মেষ: মানসিক সমস্যাৰ উপশম ঘটিব। জিৰণিৰ প্রয়োজন হ’ব। শুভ ৰং গোলাপী। শুভ সংবাদ পাব। ভ্রমণত সুখ। আবেগ পৰিহাৰ কৰক। অর্থ লাভ। শুভ সংখ্যা পাঁচ।
বৃষ: ইতিবাচক চিন্তাধাৰাই ঘৰুৱা পৰিৱেশ শান্তিপূর্ণ কৰি তুলিব। ব্যয় বৃদ্ধি। শুভ বং আকাশী নীলা। ভাগৰুৱা অনুভব। সম্পদ লাভৰ যোগ। ভ্রমণ। শুভ সংখ্যা দুই।
মিথুন: কর্মক্ষেত্রত বিসংগতি আঁতৰিব। আয়-ব্যয় সমতা ৰক্ষা কৰি চলক। শুভ ৰং মাখন। পাৰিবাৰিক অশান্তি দূৰ হ’ব। বিদেশ ভ্রমণৰ যোগ। বন্ধুৰ সংখ্যা বৃদ্ধি। শুভ সংখ্যা আঠ।
কর্কট: পূর্বৰ অৱস্থাৰ পৰিৱর্তন। দাম্পত্যত বুজাবুজিবে চলক। শুভবং আকাশী নীলা। আনৰ সমীহ আদায় কৰিব পাৰিব। ভাতৃৰপৰা কষ্ট পাব। খৰচ বৃদ্ধি। শুভ সংখ্যা ছয়।
সিংহ: ইতিবাচক চিন্তাৰে সমস্যা সমাধান। আনৰ সহানুভূতি পাব। শুভ বং গোলাপী। ব্যৱসায়ত উন্নতি। ৰক্তচাপত ভুগিব পাৰে। বিদ্যাত আনন্দ। ভ্রমণ। শুভ সংখ্যা চাৰি।
কন্যা: কর্মত নিষ্ঠা আৰু দক্ষতা থাকিব। ব্যবসায়ত উন্নতি। শুভবং ৰঙা। ভ্রমণত সুখ। মানসিক উদ্বিগ্নতা কমিব। ক্রীড়া, অভিনয়ত দক্ষতা বৃদ্ধি। খৰচ। শুভ সংখ্যা আঠ।
তুলা: সাংসাৰিক কৰ্মত কৃতকার্যতা। ভ্রমণত কষ্ট। শুভ বং আকাশী নীলা। উৎসাহজনক সংযোগ। মানসিক অশান্তি দূৰ হ’ব। আয়-ব্যয় সমতা ৰক্ষা কৰক। শুভ সংখ্যা দুই।
বৃশ্চিক: কর্মোন্নতি। বন্ধুৰ সংখ্যা বৃদ্ধি পাব। শুভ ৰং গোলাপী। ভাতৃ-ভগ্নীক কষ্ট নিদিব। অসাধ্য সাধন কৰিব পাৰিব। শত্রু কমিব। ভ্রমণ। শুভ সংখ্যা চাবি।
ধনু: মনৰপৰা ভয় ভাব দূৰ হ’ব। আকস্মিক খৰচৰ বাবে প্ৰস্তুত থাকক। শুভ বং আকাশী নীলা। ভ্রমণত কষ্ট। অভিনয়ত সুনাম বৃদ্ধি। বিদ্যাত সুখ। শুভ সংখ্যা ছয়।
মকৰ: কৰ্মত সফলতা প্রাপ্তি। ভ্রমণত কষ্ট। শুভ ৰং বেঙুনীয়া। আত্মবিশ্বাস বৃদ্ধি। ব্যৱসায়ত উন্নতি। শুভাকাংক্ষীৰ ওপৰত সন্দেহ নকৰিব। খৰচ। শুভ সংখ্যা আঠ।
কুম্ভ: উৎকণ্ঠা কমিব। কৰ্মৰ দ্বাৰা ভাগ্যৰ পৰিৱর্তন। শুভ বং গোলাপী। ভ্রমণত সুখ। মাতৃৰ শুভ। আয়-ব্যয় সমতা নাৰাখিলে কষ্ট পাব। বিদ্যাত সুখ। শুভ সংখ্যা দুই।
মীন: পূৰ্বৰ অৱস্থাৰ পৰিবৰ্তন। মই বৰ ভাব ত্যাগ কৰক। শুভ বং আকাশী নীলা। যান-বাহনত ভয়। আনে ভুল পথে নিব পাৰে। অর্থ লাভ। ভ্রমণ। শুভ সংখ্যা চাৰি।










