কৰ্মস্থানত সু-সংবাদ লাভ কৰিব। শুভ নম্বৰ- ৫, শুভ ৰং-বগা আৰু হালধীয়া
মকৰ- ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। বিদ্যাৰ্থীৰ শুভ। আৰ্থিক সমস্যা দূৰ হ’ব। প্ৰেমৰ সমস্যা আঁতৰ হ’ব। শুভ নম্বৰ- ৫, শুভ ৰং-সুমথিৰা
কুম্ভ- মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব। শুভ নম্বৰ- ৭, শুভ ৰং-ৰঙা আৰু সেউজীয়া
মীন- মন উৎফুল্লিত হৈ থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শুভ নম্বৰ-৩, শুভ ৰং-গুলপীয়া