• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
20 °c
Guwahati
21 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কইনাৰ সলনি কইনাৰ ঘনিষ্ঠ বান্ধৱীক মালা পিন্ধাই বিপদত দৰা, বিবাহস্থলীত লাগে হুৱা-দূৱা

Nation NE by Nation NE
February 27, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কইনাৰ সলনি কইনাৰ ঘনিষ্ঠ বান্ধৱীক মালা পিন্ধাই বিপদত দৰা, বিবাহস্থলীত লাগে হুৱা-দূৱা
Share on FacebookShare on TwitterWhatsApp

বিবাহ অনুষ্ঠানত দৰাই ভুলতে কইনাৰ সলনি কইনাৰ ঘনিষ্ঠ বান্ধৱীক মালা পিন্ধোৱাৰ ফলত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ। উত্তৰ প্ৰদেশৰ বাৰেলী জিলাৰ এখন বিবাহ অনুষ্ঠানত ২৬ বছৰীয়া দৰা ৰবীন্দ্ৰ কুমাৰে প্ৰথমে মদ্যপান কৰি বিবাহস্থলীত উপস্থিত হয় আৰু ইয়াৰ পিছতেই সংঘটিত হয়  এই আচৰিত ঘটনা। ক্ষুব্ধ হৈ ২১ বছৰীয়া কইনা ৰাধা দেৱীয়ে লগে লগে দৰাক চৰ মাৰি ভাঙি পেলায় বিবাহ।

তথ্য অনুসৰি, বৰযাত্ৰীৰ সৈতে দৰা যথেষ্ট পলমকৈ আহি বিবাহস্থলীত উপস্থিত হয়। ইতিমধ্যে বিয়াৰ নিয়ম-নীতিৰ পলম হোৱাত বিচলিত কইনা আৰু পৰিয়ালৰ লোকে দৰাই মদ্যপান কৰা বুলি গম পাই আৰু অধিক স্তম্ভিত হৈ পৰে।

খবৰ অনুসৰি, দৰাৰ পৰিয়ালৰ বিৰুদ্ধে অতিৰিক্ত যৌতুকৰ অভিযোগ উত্থাপিত হয়। কইনাৰ পিতৃয়ে বিয়াৰ পূৰ্বে ২.৫ লাখ  আৰু বিয়াৰ পুৱা ২ লাখ দিছিল বুলি কইনাৰ দেউতাকে কয়।

বিয়াৰ মূল অনুষ্ঠান বৰমালাৰ সময়ত দৰাৰ এই কাৰ্যই সকলোকে স্তম্ভিত কৰি তুলিলে। মদ্যপানৰ অৱস্থাত দৰা ৰবীন্দ্ৰই কইনাৰ সলনি কইনা ৰাধাৰ বান্ধৱীক মালা পিন্ধাই দিয়ে। এই কথা দেখি ৰাধাৰ খং উঠে আৰু লগে লগে দৰাক চৰ মাৰি দিয়ে। ইয়াৰ পিছত বিয়াখন তাতেই বন্ধ হয়।

বিবাহ বাতিল হোৱাৰ লগে লগে দুয়ো পৰিয়ালৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। খঙত ইজনে সিজনৰ ওপৰত চকী নিক্ষেপ কৰিবলৈ ধৰে। বিয়াৰ মণ্ডপটো অলপ সময়ৰ ভিতৰতে এখন ৰঙ্গমঞ্চলৈ পৰিণত হ’ল। পৰিস্থিতি আৰু বেয়া হোৱা দেখি আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে দৰা আৰু তেওঁৰ বন্ধুসকলক জিম্মাত লয়। বৰযাত্ৰীৰ বিৰুদ্ধে কইনাৰ পৰিয়ালক অপমান কৰা আৰু বিয়াত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে গোচৰ ৰুজু কৰা হয়। লগতে যৌতুক দাবীৰো অভিযোগত বৰযাত্ৰীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়।

এই ঘটনা বৰ্তমান ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে, য’ত মানুহে কইনাৰ এই সিদ্ধান্তক প্ৰশংসা কৰি যৌতুক দাবী কৰা পৰিয়ালসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

February 2, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 2, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026

শীৰ্ষ সংবাদ

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025