• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
20 °c
Guwahati
21 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আলিগড় জামা মছজিদক লৈ বিতৰ্ক, মোগলৰ বংশধৰে দাবী কৰে মালিকীস্বত্ব

Nation NE by Nation NE
February 9, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আলিগড় জামা মছজিদক লৈ বিতৰ্ক, মোগলৰ বংশধৰে দাবী কৰে মালিকীস্বত্ব
Share on FacebookShare on TwitterWhatsApp

আলিগড়ৰ শ্বাহী জামা মছজিদক লৈ পুনৰ আৰম্ভ হৈছে বিতৰ্ক। আলিগড়ৰ বাসিন্দা দুৰ্নীতি বিৰোধী সেনাৰ সভাপতি তথা আৰ টি আই কৰ্মী পণ্ডিত কেশৱ দেৱে মছজিদ সন্দৰ্ভত গোচৰ দাখিল কৰিছে। য’ত তেওঁ দাবী কৰিছে যে, শ্বাহী জামা মছজিদ ৰাজহুৱা ভূমিত নিৰ্মাণ কৰা হৈছে।

এই গোচৰত পণ্ডিত কেশৱ দেৱে শ্বাহী জামা মছজিদৰ মুতাৱাল্লীক দ্বিতীয় পক্ষ হিচাপে লৈছিল, যদিও এতিয়া এই মছজিদৰ মালিকীস্বত্বৰ অধিকাৰ সন্দৰ্ভত এক নতুন বিবাদ পোহৰলৈ আহিছে। মোগল বংশধৰসকলে ৰাজকীয় জামা মছজিদৰ মালিকীস্বত্ব দাবী কৰিছে। এই সন্দৰ্ভত তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ পৰা অহা এখন চিঠিৰ বাবে এই বিষয়টো উত্তপ্ত হৈ পৰিছে।

মোগল শাসক সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ বংশধৰ ৰাজকুমাৰ ইয়াকুব হুবিবুদ্দিন তুৰ্চীয়ে আলিগড়ৰ জ্যেষ্ঠ অধিবক্তা ইনফ্ৰাহিম হুছেইনলৈ পত্ৰ প্ৰেৰণ কৰি শ্বাহী জামা মছজিদ গোচৰত নিজকে তৃতীয় পক্ষ বুলি ঘোষণা কৰে। য’ত তেওঁ মছজিদৰ সৈতে জড়িত নথি-পত্ৰ আৰু তেওঁ মোগলৰ বংশধৰ বুলি প্ৰমাণ দাখিল কৰিছে।

এই গোচৰত তেওঁ তৃতীয় পক্ষ হোৱাৰ বাবে আবেদন দাখিল কৰিব বুলি যুক্তি দিছে। ইয়াৰ বাবে তেওঁ অধিবক্তা চৌধুৰী এফ্ৰাহিমক নিযুক্তি দি ১৫ ফেব্ৰুৱাৰীত হ’বলগীয়া শুনানিৰ সময়ত আবেদন দাখিল কৰিবলৈ কয়।

তেওঁলোকে কয় যে, দেশৰ প্ৰায়বোৰ ডাঙৰ মছজিদ মোগল শাসনৰ সময়ত নিৰ্মাণ কৰা হৈছিল। আলিগড়ৰ জামা মছজিদকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল।এই পত্ৰত শ্বাহী জামা মছজিদৰ শুনানিৰ সময়ত ১৫ ফেব্ৰুৱাৰীত তৃতীয় পক্ষ হিচাপে এফ্ৰাহিম হুছেইনৰ জৰিয়তে দাবী কৰা হ’ব।

Tags: ALIGARGHMOUSQUEUttar Pradesh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025