• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, February 7, 2026
20 °c
Guwahati
21 ° Sun
21 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২৪ ঘণ্টাৰ ভিতৰতে ড্ৰ’ন আক্ৰমণৰ প্ৰতিশোধ ল’লে ৰাছিয়াই, ১৪০০ৰো অধিক সৈনিকক কৰিলে শেষ

Nation NE by Nation NE
June 4, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
২৪ ঘণ্টাৰ ভিতৰতে ড্ৰ’ন আক্ৰমণৰ প্ৰতিশোধ ল’লে ৰাছিয়াই, ১৪০০ৰো অধিক সৈনিকক কৰিলে শেষ
Share on FacebookShare on TwitterWhatsApp

৩ বছৰতকৈও অধিক সময় ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে। ২ জুনত দুয়োখন দেশৰ প্ৰতিনিধি দলে ইস্তানবুলত অতি উত্তেজনাপূৰ্ণ পৰিৱেশত আলোচনাত মিলিত হয়।

ইফালে ৩ জুনত ৰাছিয়াই কয় যে, বিগত ২৪ ঘণ্টাত তেওঁলোকৰ সৈন্যই প্ৰায় ১৪০০ ইউক্ৰেইনৰ সৈনিকক শেষ কৰিছে। এক প্ৰতিবেদন অনুসৰি, বিগত ২৪ ঘন্টাত ৰাছিয়াৰ সেনাৰ সৈতে হোৱা যুদ্ধত ইউক্ৰেইনৰ সেনাই ১৪৩০ জনতকৈ অধিক জোৱান হেৰুৱাইছে। ২০২২ চনত যুদ্ধ আৰম্ভ হোৱাৰ পিছতে দুয়োখন দেশে ইখনে আনখনৰ বিৰুদ্ধে আটাইতকৈ ডাঙৰ ড্ৰ’ন আক্ৰমণ চলোৱাৰ পিছতে ৰাছিয়া চৰকাৰৰ এই তথ্য প্ৰকাশ পাইছে।

ৰাছিয়াই দাবী কৰিছে যে, ইউক্ৰেইনৰ যথেষ্ট লোকচান হৈছে। ২ জুনত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে তথ্য প্ৰকাশ কৰি ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ বেটলগ্ৰুপ নৰ্থত ২৪৫ জনতকৈ অধিক সৈনিক, দুটা টেংক আৰু এখন সাজসজ্জিত যুদ্ধ বাহন হেৰুৱাইছিল। বেটলগ্ৰুপ ৱেষ্ট অঞ্চলত ২০৫ জনতকৈ অধিক জোৱানৰ মৃত্যু হোৱাৰ লগতে দুখন টেংক আৰু তিনিখন সাজসজ্জিত যুদ্ধ বাহনৰ ক্ষতিসাধন হৈছে। ৰাছিয়াৰ বেটলগ্ৰুপ চাউথৰ অঞ্চলত ইউক্ৰেইনে ২৭৫ জনতকৈ অধিক সৈনিক আৰু ৫খন সাজসজ্জিত যুদ্ধ বাহন হেৰুৱাইছে।

৩ জুনত ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ জেনেৰেল ষ্টাফে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰায় ১০ লাখ ৰাছিয়ান সৈনিকৰ মৃত্যু হৈছে।নতুন তথ্য অনুসৰি তিনি বছৰৰ এই যুদ্ধত ৯৯০,৮০০ ৰাছিয়ান সৈন্য নিহত হৈছে, ইয়াৰে ১১০০ জন সৈনিক বিগত ২৪ ঘণ্টাত নিহত হৈছে।

জেনেৰেল ষ্টাফে লগতে কয় যে, ৰাছিয়াই ১০,৮৮১খন টেংক, ২২,৬৭১খন সাজসজ্জিত যুদ্ধ বাহন, ৫০,৬০৭খন বাহন আৰু ইন্ধনৰ টেংক, ২৮,৬২৩খন আৰ্টিলাৰীৰ টুকুৰা, ১,৪০২টা মাল্টিপল লঞ্চ ৰকেট চিষ্টেম, ১,১৭৬টা এয়াৰ ডিফেন্স চিষ্টেম, ৩৮৪খন বিমান, ৩৩৬খন হেলিকপ্টাৰ, ৩৮,৭৪৮খন ড্ৰ’ন, ২৮খন জাহাজ আৰু নাও আৰু এখন চাবমেৰিন।

Tags: RussiaUkraineWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 7, 2026
আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…
Top News

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

February 6, 2026
এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 6, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 6, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 6, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025