• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্বৰ শীৰ্ষ ৫টা মহাকাশ সংস্থাৰ নাম জানেনে? ইয়াৰে কোনটো স্থানত আছে ভাৰতৰ ইছৰো…. 

Nation NE by Nation NE
August 22, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিশ্বৰ শীৰ্ষ ৫টা মহাকাশ সংস্থাৰ নাম জানেনে? ইয়াৰে কোনটো স্থানত আছে ভাৰতৰ ইছৰো…. 

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিশ্বৰ আগশাৰীৰ মহাকাশ সংস্থাসমূহে বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰত নতুন সম্ভেদ বিচাৰি আৰম্ভ কৰিছে ন-ন পদক্ষেপ। প্ৰচেষ্টা অব্যাহত ৰাখিছে নতুন কিবা এটা আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত। বিশ্বৰ ১৯৫খন দেশৰ ভিতৰত মাত্ৰ ৭৭খন দেশতহে মহাকাশ সংস্থা আছে, আৰু ইয়াৰে মাত্ৰ ১৩ খন দেশৰহে আছে উৎক্ষেপণৰ ক্ষমতা।

বিশ্বৰ দেশ সমূহৰ ভিতৰত শীৰ্ষ ৫ টা মহাকাশ সংস্থাৰ বিষয়ে জানো আহক

চীনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসনে যোৱা কিছু বছৰত মহাকাশ অন্বেষণৰ ক্ষেত্ৰত বহুখিনি অগ্ৰগতি লাভ কৰিছে। মানৱবাহী মহাকাশ অভিযানৰ পৰা আৰম্ভ কৰি চন্দ্ৰ অন্বেষণ আৰু নিজৰ মহাকাশ কেন্দ্ৰৰ উন্নয়নলৈকে চাইনা নেচনেল স্পেচ এডমিনিষ্ট্ৰেচন (চিএনএছএ)য়ে নিজৰ মহাকাশ কাৰ্যসূচী আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে।

চীনৰ মহাকাশ সংস্থা চিএনএছএ-য়ে লোৱা অভিযান তথা পদক্ষেপ অনুসৰি বিশ্ব মহাকাশ সংস্থাসমূহৰ ভিতৰত চতুৰ্থ স্থানত আছে চীনৰ মহাকাশ সংস্থা চিএনএছএ।

ইউৰোপীয় মহাকাশ সংস্থা (ই এছ এ) হৈছে ২২ খন ৰাষ্ট্ৰৰ সদস্যৰে গঠিত এক আন্তঃচৰকাৰী সংস্থা, যি মহাকাশ অন্বেষন, বৈজ্ঞানিক গৱেষণা আৰু মহাকাশ অভিযানৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে উৎসৰ্গিত।

উপগ্ৰহ উৎক্ষেপণৰ পৰা আৰম্ভ কৰি দূৰৈৰ গ্ৰহসমূহ অন্বেষণ কৰা, মহাকাশ বিজ্ঞানৰ অত্যাধুনিক গৱেষণা চলোৱা মহাকাশ অন্বেষণ আৰু প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত ইউৰোপৰ “ই এছ এ”য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই বিশ্বৰ তৃতীয় প্ৰধান মহাকাশ সংস্থা।

“ৰাছিয়ান ফেডাৰেল স্পেচ এজেন্সী” ৰ মহাকাশ অন্বেষণৰ এক সমৃদ্ধ ইতিহাস আছে, যিটো ছোভিয়েট যুগৰ পৰাই আৰম্ভ হৈছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ দৰে মহাকাশ কেন্দ্ৰলৈ মানৱবাহী অভিযান প্ৰেৰণ আৰু অভিলাষী মহাকাশ অভিযান চলোৱাৰ বাবে দায়বদ্ধ ৰস্কোচমছে মহাকাশ আৰু বৈজ্ঞানিক গৱেষণাৰ উন্নতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে সহযোগিতা মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ৰস্কোচমছৰ প্ৰচেষ্টাৰ এক চিহ্ন হৈ আহিছে। যাৰ দ্বাৰা বিশ্বৰ শীৰ্ষ তালিকাত দ্বিতীয় স্থানত আছে ৰাছিয়াৰ মহাকাশ সংস্থা।

১৯৫৮ চনত প্ৰতিষ্ঠা হোৱা নাছা (National Aeronautics and Space Administration) মহাকাশ অভিযানৰ বাবে বিখ্যাত। ঐতিহাসিক এপ’ল’ অভিযানৰ পৰা চন্দ্ৰৰ পৰা মংগল ৰভাৰ অভিযানলৈকে মহাকাশ অন্বেষণ, বৈজ্ঞানিক গৱেষণা আৰু প্ৰযুক্তিৰ উন্নতিৰ ক্ষেত্ৰত নাছাই আগৰণুৱা হৈ আহিছে।

মানৱ আৰু ৰবটিক দুয়োটা অভিযানতে গুৰুত্ব আৰোপ কৰি নাছাই মহাকাশ অন্বেষণৰ ক্ষেত্ৰত বিশ্বৰ গৱেষকসকলক অনুপ্ৰাণিত কৰি আহিছে। আমেৰিকাৰ এই মহাকাশ সংস্থাটোৱে এই তালিকাত প্ৰথম স্থান লাভ কৰিছে।

এই তালিকাত পঞ্চম স্থানত আছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)। ব্যয়বহুল মহাকাশ অভিযান আৰু দৰ্শনীয় কৃতিত্বৰ বাবে ই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। যোগাযোগ আৰু ৰিম’ট চেন্সিঙৰ বাবে উপগ্ৰহ উৎক্ষেপণৰ পৰা আৰম্ভ কৰি মংগল কক্ষপথ অভিযান আৰু চন্দ্ৰযান অভিযানলৈকে ইছৰ’ই মহাকাশ প্ৰযুক্তি আৰু অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে। ভৱিষ্যতে মংগল গ্ৰহ আৰু ইয়াৰ বাহিৰত অভিযানৰ পৰিকল্পনাৰে ইছৰ’ই মহাকাশ অন্বেষণত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।

Tags: CNSAISRONasaSpace ExplorationSpace Research Organizations

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025