• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 3, 2026
28 °c
Guwahati
27 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজা-সোনমৰ কাণ্ডই লৈছে নতুন মূৰ! সোনম ৰঘুবংশীয়ে স্বামী ৰাজাক হানিমুনত…

Nation NE by Nation NE
June 9, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাজা-সোনমৰ কাণ্ডই লৈছে নতুন মূৰ! সোনম ৰঘুবংশীয়ে স্বামী ৰাজাক হানিমুনত…
Share on FacebookShare on TwitterWhatsApp

ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত বৃহৎ সফলতা লাভ কৰিছে মেঘালয় আৰক্ষীয়ে। পত্নী সোণমকে ধৰি ইতিমধ্যে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মেঘালয়ৰ ডিজিপি আই নোংৰাঙে কয় যে ৰাজা ৰঘুবংশীক হত্যা কৰিবলৈ হত্যাকাৰী নিয়োগ কৰা হৈছিল।

ডিজিপিয়ে লগতে কয় যে, ইতিমধ্যে এজন অভিযুক্ত উত্তৰ প্ৰদেশৰ পৰা ধৰা পৰিছে, আনহাতে আন দুজনক ইন্দোৰৰ পৰা এছআইটিয়ে ধৰা পেলাইছে।

৭ জুনত এজন ট্যুৰ গাইডে জনাইছিল যে ইন্দোৰৰ হানিমুন দম্পতী ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোণমৰ সৈতে মেঘালয়ৰ সোহৰা অঞ্চলৰ পৰা নিৰুদ্দেশ হোৱা দিনটোত আন তিনিজন লোকো উপস্থিত আছিল। এজন বিষয়াই নিশ্চিত কৰে যে গাইডজনে এই তথ্য আৰক্ষীক দিছিল।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই টুইটযোগে কয় যে ইন্দোৰ ৰাজা হত্যাকাণ্ডৰ গোচৰত মেঘালয় আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। এই ক্ষেত্ৰত মধ্যপ্ৰদেশৰ পৰা তিনিজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে, মহিলাগৰাকীয়ে আত্মসমৰ্পণ কৰিছে আৰু আন এজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ অভিযান বৰ্তমানেও অব্যাহত আছে।

এই ইন্দোৰ দম্পতীয়ে ২০২৫ চনৰ ১১ মে’ত বিবাহৰ পিছত শ্বিলঙলৈ হানিমুনলৈ গৈছিল।২০ মে’ত মেঘালয়ত উপস্থিত হৈছিল আৰু ২৩ মে’ত শেষবাৰৰ বাবে পৰিয়ালটোৰ সৈতে কথা পাতিছিল। ইয়াৰ পিছত দুয়োৰে ফোন চুইচ অফ হৈ গ’ল।

সোহৰিম অঞ্চলত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে দম্পতীহালৰ ভাড়াতীয়া স্কুটি। তাৰ পাছত ২ জুনত ৱেই ছ’ডং জলপ্ৰপাতৰ সমীপৰ এটা খাৱৈত উদ্ধাৰ হয় ৰাজা ৰঘুবংশীৰ মৃতদেহ। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰে। পত্নী সোণমৰ কোনো সন্ধান পোৱা নাযায়। যাৰ বাবে পৰিয়ালটোৱে অপহৰণ বা সৰবৰাহৰ সন্দেহ কৰিবলৈ আৰম্ভ কৰে।

ইন্দোৰৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীয়ে যোৱা ১১ মে’ত সোণম ৰঘুবংশীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।ৰাজাৰ মৃতদেহ উদ্ধাৰৰ পিছৰে পৰা আৰক্ষীয়ে সোণমক বিচাৰি আছিল।

Tags: CaserajasonamUP

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ট্ৰাম্প প্ৰশাসনৰ অধীনত ৫ কোটি ডলাৰৰ স্বাস্থ্যসেৱাৰ এক বৃহৎ কেলেংকাৰী, উন্মোচিত হ’ল সকলো তথ্য

April 3, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

তেল সংকট: ভাৰতৰ পৰা সহায়ৰ ভিক্ষা, এসময়ত ভাৰতক মুকলিকৈ সমালোচনা কৰা এই দেশৰ

April 3, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক নস্যাৎ ইৰাণৰ, সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি অভিহিত ইৰাণৰ

April 3, 2026
বিমানত ‘অ*শ্লী*ল আচৰণ’ৰ বলি এইগৰাকী অভিনেত্ৰী! সহযাত্ৰীয়ে অতিক্ৰম কৰিলে সকলো সীমা,  সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই ভিডিঅ’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

ট্ৰাম্প প্ৰশাসনৰ অধীনত ৫ কোটি ডলাৰৰ স্বাস্থ্যসেৱাৰ এক বৃহৎ কেলেংকাৰী, উন্মোচিত হ’ল সকলো তথ্য

তেল সংকট: ভাৰতৰ পৰা সহায়ৰ ভিক্ষা, এসময়ত ভাৰতক মুকলিকৈ সমালোচনা কৰা এই দেশৰ

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক নস্যাৎ ইৰাণৰ, সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি অভিহিত ইৰাণৰ

বিমানত ‘অ*শ্লী*ল আচৰণ’ৰ বলি এইগৰাকী অভিনেত্ৰী! সহযাত্ৰীয়ে অতিক্ৰম কৰিলে সকলো সীমা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই ভিডিঅ’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025