• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, February 21, 2026
23 °c
Guwahati
23 ° Mon
24 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিনেমাৰ কায়দাৰে দিন-দুপৰতে ৫ জনীয়া ডকাইতৰ দলৰ ভয়ংকৰ কাণ্ড

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    এক সুন্দৰ সপোনৰ পৰিসমাপ্তি! বিবাহৰ পূৰ্বে বজাৰলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ মুহূৰ্ততে শেষ হৈ যায় সকলো…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE by Nation NE
February 21, 2026
in Top News, অসম
0 0
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp

মেষ: আজি আপুনি কর্মত সিদ্ধি লাভ কৰিব। ব্যৱসায়-বাণিজ্যত শুভ। এলাহ এৰি কামত আগবাঢ়ক, সফলতা লাভকৰিব। সন্তানৰ চিন্তাই মন ব্যথিত কৰিব। ধন ব্যয়ৰ যোগ।

বৃষ: আজি আপোনাৰ ধন লাভৰ যোগ আছে। স্বাস্থ্য ভালেৰে যাব। ব্যৱসায়ীসকলৰ শুভ। কর্মক্ষেত্ৰত সহকর্মীৰ পৰা সহযোগিতা লাভ। বাক্-বিতণ্ডাৰ পৰা আঁতৰি থাকক।

মিথুন: আজি বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। ভ্ৰমণৰ যোগ আছে। কোনো কামত সফলতা লাভৰ যোগ। প্রেমিক-প্রেমিকাৰ শুভ।

কর্কট: আজি আপোনাৰ আৰ্থিক দিশত উন্নতি লাভকৰাৰ যোগ আছে। কর্মক্ষেত্ৰত আশা কৰা ধৰণে সফল নহ’ব। প্ৰেমত মধুৰ সম্পৰ্ক থাকিব।

সিংহঃ আজি আপোনাৰ শৰীৰৰ সিৰ-ব্যাধি ভয়ে দেখা দিব। বহু দিন আগতে পাব লগা ধন হাতলৈ আহিব পাৰে। শিল্পী-সাহিত্যিকৰ শুভ। বিদ্যার্থীসকলৰ বাবে দিনটো মধ্যম।

কন্যা: আজি আপুনি ধন লাভ কৰাৰ সম্ভাৱনা আছে। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ। শিল্পী-সাহিত্যিকৰ মধ্যম। হাতলৈ ধন আহিব পাৰে। নতুন কাম আৰম্ভ কৰিব পাৰে।

তুলা: আজি আপোনাৰ বুদ্ধি হানি হ’ব পাৰে। বিতৰ্কৰ পৰা আঁতৰি থাকক। আত্মবিশ্বাসেৰে কামত আগবাঢ়িলে সফল হ’ব। ব্যৱসায়ীসকলৰ শুভ। বিদ্যার্থীসকলৰ মধ্যম।

বৃশ্চিক: আজি আপোনাৰ কৰ্মক্ষেত্ৰত জটিলতাই দেখা দিব। বন্ধুত্ব গঢ়ি উঠিব পাবে। স্থায়ী সম্পত্তি ক্রয় কৰাৰ সময়ত সাৱধান হ’ব। প্রেমিক-প্রেমিকাৰ মধ্যম।

ধনু: আজি আপোনাৰ অৰ্থ হানি হোৱাৰ যোগ। নিজৰ কামত ধ্যান দিয়ক। ব্যৱসায়ীসকলৰ ব্যৱসায় বৃদ্ধিৰ যোগ। স্বাস্থ্য ভালেৰে যাব। বাহন ক্রয়ৰ যোগ। ভ্রমণ হ’ব পাবে।

মকৰঃ আজি আপোনাৰ মনটো চঞ্চল হৈ থাকিব। শুভ সংবাদ লাভ কৰিব। ব্যৱসায়ীসকলৰ শুভ। আশা কৰা মতে কাম-কাজ হৈ নুঠিব। প্রেমত মধ্যম। বিদ্যার্থীৰ শুভ।

কুম্ভঃ ব্যৱসায়ীসকলৰ আজি অযথা ক্ষতি হোৱাৰ সম্ভাবনা আছে। মোকর্দমাত সিদ্ধি লাভ কৰিব পাৰে। ভ্রমণকাৰীসকলৰ বাবে দিনটো শুভ।

মীন: আপোনাৰ আজি কর্মক্ষেত্রত বিস্তাৰ লাভ কৰাৰ সম্ভাবনা আছে। হাতলৈ ধন আহিব পাৰে। চৰকাৰী চাকৰিয়ালৰ
পদোন্নতিৰ যোগ। শিল্পী-সাহিত্যিকৰ শুভ।

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

গুৰুত্বপূৰ্ণ বৈঠকৰ সময়তে টোপনি আহিল ট্ৰাম্পৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি
Top News

গুৰুত্বপূৰ্ণ বৈঠকৰ সময়তে টোপনি আহিল ট্ৰাম্পৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি

February 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 21, 2026
চিনেমাৰ কায়দাৰে দিন-দুপৰতে ৫ জনীয়া ডকাইতৰ দলৰ ভয়ংকৰ কাণ্ড
Top News

চিনেমাৰ কায়দাৰে দিন-দুপৰতে ৫ জনীয়া ডকাইতৰ দলৰ ভয়ংকৰ কাণ্ড

February 21, 2026
বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’
Top News

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পিছতে ভাৰতৰ ডাঙৰ সিদ্ধান্ত; আৰম্ভ কৰিব এই কাম

February 20, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ
Top News

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ পৰিকল্পনা! প্ৰথমে বিমান আক্ৰমণ, তাৰপিছতো ইৰাণ ক্ষান্ত নহ’লে গ্ৰহণ কৰা হ’ব এই ব্যৱস্থা…

February 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 20, 2026

শীৰ্ষ সংবাদ

গুৰুত্বপূৰ্ণ বৈঠকৰ সময়তে টোপনি আহিল ট্ৰাম্পৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

চিনেমাৰ কায়দাৰে দিন-দুপৰতে ৫ জনীয়া ডকাইতৰ দলৰ ভয়ংকৰ কাণ্ড

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পিছতে ভাৰতৰ ডাঙৰ সিদ্ধান্ত; আৰম্ভ কৰিব এই কাম

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ পৰিকল্পনা! প্ৰথমে বিমান আক্ৰমণ, তাৰপিছতো ইৰাণ ক্ষান্ত নহ’লে গ্ৰহণ কৰা হ’ব এই ব্যৱস্থা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025