মেষ- কৰ্মত কিছু সমস্যাই দেখা দিব পাৰে। শৰীৰ কিছু দুৰ্বল অনুভৱ কৰিব পাৰে৷ আজিৰ দিনটোত আপোনাৰ মানসিক চিন্তা কিছু বৃদ্ধি পাব পাৰে। শুভ নম্বৰ-৬, শুভ ৰং-বগা
বৃষ- নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকক৷ খৰচ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত সুফল লাভ কৰিব। প্ৰেমত শুভ। শুভ নম্বৰ-২, শুভ ৰং-নীলা
মিথুন-আজিৰ দিনটো মিথুন ৰাশিৰ জাতক-জাতিকাসকলে কোনো শুভফল লাভ কৰিব৷ দূৰ ভ্ৰমণৰ যোগ। ব্যৱসায়ত সুফল লাভ কৰিব। শুভ নম্বৰ-১, শুভ ৰং-ৰঙা
কৰ্কট-আনৰ প্ৰতি দয়া মমতা বাঢ়িব৷ যাতায়তত সাৱধানতা অৱলম্বন কৰিব। বিদ্যাত মধ্যম৷ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াতো দৰকাৰ। শুভ নম্বৰ-৫, শুভ ৰং-বগা
সিংহ-শৈক্ষিক দিশত সুনাম বৃদ্ধি পাব। সকলো কাম সহজে হৈ উঠিব। খৰচ মধ্যম। শুভ নম্বৰ-৩, শুভ ৰং-পাতল সেউজীয়া
কন্যা-আজিৰ দিনটো আপুনি সাহিত্য-সংস্কৃতিত শুভ ফল লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। শুভ নম্বৰ-৫, শুভ ৰং-বেঙুনীয়া
তুলা- আজিৰ দিনটোত তুলা ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়ত আশাবাদী হৈ থাকিব৷ ৰাজনীতিত সুফল লাভ কৰিব। শুভ নম্বৰ-৪, শুভ ৰং-সোণালী
বৃশ্চিক-আজি দিনটোত আপুনি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে সাৱধান হওক। যশ-মান বৃদ্ধি পাব। কৰ্মস্থলীত শুভ। শুভ নম্বৰ-৩, শুভ ৰং-ৰঙা
ধনু- ব্যৱসায়িক দিশত আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল। স্বাস্থ্য উত্তম হৈ থাকিব৷ প্ৰেমত শুভ।শুভ নম্বৰ-১, শুভ ৰং-নীলা
মকৰ-আজি দিনটোত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। নিজৰ মানসিকস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। মনোবল বৃদ্ধি পাব৷ শুভ নম্বৰ-২, শুভ ৰং-হালধীয়া
কুম্ভ-কোনো সুসংবাদ লাভ কৰিব। শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব৷ খৰচ বৃদ্ধি হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ৷ আপোনাৰ জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। শুভ নম্বৰ-৮, শুভ ৰং-বগা
মীন-আজি আপুনি ব্যৱসায়ত উন্নত ফল লাভ কৰিবলৈ সক্ষম হ’ব। বিদ্যাত শুভফল লাভ কৰিব। কৰ্মস্পৃহা বৃদ্ধি পাব। শুভ নম্বৰ-৪, শুভ ৰং-ৰঙা