• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 22, 2025
31 °c
Guwahati
32 ° Wed
31 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    পাইকান কাণ্ডৰ বাবে কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বি এইচ ইউত ‘বুদ্ধি-শুদ্ধি যজ্ঞ’, অব্যাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

      Nation NE by Nation NE
      June 3, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      বি এইচ ইউত ‘বুদ্ধি-শুদ্ধি যজ্ঞ’, অব্যাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
      Share on FacebookShare on TwitterWhatsApp

      উত্তৰ প্ৰদেশৰ বাৰাণসীস্থিত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ মেডিকেল ইনষ্টিটিউট এণ্ড ট্ৰমা চেণ্টাৰত কৰ্মচাৰীসকলৰ অসুবিধা আৰু আচৰণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত আছে।

      ইফালে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিষয়া-কৰ্মচাৰীসকলক বুদ্ধি-শুদ্ধি যজ্ঞ সম্পন্ন কৰি বিশ্ববিদ্যালয়খনৰ চিকিৎসা প্ৰতিষ্ঠানে নিজৰ ব্যৱস্থা উন্নত কৰি সুদূৰৰ পৰা অহা ৰোগীসকলক উন্নত সা-সুবিধা প্ৰদান কৰিবলৈ দাবী জনায়।

      শিক্ষার্থীসকলে প্রতিষ্ঠানখনৰ গাফিলতিৰ বিষয়ে অহৰহ মেনেজমেণ্টৰ ওচৰত অভিযোগ কৰি আছিল যদিও কোনো ব্যৱস্থা লোৱা হোৱা নাছিল৷ সেয়ে এতিয়া ছাত্ৰ-ছাত্ৰীসকলে এই কৌশল গ্ৰহণ কৰিছে। শীঘ্ৰে দাবী পূৰণ নকৰিলে ভৱিষ্যতে তীব্ৰ আন্দোলনৰো হুংকাৰ দিয়ে ছাত্ৰ-ছাত্ৰীসকলে।

      ঘটনা সন্দৰ্ভত বি এইচ ইউৰ গৱেষক ছাত্ৰ শিৱম সোণকৰে কয় যে মদন মোহন মালৱিয়াৰ নীতি আৰু ভীমৰাও আম্বেদকাৰৰ মতাদৰ্শৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলে শান্তিপূৰ্ণভাৱে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ চিকিৎসা প্ৰতিষ্ঠানত হোৱা গাফিলতিৰ বিৰুদ্ধে মাত মাতিছে। তেওঁলোকৰ দাবী এইয়ে যে ইনষ্টিটিউটখনত ৰোগীসকলৰ বাবে উপলব্ধ সকলো সা-সুবিধা উন্নত কৰা হওক। তদন্তৰ পৰা আৰম্ভ কৰি ৰোগীৰ চিকিৎসালৈকে সকলো সা-সুবিধা উন্নীত কৰিব লাগিব। সেইবাবেই এই বুদ্ধি-শুদ্ধ যজ্ঞৰ আয়োজন কৰা হৈছে।

      একে সময়তে বাৰাণসীত সমাজবাদী পাৰ্টীয়ে বি এইচ ইউ হাস্পতাল আৰু ট্ৰমা চেণ্টাৰৰ বিৰুদ্ধে দুৰ্নীতিৰো অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত সমাজবাদী পাৰ্টিৰ নেতাসকলে প্ৰতিষ্ঠানটোৰ প্ৰতিনিধি দললৈ এখন স্মাৰক পত্ৰ দাখিল কৰে। চিকিৎসালয়খনত অবিৰত দুৰ্নীতি আৰু মানুহক মাৰপিট কৰাৰ অভিযোগো উত্থাপন হৈছে। প্ৰশাসনক গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন কৰি তেওঁলোকে এই বিষয়ত শীঘ্ৰে তদন্তৰ দাবী জনাই ব্যৱস্থা গ্ৰহণৰ বাবে স্মাৰক পত্ৰ দাখিল কৰাৰ লগতে এই বিষয়ত ব্যৱস্থা গ্ৰহণ নকৰিলে সমাজবাদী পাৰ্টিয়ে প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ব বুলিও ঘোষণা কৰে।

      Tags: BHUUttar PradeshVARANASI

      Related Posts

      যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?
      Top News

      July 22, 2025
      বাৰিষা আমিষ আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হ’ব পাৰে…

      অতি সোনকালে ওজন হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰক এইবিধ ঘৰুৱা সামগ্ৰী…

      ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত
      Top News

      ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত

      July 22, 2025
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      July 22, 2025
      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…
      Top News

      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

      July 21, 2025

      শীৰ্ষ সংবাদ

      যুৱৰাজ সিং নে শ্বাহিদ আফ্ৰিদি? কোন কিমান আগবাঢ়ি আছে?

      বাৰিষা আমিষ আহাৰ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে হ’ব পাৰে…

      অতি সোনকালে ওজন হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰক এইবিধ ঘৰুৱা সামগ্ৰী…

      ঢাকাত বায়ুসেনাৰ বিমান দুৰ্ঘটনা, ১৯ জন নিহত, ১৬০ জন আহত

      কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

      উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist