• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

Nation NE by Nation NE
March 13, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Share on FacebookShare on TwitterWhatsApp

২০২৫ চনত কাৰ্যভাৰ গ্ৰহণৰ পিছত শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে বাৰে বাৰে দাবী কৰি আহিছে যে তেওঁ ৮ খন সংঘাতৰ অন্ত পেলাইছে। যাৰ বাবে তেওঁ এই বঁটাৰ যোগ্য দাবী কৰে ট্ৰাম্পে। কিন্তু খবৰ অনুসৰি, তেওঁৰ দ্বিতীয় কাৰ্যকালত ইৰাণ, য়েমেন, ছোমালিয়া, ছিৰিয়া, ইৰাক, নাইজেৰিয়া, ভেনিজুৱেলাকে ধৰি কমেও সাতখন দেশৰ বিৰুদ্ধে আমেৰিকাই সামৰিক ব্যৱস্থা গ্ৰহণ কৰিছিল।

ছোমালিয়াঃ আমেৰিকাই বছৰ বছৰ ধৰি ছোমালিয়াত আল-ছাবাব আৰু আইছিছৰ বিৰুদ্ধে ড্ৰ’ন আক্ৰমণ আৰু বিশেষ সামৰিক অভিযান চলাই আহিছ। এয়া আছিল মূলতঃ আঞ্চলিক স্থিতিশীলতা আৰু সন্ত্ৰাসবাদ প্ৰতিৰোধৰ লক্ষ্যৰে। ১৯৯৩ চনত আটাইতকৈ ডাঙৰ আক্ৰমণ সংঘটিত হৈছিল, য’ত ১৮ জন আমেৰিকান সৈনিকৰ মৃত্যু হৈছিল (ব্লেক হক ডাউন)। আনহাতে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকাই পুনৰ আল-ছাবাব আৰু আইছিছ-ছ’মালিয়াৰ বিৰুদ্ধে তীব্ৰতৰ বিমান আক্ৰমণ কৰে।

ছিৰিয়া আৰু ইৰাকঃ ২০২৫ চনৰ ডিচেম্বৰ মাহত ছিৰিয়াত আইছিছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল আৰু ২০২৫ চনৰ মাৰ্চ মাহত ইৰাকত আইছিছৰ এজন কমাণ্ডাৰক লক্ষ্য কৰি লোৱা হৈছিল।

য়েমেনঃ ২০২৫ চনৰ মাৰ্চৰ পৰা মে’ৰ ভিতৰত অপাৰেচন ৰাফ ৰাইডাৰৰ অধীনত আমেৰিকাই য়েমেনত হুথী বিদ্ৰোহীৰ ওপৰত বিমান আৰু নৌসেনাৰ আক্ৰমণ চলায়।

লেটিন আমেৰিকা/কেৰিবিয়ান সাগৰঃ ২০২৫ চনৰ ছেপ্টেম্বৰৰ পৰা আমেৰিকান বাহিনীয়ে কেৰিবিয়ান সাগৰত ড্ৰাগছ সৰবৰাহৰ সন্দেহত নাও আক্ৰমণ কৰে।

নাইজেৰিয়াঃ ২০২৫ চনৰ ডিচেম্বৰ মাহত নাইজেৰিয়াত আইছিছ (আইছিছ)ৰ সৈতে জড়িত গোটসমূহৰ বিৰুদ্ধে আমেৰিকান বাহিনীয়ে আক্ৰমণ চলাইছিল।

ভেনিজুৱেলাঃ জানুৱাৰী ২০২৬ত আমেৰিকাৰ বিশেষ সেনাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকচত এক বৃহৎ আক্ৰমণ কৰে। যত ৰাষ্ট্ৰপতি নিকোলাচ মাদুৰোক লক্ষ্য কৰি লোৱা হৈছিল।

ইৰাণঃ জুন ২০২৫ত পৰমাণু স্থলত আক্ৰমণৰ পিছত, ২৮ ফেব্ৰুৱাৰীত ২০২৬ত আমেৰিকা আৰু ইজৰাইলে  Operation Epic Fury ৰ জৰিয়তে “বৃহৎ পৰিসৰৰ যুদ্ধ বিমানেৰে” নিজৰ অভিযান আৰম্ভ কৰিছে। এই আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যু হোৱা বুলি এক খবৰ ওলায়।

Tags: AttackTrumpWar

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025