• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
18 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিধায়কৰ পলাতক পত্নীৰ উচ্চতম ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন, ২১ নৱেম্বৰত শুনানি

Nation NE by Nation NE
November 19, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিধায়কৰ পলাতক পত্নীৰ উচ্চতম ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন, ২১ নৱেম্বৰত শুনানি
Share on FacebookShare on TwitterWhatsApp

জিলা আদালতৰ নিৰ্দেশৰ পিছতেই সোমবাৰে আৰক্ষীয়ে নাবালিকা কিশোৰীৰ ভয়ানক কাণ্ডৰ গোচৰত বিধায়কৰ পলাতক পত্নী সীমা বেগমৰ সম্পত্তি সংলগ্ন কৰিছে। সীমাৰ সন্ধান চলি থকাৰ সময়তে বিধায়ক জাহিগ বেগক প্ৰয়াগৰাজৰ নাইনী কাৰাগাৰত আৰু পুত্ৰক বাৰাণসী কাৰাগাৰত ৰখা হৈছে।

উত্তৰ প্ৰদেশৰ ভাদোহীৰ বিধায়ক জাহিদ বেগৰ ঘৰত নাবালিকা কিশোৰীৰ সংঘটিত কৰা ভয়ানক কাণ্ডৰ গোচৰত বিধায়ক পত্নী সীমা বেগমে কৰা আবেদনৰ ওপৰত এলাহাবাদ উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। আচলতে কাৰাগাৰত থকা বিধায়ক জাহিদ বেগৰ পলাতক পত্নী সীমা বেগমে এলাহাবাদ উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন দাখিল কৰিছিল।

আবেদনকাৰী সীমা বেগমৰ অধিবক্তাই এই পৰিপূৰক শপতনামা দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ৰ পৰা দুদিনৰ সময় বিচাৰিছে। এতিয়া এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ২১ নৱেম্বৰত।

দৰাচলতে ২০২৪ চনৰ ১৪ ছেপ্টেম্বৰত ভাদোহী জিলাৰ ভদোহী থানাত এছ আই হৰদত পাণ্ডেৰ এজাহাৰৰ ভিত্তিত বিধায়ক জাহিদ বেগ আৰু তেওঁৰ পত্নী আৰু পুত্ৰৰ বিৰুদ্ধে নাবালিকা কিশোৰীক শ্ৰমিক হিচাপে ৰাখি তথা ভয়ংকৰ কাণ্ড সংঘটিত কৰাত উচটনি দিয়াৰ বাবে গোচৰ ৰুজু হৈছিল।

২০২৪ চনৰ ৯ ছেপ্টেম্বৰত বিধায়কগৰাকীৰ ঘৰত অৱস্থাত উদ্ধাৰ হয় নাবালক কিশোৰীগৰাকীৰ নিথঁৰ দেহ। এই গোচৰত বিধায়ক জাহিদ বেগ আৰু তেওঁৰ পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দুয়োজনেই কাৰাগাৰত আছে। ইয়াৰ পূৰ্বে ভাদোহী আৰক্ষীয়ে বিধায়কগৰাকীৰ পুত্ৰ জঈমক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছতে আদালতত আত্মসমৰ্পণ কৰে বিধায়ক জাহিদ বেগে।

পিছে বৰ্তমানেও পলাতক অৱস্থাত আছে বিধায়কগৰাকীৰ পত্নী সীমা বেগম। আদালতৰ নিৰ্দেশ অমান্য কৰাৰ বাবে সীমা বেগমৰ বিৰুদ্ধে ২০৯ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। লগতে বিধায়কগৰাকীৰ পত্নী সীমা বেগমৰ সম্পত্তিও বাজেয়াপ্ত কৰাৰ নিৰ্দেশ দিছে আদালতে। জিলা আদালতৰ এই নিৰ্দেশৰ পিছতেই সোমবাৰে আৰক্ষীয়ে নাবালিকা কিশোৰীৰ ভয়ানক কাণ্ডৰ গোচৰত পলাতক সীমা বেগমৰ সম্পত্তি বাজেয়াপ্ত কৰিছে।

সীমা বেগমৰ সন্ধান চলি থকাৰ সময়তে বিধায়ক জাহিদ বেগক প্ৰয়াগৰাজৰ নাইনী কাৰাগাৰত আৰু পুত্ৰক বাৰাণসী কাৰাগাৰত ৰখা হৈছে। আৰক্ষী আৰু শ্ৰম বিভাগৰ দলে বিধায়কগৰাকীৰ ঘৰৰ পৰা আন এগৰাকী নাবালিকা কিশোৰীকো মুকলি কৰি দিয়ে। এই গোচৰৰ শুনানি গ্ৰহণ কৰিছে ন্যায়াধীশ সমিত গোপালৰ একক বিচাৰপীঠে।

Tags: BhadohiMLAUttar Pradesh

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025