• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিৰ ৰাশিফল: বৃহস্পতিৰ কৃপাত এইকেইটা ৰাশিৰ জাতক-জাতিকালৈ আহিব প্ৰচুৰ ধন

Nation NE by Nation NE
August 15, 2024
in Top News, অসম
0 0
আজিৰ দিনটোৰ ৰাশিফল: মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ-গ্ৰহৰ প্ৰভাৱত এটা শুভ দিন৷ সামাজিক কাম আৰু পৰোপকাৰি কামে আপোনাক আনন্দিত কৰি তুলিব৷ শুভ নম্বৰ-৩, শুভ ৰং-সোণালী

বৃষ-গণেশৰ কৃপাত এটা সুন্দৰ দিন৷ নতুন ব্যৱসায় আৰম্ভ হ’ব৷ ব্যৱসায়ী আৰু চাকৰিয়াল সকলৰ বাবে ভাল দিন৷ পদোন্নতিৰ যোগ৷ শুভ নম্বৰ-৭, শুভ ৰং-সেউজীয়া

মিথুন-ধৰ্মীয় বিষয়ে আপোনাক আকৰ্ষিত কৰিব৷ ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ বহুদিনৰ পুৰণি বন্ধুক লগ পাব পাৰে আৰু একেলগে সুন্দৰ সময় কটাব পাৰে৷ ক’বলৈ গ’লে প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ৷ শুভ নম্বৰ-৮, শুভ ৰং-বগা

কৰ্কট-মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব। ব্যৱসায়ত শুভ। শুভ নম্বৰ-৪, শুভ ৰং-ৰঙা

সিংহ-আজি আপোনাৰ মনত কিছু অস্থিৰতাই দেখা দিব। ৰাজনীতি আৰু বিদ্যাত শুভ। প্ৰেমৰ সমস্যা আঁতৰ হ’ব। শুভ নম্বৰ-৩, শুভ ৰং-বগা আৰু সুমথিৰা

তুলা- বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থন দিব। আইনী কামত সাৱধান হওক৷ চমু ৰাস্তাত ধন ঘটাৰ পথ নলৈ দীঘল আৰু বিশ্বাসী পথ বাছি লওক৷ অদৰকাৰী আলোচনাৰ পৰা নিজক আঁতৰাই ৰাখক৷ শুভ নম্বৰ-৬, শুভ ৰং-হালধীয়া

বৃশ্চিক-বৃহস্পতিৰ কৃপাত আপুনি শ্বেয়াৰ বজাৰত লগোৱা টকাই আপোনাক প্ৰচুৰ লাভ দিব৷ ধনৰ দিশত শুভ৷ পঢ়া-শুনা কৰাসকলৰ বাবে বৰ ভাল সময় নহয়, একে সময়তে শৰীৰৰো যত্ন লওঁক৷ শুভ নম্বৰ-২, শুভ ৰং-হালধীয়া আৰু নীলা

ধনু-বৃহস্পতিৰ কৃপাত আজি আপোনাৰ হাতলৈ প্ৰচুৰ পৰিমানে ধন আহিব। মন সতেজ হৈ থাকিব। শুভ নম্বৰ-১, শুভ ৰং-বগা আৰু ৰঙা

মকৰ- গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব৷ শৰীৰ ভালে থাকিব, ধনৰ দিশত লাভজনক সময় আৰু সামাজিক জীৱনৰ বাধা আঁতৰিব৷ কামত সকলোৰে সহযোগীতা লাভ কৰিব তথা ভাল খবৰে আপোনাৰ আনন্দ বৃদ্ধি কৰিব৷ শুভ নম্বৰ-১, শুভ ৰং-হালধীয়া

কুম্ভ-গণেশৰ কৃপাত নতুন কাম আৰম্ভ কৰাৰ উত্তম সময়৷ চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব। স্বাস্থ্য ভালে থাকিব। শুভ নম্বৰ-৯, শুভ ৰং-সেউজীয়া

মীন- আপুনি যিদৰে সম্পূৰ্ণ সততাৰে আৰু দক্ষতাৰে কাম কৰিছে, তাৰ বাবে আপুনি সফলতাৰ মুখ দেখিব৷শিক্ষাৰ্থীয়ে সফলতাৰ বাবে কষ্ট কৰক৷ চৰকাৰী কামত সফলতা লাভ কৰিব৷ শুভ নম্বৰ-১, শুভ ৰং-সুমথিৰা

Tags: #AssamAstrologyDaily Horoscope

Related Posts

তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা
Top News

January 30, 2026
সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

January 30, 2026
ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ
Top News

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

January 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026

শীৰ্ষ সংবাদ

তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025