• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, January 27, 2026
20 °c
Guwahati
20 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সলনি হ’ব চৰকাৰী কৰ্মচাৰীৰ জীৱন, পেঞ্চনক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা

Nation NE by Nation NE
August 25, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
সলনি হ’ব চৰকাৰী কৰ্মচাৰীৰ জীৱন, পেঞ্চনক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দীৰ্ঘদিন ধৰি, চৰকাৰী কৰ্মচাৰীসকলৰ মাজত এনপিএছ(NPS) আৰু অ’পিএছ(OPS)সম্পৰ্কে আলোচনা হৈছিল। ইয়াকে উন্নত কৰিবলৈ চৰকাৰে এখন সমিতি গঠন কৰিছিল। এই সমিতিৰ প্ৰতিবেদনৰ আধাৰত, মোডী চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত। ইয়ে কৰ্মচাৰীসকলক কেনেদৰে লাভান্বিত কৰিব জানো আহক।

কেন্দ্ৰীয় চৰকাৰে, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কৰিছে এক ডাঙৰ ঘোষণা। নতুন পেঞ্চন আঁচনিত সংস্কাৰৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি, চৰকাৰে ইউনিফাইড পেঞ্চন আঁচনি (UPS)ত অনুমোদন জনাইছে। এই আঁচনিৰ উদ্দেশ্য হৈছে, কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ পেঞ্চন নিশ্চিত কৰা, লগতে তেওঁলোকক পাৰিবাৰিক পেঞ্চন আৰু নিম্নতম পেঞ্চন প্ৰদান কৰা। এই সংস্কাৰৰ বাবে ড০ সোমনাথ সমিতি গঠন কৰা হৈছিল, যিয়ে বিস্তৃত আলোচনাৰ পিছত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল।

২৪ আগষ্ট, শনিবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ বিষয়ে তথ্য প্ৰদান কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, কেবিনেটে ইউনিফাইড পেঞ্চন আঁচনি ঘোষণাকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চাকৰিৰ পিছত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন নিশ্চিত কৰাৰ লক্ষ্যৰে এই আঁচনিখন অনা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, বিৰোধীয়ে কেৱল পুৰণি পেঞ্চন আঁচনিৰ(OPS) ওপৰতহে ৰাজনীতি কৰি আহিছে। বিশ্বৰ বিভিন্ন দেশৰ পেঞ্চন আঁচনি অধ্যয়ন কৰাৰ পিছত আৰু বিস্তৃত আলোচনাৰ পিছত, এই সমিতিয়ে একত্ৰিত পেঞ্চন আঁচনিৰ পৰামৰ্শ দিছিল। কেবিনেটে এই আঁচনিখন অনুমোদন জনাইছে।

তেওঁ লগতে কয় যে এই আঁচনিৰ অধীনত পেঞ্চনাৰসকলে ৫০ শতাংশ নিশ্চিত পেঞ্চন লাভ কৰিব, যি অৱসৰৰ আগতে ১২ মাহৰ গড় মৌলিক দৰমহাৰ ৫০ শতাংশ হ’ব। এই পেঞ্চন ২৫ বছৰৰ সেৱাৰ পিছতহে প্ৰাপ্ত কৰিব পাৰিব। NPSৰ পৰিৱৰ্তে এতিয়া চৰকাৰে ইউনিফাইড পেঞ্চন আঁচনি, অৰ্থাৎ UPS আনিছে, যি OPSৰ বিকল্প হিচাপে কাম কৰিব।

কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে?

এই সন্দৰ্ভত ছ’চিয়েল মিডিয়া এক্সত পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে, দেশৰ প্ৰগতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰা সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে তেওঁ গৌৰৱান্বিত। ইউনিফাইড পেঞ্চন আঁচনিয়ে (UPS)য়ে এই কৰ্মচাৰীসকলৰ মৰ্যাদা আৰু অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিব। এই পদক্ষেপে তেওঁলোকৰ কল্যাণ আৰু সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি চৰকাৰৰ দ্বায়বদ্ধতা প্ৰতিফলিত কৰে।

কেনেদৰে কাম কৰিব UPSয়ে?

চৰকাৰৰ এই নতুন পেঞ্চন আঁচনিখন ১ এপ্ৰিল ২০২৫ ৰ পৰা প্ৰযোজ্য হ’ব। এই আঁচনিৰ অধীনত, ১০ বছৰ ধৰি চৰকাৰী চাকৰি কৰি থকা কৰ্মচাৰীসকলে ১০,০০০ টকাৰ পেঞ্চন লাভ কৰিব। ২৫ বছৰৰ সেৱাৰ পিছত সম্পূৰ্ণ পেঞ্চন দিয়া হ’ব। যদি চাকৰিৰ সময়ত এজন কৰ্মচাৰীৰ মৃত্যু হয়, তেতিয়াহলে তেওঁৰ পত্নীয়ে ৬০ শতাংশ পেঞ্চন লাভ কৰিব। ২৫ বছৰৰ সেৱা সম্পূৰ্ণ কৰা এজন কৰ্মচাৰীয়ে অৱসৰৰ আগৰ ১২ মাহৰ বাবে গড় দৰমহাৰ কমেও ৫০ শতাংশ প্ৰাপ্ত কৰিব।

সকলো এনপিএছ সক্ষম কৰ্মচাৰীয়ে ইউপিএছত যোগদান কৰাৰ বিকল্প পাব, আৰু চৰকাৰে ইয়াৰ বাবে বকেয়া পৰিশোধ কৰিব। ইয়াৰ উপৰিও, 2004 চনৰ পৰা অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে লগতে কৈছে যে যদি ৰাজ্য চৰকাৰে বিচাৰে, তেওঁলোকেও এই আঁচনিখন কাৰ্যকৰী কৰিব পাৰে।

প্ৰায় ২৩ লাখ কেন্দ্ৰীয় কৰ্মচাৰী এই ইউনিফাইড পেঞ্চন আঁচনিৰ পৰা লাভান্বিত হ’ব। এই কৰ্মচাৰীসকলৰ ওচৰত এতিয়া নতুন পেঞ্চন আঁচনি(NPS)আৰু একত্ৰিত পেঞ্চন আঁচনিৰ মাজত বাছনি কৰাৰ বিকল্প থাকিব।

ৰাজ্য চৰকাৰসমূহকো এই একত্ৰিত পেঞ্চন আঁচনি বাছনি কৰাৰ বিকল্প দিয়া হ’ব। যদি ৰাজ্য চৰকাৰে ইউপিএছ বাছনি কৰে, হিতাধিকাৰীৰ সংখ্যা হ’ব প্ৰায় ৯০ লাখ। চৰকাৰৰ মতে, বকেয়া পৰিমাণৰ ওপৰত অতিৰিক্ত ৮০০ কোটি টকা ব্যয় হ’ব। প্ৰথম বছৰত, বাৰ্ষিক ব্যয় প্ৰায় ৬,২৫০কোটি টকা বৃদ্ধি হ’ব।

Tags: Central GovernmentPensionPrime Minister

Related Posts

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল,  জানক সবিশেষ
Top News

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল, জানক সবিশেষ

January 27, 2026
শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য
Top News

শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

January 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026

শীৰ্ষ সংবাদ

তদন্তৰ আওতালৈ চীনৰ সামৰিক পদবীৰ শীৰ্ষ জেনেৰেল, জানক সবিশেষ

শ্বেখ হাছিনা চৰকাৰৰ পতন মূল কাৰণ আমেৰিকা! ৰেকৰ্ডিঙত ফাদিল ডাঙৰ তথ্য

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025