• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, November 1, 2025
21 °c
Guwahati
21 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কাৰ্বি আংলঙত ভয়াৱহ পথ দুৰ্ঘটনা, ৩ মহিলাৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত ১৫ জনকৈ লোক

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

    অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

    প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’

    শুভমুক্তি ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহিল হাজাৰ হাজাৰ লোক

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE by Nation NE
November 1, 2025
in Top News, অসম
0 0
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : অধিক খেল-ধেমালিৰ বাবে ঘৰুৱা সম্পর্কত প্ৰভাৱ পৰিব পাৰে। খং-ৰাগৰ পৰা সতৰ্ক হোৱা ভাল। তৰ্ক-বিতৰ্ক সাৱধান সুস্থিৰে কৰিব। ব্যৱসায়ত শুভ।

বৃষ ৰাশি : নিজৰ ওপৰত আশ্বাস-ভাৰসা ৰাখক, লক্ষ্যত সফল হ’ব। সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব। আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব। চিন্তা ধাৰাবোৰ আপোনাৰ প্ৰায় ভাল হʼব।

মিথুন ৰাশি : কৰ্ম-ব্যৱসায়ত মিশ্রিত খেলিমেলি হʼব পাৰে। হতাশ নহ’ব, ধৈৰ্যশীল হওক লাভবান হ’ব। বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে। শান্ত হৈ থাকি সকলো কৰ্ম সমাপন কৰাৰ চেষ্টা কৰিলে সুফল পাব।

কৰ্কট ৰাশি : কৰ্মজীৱনত ভাল বন্ধুত্বপূৰ্ণ হʼব। কৰ্মজীৱনত ভাল পদোন্নতি হʼব পাৰে। আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে। সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব। মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব।

সিংহ ৰাশি : টকা-পইচা ৰাহি কৰিব পাৰিব। লক্ষ্যত সফল হʼব, লাভ হʼব। সৰু যাত্রা বা ভ্রমণ হʼব পাৰে, আনন্দময় হʼব। বন্ধুৰ লগত আৰু প্ৰেম সম্পর্ক লগত পার্টি হʼব পাৰে। সাঁতোৰা ভাল হʼব পাৰে।

কন্যা ৰাশি : আপোনাৰ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকক ৷ পৰক বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব ।

তুলা ৰাশি : আজি আপোনাৰ দিনটো খেলিমেলি হʼব পাৰে ৷ খং-ৰাগৰ কাৰণে কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব ৷ আপুনি সফল হʼব ৷

বৃশ্চিক ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

ধনু ৰাশি : হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হʼব ৷ ধৈৰ্যশীল হওক লাভবান হ’ব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷

মকৰ ৰাশি : প্ৰতিচ্ছবিৰ দিন ৷ আজি আপোনাৰ চিন্তাধাৰাবোৰ ভাল হʼব ৷ ঈশ্বৰে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিব ৷ জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ আপুনি সফল হʼব ৷

কুম্ভ ৰাশি : আজি আপুনি সতৰ্কতা অৱলম্বন কৰা উচিত ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব, আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আজি বিপৰীত লিঙ্গৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব ৷ বিপৰীত লিঙ্গৰ ব্যক্তিৰ সৈতে জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷

মীন ৰাশি : আজি আপোনাৰ আৰম্ভণি সফল হʼব, আপোনাৰ কাষৰীয়া লোকসকলে আচৰিত হʼব ৷ কর্মত মনোযোগ দিব, সফল হʼব ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ আপুনি বিশ্বাসী হৈ পৰিব ৷

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

অত্যাধিক ৰীলচ চোৱাৰ ফলত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপুনি?
Top News

অত্যাধিক ৰীলচ চোৱাৰ ফলত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপুনি?

November 1, 2025
সাগৰৰ ৰং কিয় নীলা হয়? সাগৰে আকাশৰ ৰং প্ৰতিফলিত কৰে নেকি?
Top News

সাগৰৰ ৰং কিয় নীলা হয়? সাগৰে আকাশৰ ৰং প্ৰতিফলিত কৰে নেকি?

November 1, 2025
কাৰ্বি আংলঙত ভয়াৱহ পথ দুৰ্ঘটনা, ৩ মহিলাৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত ১৫ জনকৈ লোক
Top News

কাৰ্বি আংলঙত ভয়াৱহ পথ দুৰ্ঘটনা, ৩ মহিলাৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত ১৫ জনকৈ লোক

November 1, 2025
অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে
Top News

অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

October 31, 2025
অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫
Top News

অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

October 31, 2025
প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’
Top News

প্ৰতিটো ছবিগৃহতে কেৱল কান্দোনৰ ৰোল, চৌদিশে আকৌ গুঞ্জৰিত হৈছে জুবিন মালিতা ‘মায়াবিনী’

October 31, 2025

শীৰ্ষ সংবাদ

অত্যাধিক ৰীলচ চোৱাৰ ফলত কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপুনি?

সাগৰৰ ৰং কিয় নীলা হয়? সাগৰে আকাশৰ ৰং প্ৰতিফলিত কৰে নেকি?

কাৰ্বি আংলঙত ভয়াৱহ পথ দুৰ্ঘটনা, ৩ মহিলাৰ প্ৰাণহানি, গুৰুতৰভাৱে আহত ১৫ জনকৈ লোক

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমীয়া ছবি জগতত ইতিহাস ৰচিলে হাৰ্টথ্ৰৱৰ সপোনৰ ছবিয়ে

অসমৰ ৮ আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৫

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025