মেষ- নেতিবাচকতা বৃদ্ধি পাব। ব্যৱসায়ত ভালবান হ’ব।লেনদেনত সাৱধান হওক। পৰিয়ালৰ লোকৰ সৈতে মতানৈক্য আৰু তৰ্ক-বিতৰ্ক হ’ব পাৰে।শুভ ৰং-ৰঙা, শুভ নম্বৰ-২
বৃষ- প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব। সকলো কাম সময়মতে সম্পূৰ্ণ হ’ব। বিনিয়োগ শুভ হ’ব। আয় বাঢ়িব। ব্যৱসায়ত লাভ হ’ব।শুভ ৰং-নীলা, শুভ নম্বৰ-৪
মিথুন- প্ৰতিদ্বন্দ্বিতা বাঢ়িব। ক্লান্তি আৰু দুৰ্বলতা থাকিব। স্থায়ী সম্পত্তি বৃদ্ধি পাব। শুভ ৰং-৫, শুভ নম্বৰ-বগা
কৰ্কট- সৃষ্টিশীল কামত সফল হ’ব। ব্যৱসায়ত ব্যস্ততা থাকিব। চাকৰিত প্ৰভাৱ বাঢ়িব। পৰিয়ালক লৈ চিন্তা-চৰ্চা বৃদ্ধি হ’ব পাৰে। আজি আপোনাৰ ভাগ্য অনুকূল হ’ব।শুভ ৰং-সেউজীয়া, শুভ নম্বৰ-৭
সিংহ- শত্ৰুৱে ক্ষতি কৰিব পাৰে। বিতৰ্কক উৎসাহিত নকৰিব। আপুনি হয়তো দুখৰ খবৰ পাব। সুস্থ হৈ থাকক। ব্যৱসায়ত আকাংক্ষিত লাভ থাকিব। আয় থাকিব। মূল্যৱান বস্তুবোৰ সুৰক্ষিতভাৱে ৰাখক।শুভ ৰং-নীলা, শুভ নম্বৰ-৬
কন্যা- বিপদজনক কাম-কাজ পৰিহাৰ কৰক।কিবা ভাল খবৰ পাব পাৰে। আত্মসন্মান অটুট থাকিব। শুভ ৰং-বগা, শুভ নম্বৰ-৩
তুলা- ব্যৱসায়ত স্থিতি লাভজনক হ’ব। নতুন বন্ধুত্ব গঢ় লৈ উঠিব পাৰে। শৰীৰে কিছু আমনি কৰিব পাৰে। আয়ৰ নিশ্চয়তা থাকিব।শুভ ৰং-সুমথিৰা, শুভ নম্বৰ-৫
বৃশ্চিক- আজি আপুনি উৎসাহ আৰু সুখেৰে কাম কৰিব পাৰিব। কিছুমান ডাঙৰ কাম সম্পূৰ্ণ কৰিলে সুখ বৃদ্ধি পাব। অনাকাংক্ষিত উপহাৰ লাভ কৰিব।শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৮
ধনু- আজি ভাগ্য আপোনাৰ অনুকূল হ’ব। কৰ্মসংস্থাপন বৃদ্ধি পাব। আয় বাঢ়িব। চাকৰিত প্ৰভাৱ বাঢ়িব। ভাই-ভনীৰ সহযোগিতাই সুখ বৃদ্ধি কৰিব। বিপদজনক কাম-কাজ পৰিহাৰ কৰক।শুভ ৰং-হালধীয়া, শুভ নম্বৰ-৯
মকৰ- কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ’ব পাৰে। কৰ্মসংস্থাপন বৃদ্ধি পাব। সামাজিক কাম কৰাৰ সুযোগ পাব পাৰে। শুভ ৰং-গুলপীয়া শুভ নম্বৰ-৪
কুম্ভ- ব্যৱসায় বৃদ্ধি হ’ব। পাব চৰকাৰী সমৰ্থন। লাভৰ সুযোগ আহিব। প্ৰতিটো ফালৰ পৰাই আপুনি সফলতা লাভ কৰিব। সুখ বাঢ়িব। ব্যস্ততাৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে।শুভ ৰং-নীলা, শুভ নম্বৰ-১
মীন- অপ্ৰয়োজনীয় খৰচ হ’ব। স্বাস্থ্য দুৰ্বল হৈ থাকিব। আপুনি আপোনাৰ পত্নীৰ পৰা অসহযোগ লাভ কৰিব। চিন্তা আৰু উত্তেজনা থাকিব। লেনদেনত খৰখেদা আৰু অসাৱধানতা অৱলম্বন নকৰিব। আৰ্থিক লোকচান হ’ব পাৰে।শুভ ৰং-ৰঙা, শুভ নম্বৰ-২