• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৭৫ বছৰীয়া এগৰাকী বৃদ্ধই দুগৰাকীকৈ কিশোৰীৰ সৈতে কৰা কাণ্ডই লজ্জানত কৰিছে সকলোকে

      Nation NE by Nation NE
      November 6, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ২৫ বছৰীয়া নাতিয়ে ৭৫ বছৰীয়া বৃদ্ধাৰ সৈতে কৰিলে অপকৰ্ম, শুনি আচৰিত হ’ব আপুনি
      Share on FacebookShare on TwitterWhatsApp

      এগৰাকী ৭৫ বছৰীয়া বৃদ্ধৰ কু-কৰ্মই চকু কঁপালত তুলিছে সকলোৰে।আশ্ৰমলৈ যোৱা দুগৰাকী কিশোৰীৰ সৈতে অপকৰ্ম সংঘটিত কৰিলে এগৰাকী ৭৫ বছৰীয়া বৃদ্ধই।

      এই ঘটনা উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ ৰাধা স্বামী সৎসংগ ব্যাস আশ্ৰমৰ।বৃদ্ধগৰাকীৰ নাম মোহনলাল ৰাজপুট।তেওঁ এগৰাকী সেনা জোৱান হিচাপে অৱসৰ গ্ৰহণ কৰিছে।বৰ্তমান তেওঁ এই সৎসংগ ব্যাস আশ্ৰমতেই বাস কৰে।

      খবৰ অনুসৰি, এই আশ্ৰমৰ বাহিৰত শিশুসকলে খেলা-ধূলা কৰিছিল। মোহনলালে প্ৰায়ে দুগৰাকী কিশোৰীৰ সৈতে প্ৰায়ে খেলা-ধূলা কৰিছিল। বিস্কুট, মিঠাই, চকলেট আদিৰ লগতে কেতিয়াবা ১০-২০ টকাও দিছিল। ইয়াৰে এজনীৰ বয়স আছিল ১২ বছৰ আৰু এজনীৰ আছিল ১৩ বছৰ।

      পিছে ৪-৫ মাহ পূৰ্বে মোহনলালে খাদ্যৰ সৈতে কিছু নিচাজাতীয় দ্ৰব্য মিহলাই কিশোৰী দুগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰে। ইয়াৰ পিছতো বৃদ্ধগৰাকীয়ে কিশোৰী দুগৰাকীৰ সৈতে ২-৩ বাৰকৈ এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে। পিছত চিকিৎসা পৰীক্ষাৰ সময়ত এগৰাকী কিশোৰীক গৰ্ভৱতী অৱস্থাত পোৱা যায়।

      উল্লেখ্য যে, ৮ বছৰ পূৰ্বে মোহন লালৰ পত্নীৰ মৃত্যু হৈছিল আৰু তেতিয়াৰ পৰাই তেওঁ এই আশ্ৰমখনত বাস কৰি আহিছিল।

      ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।তদন্ত সম্পূৰ্ণ নোহোৱালৈকে আশ্ৰমলৈ কোনেও আহিব নোৱাৰিব বুলি আৰক্ষীয়ে কয়।ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীজনীৰ পিতৃয়ে কয় যে, বৃদ্ধগৰাকী ইমানেই বয়সীয়াল যে তেওঁ ভালদৰে খোজো কাঢ়িব নোৱাৰে।তেওঁৰ বয়স দেখি কোনেও বিশ্বাসেই নকৰিব যে তেওঁ দুগৰাকীকৈ কিশোৰী সৈতে এনেধৰণৰ জঘন্য কাম সংঘটিত কৰিব পাৰে। এই পাপৰ বাবে তেওঁ উচিত শাস্তি পাব লাগে।

      ইফালে ৭৫ বছৰীয়া মোহনলালে কিশোৰী দুগৰাকীৰ সৈতে এই কাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে। ইফালে আৰক্ষীয়ে অভিযুক্ত সেনা জোৱান মোহনলাল ৰাজপুটক জেললৈ প্ৰেৰণ কৰিছে।

      ইফালে ৭৫ বছৰীয়া মোহনলালে শিশুটিৰ সৈতে এই কাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে। ইফালে আৰক্ষীয়ে অভিযুক্ত সেনা জোৱান মোহনলাল ৰাজপুটক জেললৈ প্ৰেৰণ কৰিছে।

      Tags: CrimemolUttar Pradesh

      Related Posts

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ
      Top News

      July 25, 2025
      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025
      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
      Top News

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      July 25, 2025
      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      শীৰ্ষ সংবাদ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      RCBৰ এগৰাকী খেলুৱৈৰ বিৰুদ্ধে ২টাকৈ ভয়ংকৰ অভিযোগ, নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist