মেষ: মান-অভিমান এৰাই চলক। ক্ষমতা দখলৰ চিন্তাত নাথাকিব। শুভ বং মুগা। অভিনয়, ক্রীড়া, সাহিত্য আদিত দক্ষতা বৃদ্ধি। অবৈধ প্রেমত মানহানি। শুভ সংখ্যা ছয়।
বৃষ: নিজ শক্তিৰ পৰিচয় দিব পাৰিব। দুষ্ট লোকক প্রশ্রয় নিদিব। শুভ বং নীলা। পৰীক্ষা আদিত সুনাম বৃদ্ধি। প্রদূষণে কষ্ট দিব পাৰে। সমস্যা সমাধান। শুভ সংখ্যা পাঁচ।
মিথুন: কর্ম তৎপৰতা বৃদ্ধি। দুষ্ট লোকে প্রলোভিত কৰিব পাৰে। শুভ বং গোলাপী। খঙেৰে কাকো বশ কৰিব নোৱাৰিব। দার্শনিক ভাবৰ উন্নতি। অর্থনাশ। শুভ সংখ্যা চাৰি।
কর্কট: ক্ষমতাৰ প্ৰতি লালসা বৃদ্ধি পাব। মামলাত জয়। শুভ বং আকাশী নীলা। পৰচৰ্চা নকৰিব। প্রতিবেশীৰ ওপৰত নজৰ বাখক। ব্যবসায়ত গুৰুত্ব দিয়ক। ভ্রমণ। শুভ সংখ্যা হয়।
সিংহ: শাৰীৰিক-মানসিক শক্তি বৃদ্ধি পাব। অবাবত সময় কষ্ট হ’ব পাৰে। শুভ বং মুগা। পদোন্নতিসহ বদলি যোগ। আনৰ অন্যায় নকৰিব। সম্পদ লাভ। ভ্রমণ। শুভ সংখ্যা আঠ।
কন্যা: আত্ম অভিযান বৃদ্ধি পাব। যিকোনো ৰত্ন নিপিন্ধিব। শুভবং গোলাপী। কোনো আত্মীয়ৰ শাৰীৰিক সংকট। মাটি-বাৰী লাভ। ভ্রমণত কষ্ট বৃদ্ধি। শুভ সংখ্যা দুই।
তুলা: জনপ্রিয়তা বৃদ্ধি যোগ। বিবাহৰ চিন্তা মনলৈ আহিব। শুভবং আকাশী নীলা। ইলেক্টনিক সামগ্ৰীৰ পৰা ভয়। অন্ধ বিশ্বাসে ক্ষতি কৰিব। কষ্ট লাঘব। শুভ সংখ্যা পাঁচ।
বৃশ্চিক: বহু জ্ঞান লাভৰ সুযোগ পাব। বন্ধুৰপৰা ক্ষতি হ’ব পাৰে। শুভ বং মুগা। পিতৃ-মাতৃক অৱহেলা নকৰিব। যান-বাহনত কষ্ট। অর্থ লাভ। ভ্রমণ। শুভ সংখ্যা ছয়।
ধনু: নীতি-নিয়মৰ মাজেৰে কাম কৰক। কাকো প্রলোভন নিদিব। শুভ বং মাখন। পৰিয়ালত সদস্য বৃদ্ধি পাব। খং-ৰাগ কমাওক। অর্থ লালসা বৃদ্ধি পাব। শুভ সংখ্যা দুই।
মকৰ: সমাজৰ হিত চিন্তাৰ প্ৰৱণতা বৃদ্ধি। ঠিকাদাৰৰ মানহানি। শুভ বং ৰূপালী। শিল্পী-গণিতজ্ঞ-চিত্ৰকৰৰ সুখ্যাতি বৃদ্ধি। ৰোগ কমিব। অর্থ লাভ। শুভ সংখ্যা চাৰি।
কুম্ভ: ক্ষমতাৰ প্রতি লালায়িত ন’ব। মূল্যবান সম্পদ লাভ। শুভবং আকাশী নীলা। দুষ্টৰ সংগ তৎকালে ত্যাগ কৰক। পদোন্নতি যোগ। আলহীৰ আগমন। শুভ সংখ্যা ছয়।
মীন: মনত উৎসাহ-উদ্দীপনা থাকিব। আনক অবহেলা নকৰিব। শুভ বং মাখন। ব্যবসায়ত মন বান্ধক। যান-বাহনত সাবধান। খং নকৰিব। ব্যয়। শুভ সংখ্যা আঠ।









