• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, January 29, 2026
20 °c
Guwahati
20 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপোনাৰ আজিৰ দিনটো, কি কয় ৰাশিচক্ৰই

Nation NE by Nation NE
December 12, 2024
in Top News, অসম
0 0
আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই
Share on FacebookShare on TwitterWhatsApp

মেষ- আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস অতি শক্তিশালী হ’ব, যাৰ বাবে আপুনি আপোনাৰ বহু কামত উৎসাহেৰে অংশগ্ৰহণ কৰিব আৰু সফলতা লাভ কৰিব পাৰিব। কঠোৰ পৰিশ্ৰম আৰু সঠিকভাৱে কৰা কামে লাভ কঢ়িয়াই আনিব। শুভ নম্বৰ-৩, শুভ ৰং-হালধীয়া।

বৃষ- আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব, ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি সকাহ অনুভৱ কৰিব। পৰিয়ালত আপোনাৰ স্থিতি শক্তিশালী হ’ব। শুভ নম্বৰ-২, শুভ ৰং-সেউজীয়া আৰু ৰঙা।

মিথুন- আজিৰ দিনটো অনুকূল দিন হ’ব। শিক্ষাৰ্থীৰ শুভ। মন শান্ত হৈ থাকিব। পৰিয়ালৰ সকলোৰে সহযোগিতা লাভ কৰিব। শুভ নম্বৰ- ৮, শুভ ৰং-নীলা।

কৰ্কট- আজি আপোনাৰ বাবে এক শক্তিশালী দিন। আপোনাৰ ব্যৱসায় শক্তিশালী হ’ব আৰু আপুনি আপোনাৰ ব্যৱসায়ত কিছুমান নতুন ধাৰণা ৰূপায়ণ কৰিব পাৰিব। শুভ নম্বৰ- ৩, শুভ ৰং-গুলপীয়া।

সিংহ-পৰিয়ালত সুখ আৰু শান্তি বাঢ়িব। আপোনাৰ স্বাস্থ্যও ভাল হ’ব।মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। শুভ নম্বৰ- ৫, শুভ ৰং-গুলপীয়া।

কন্যা- শিক্ষাৰ্থীৰ শুভ। আজি আপোনাৰ মনত কিছু অস্থিৰতাই দেখা দিব। ৰাজনীতি আৰু বিদ্যাত শুভ। প্ৰেমৰ সমস্যা আঁতৰ হ’ব। শুভ নম্বৰ- ১, শুভ ৰং-সুমথিৰা আৰু হালধীয়া।

তুলা- আজি আপোনাৰ বাবে সুখেৰে ভৰা দিন হ’ব। পৰিয়ালৰ লোকে আপোনাক প্ৰশংসা কৰিব, যাৰ ফলত আপোনাৰ মনটো সুখী হ’ব। পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব।শিক্ষাৰ্থীৰ মনৰ অশান্তি দূৰ হ’ব। ব্যৱসায়ত স্থিতি সুস্থিৰ প্ৰেমত শুভ। শুভ নম্বৰ- ৬, শুভ ৰং-নীলা।

বৃশ্চিক-মানসিক স্বাস্থ্য উন্নত৷ নিজৰ কামৰ নিখুঁত পৰিকল্পনা কৰক, আগুৱাই যাব পাৰিব৷ অসমাপ্ত কামবোৰ সম্পন্ন হ’ব৷ পিতৃ-মাতৃৰ পৰা সু-সংবাদ লাভ৷ শাৰীৰিকভাৱে সুস্থ৷ শুভ নম্বৰ-৮, শুভ ৰং-পাজল নীলা।

ধনু- আজি এটা ভাল দিন হ’ব। কিবা গুৰুত্বপূৰ্ণ কামৰ বাবে ওলাই যাব লাগিব পাৰে। চাকৰিটোত অধিক কঠোৰ পৰিশ্ৰম কৰিব, যাতে আপোনাৰ কৰ্মদক্ষতা মানুহৰ সন্মুখত উপস্থাপন কৰিব পাৰে। শুভ নম্বৰ- ২, শুভ ৰং-সুমথিৰা।

মকৰ- ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শাৰিৰীক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক। শুভ নম্বৰ- ৪, শুভ ৰং-পাতল সেউজীয়া।

কুম্ভ- ব্যৱসায়ত সফলতা লাভ কৰিব। আপোনাৰ উপাৰ্জনও ভাল হ’ব। মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব। শুভ নম্বৰ- ৩, শুভ ৰং-ৰঙা।

মীন- বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থন দিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। শুভ নম্বৰ-৫, শুভ ৰং-বগা।

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

January 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 29, 2026
সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

January 28, 2026
মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025