• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকালৈ ইৰাণৰ ভাবুকি, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সকীয়নি ট্ৰাম্পলৈ

Nation NE by Nation NE
January 21, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Share on FacebookShare on TwitterWhatsApp

ইৰাণৰ সশস্ত্ৰ বাহিনীৰ এগৰাকী মুখপাত্ৰই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ সকীয়াই দিয়ে। ট্ৰাম্পে খামেনেইৰ প্ৰায় ৪০ বছৰীয়া শাসনৰ অন্ত পেলাবলৈ আহ্বান জনোৱাৰ কিছুদিন পিছতে এই সতৰ্কবাণী দিয়া হৈছে।

এক সাক্ষাৎকাৰত ট্ৰাম্পে খামেনেইক এগৰাকী “ৰোগী ব্যক্তি” বুলি অভিহিত কৰি কয় যে তেওঁ “নিজৰ দেশ সঠিকভাৱে চলাব লাগে আৰু নীৰিহ জনতাৰ ওপৰত হত্যা কৰা বন্ধ কৰিব লাগে”। ইৰাণত নতুন নেতৃত্ব বিচাৰি উলিওৱাৰ সময় আহি পৰিছে বুলি ট্ৰাম্পে কয়।

ট্ৰাম্পৰ মন্তব্যৰ পিছতে জেনেৰেল আবোলফাজল শ্বেখাৰ্চিয়ে এই সতৰ্কবাণী জাৰি কৰিছে। ইৰাণৰ অৱনতি ঘটা অৰ্থনীতিৰ বাবে ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদৰ ওপৰত কৰ্তৃপক্ষই হিংসাত্মক দমন চলোৱাৰ পিছৰে পৰা আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা উচ্চ পৰ্যায়ত আছে।

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে শেহতীয়াকৈ কয় যে, ইৰাণৰ জনসাধাৰণে যদি তেওঁলোকৰ জীৱনত অসুবিধাৰ সন্মুখীন হয়, তেন্তে ইয়াৰ কাৰণ হৈছে আমেৰিকা চৰকাৰ আৰু ইয়াৰ মিত্ৰশক্তিৰ দীৰ্ঘদিনীয়া শত্ৰুতা আৰু অমানৱীয় নিষেধাজ্ঞা। ইৰাণৰ সৰ্বোচ্চ নেতাৰ বিৰুদ্ধে যিকোনো আক্ৰমণ ইৰাণৰ বিৰুদ্ধে পূৰ্ণাংগ যুদ্ধৰ সমান হ’ব।

মানৱ অধিকাৰ কৰ্মীসকলে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি দেশজুৰি চলি থকা প্ৰতিবাদৰ সৈতে জড়িত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ইৰাণে চলোৱা দমন কাৰ্যসূচীত কমেও ৪০২৯ জন লোকৰ মৃত্যু হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউমেন ৰাইটছ এক্টিভিষ্ট নিউজ এজেন্সীয়ে এই তথ্য প্ৰকাশ কৰি কয় যে এই দমনৰ সময়ত ২৬ হাজাৰৰো অধিক লোকক আটক কৰি ৰখা হৈছে।

মানৱ অধিকাৰ কৰ্মী নিউজ এজেন্সীৰ তথ্য অনুসৰি নিহতসকলৰ ভিতৰত আছে ৩৭৮৬ জন প্ৰতিবাদকাৰী, ১৮০ জন নিৰাপত্তাৰক্ষী, আনহাতে ২৮ জন শিশু আৰু কোনো প্ৰতিবাদত অংশগ্ৰহণ নকৰা ৩৫ জন লোকো এই কাৰ্য্যত নিহত হয়।

Tags: AmericaIranTrump

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ
Top News

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026
ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025