• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

IPLৰ সৰ্বকনিষ্ঠ কোটিপতি বৈভৱে পুনৰ দেখুৱালে বেটিং পৰাক্ৰম

Nation NE by Nation NE
December 4, 2024
in Top News, ক্ৰীড়া
0 0
IPLৰ সৰ্বকনিষ্ঠ কোটিপতি বৈভৱে পুনৰ দেখুৱালে বেটিং পৰাক্ৰম
Share on FacebookShare on TwitterWhatsApp

আই পি এলৰ সৰ্বকনিষ্ঠ কোটিপতি বৈভৱ সূৰ্যবংশীয়ে নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে পুনৰবাৰ দৃষ্টি কাঢ়িছে লাখ-লাখ ক্ৰিকেট অনুৰাগীৰ। ১৯ বছৰ অনুৰ্ধ্ব এছিয়া কাপত টিম ইণ্ডিয়াৰ হৈ বৈভৱে বিস্ফোৰক প্ৰদৰ্শন কৰি ৭৬ ৰানৰ অপৰাজিত ইনিংছ খেলে।

বৈভৱৰ উন্নত প্ৰদৰ্শনৰ ভিত্তিতে ভাৰতে ইউ এ ইক ১০ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়। দৰ্শনীয় ইনিংছ খেলাৰ পিছতো কিন্তু বৈভৱ সূৰ্যবংশীয়ে লাভ নকৰিলে মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। আয়ুষ মাত্ৰে নামৰ আনজন অপেনাৰে লাভ কৰে এই খিতাপ।

বৈভৱ আৰু আয়ুষে ভাৰতৰ হৈ ইনিংছ মুকলি কৰিবলৈ আহিছিল। বৈভৱে নিজৰ ইনিংছত ৬টা ছয় আৰু ৩টা চাৰিৰ সহায়ত ৪৬টা বলত অপৰাজিত ৭৬ ৰান সংগ্ৰহ কৰে। ইফালে আয়ুষে ৫১টা বলৰ মুখামুখি হৈ অপৰাজিত ৬৭ ৰান সংগ্ৰহ কৰে। তেওঁৰ বেটেৰে আহে ৪টা চাৰি আৰু ৪টা ছয়। অৰ্ধশতকীয় ইনিংছৰ লগতে এটা উইকেট দখল কৰাৰ বাবে আয়ুষক মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।

মেচখনত প্ৰথমে বেট ধৰা ইউ এ ই দলে ৪৪ অভাৰত ১৩৭ ৰান সংগ্ৰহ কৰি অলআউট হয়। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে এটাও উইকেট নেহেৰুৱাকৈ ১৪৩ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। এই খেলখনত ভাৰতে মাত্ৰ ১৬.১ অভাৰতে জয়লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, আই পি এল ২০২৫ৰ মেগা নিলামৰ পিছত লাইমলাইটলৈ আহিছিল বৈভৱ সূৰ্যবংশী। ৰাজস্থান ৰয়েলছে ১.১০ কোটি টকাত ক্ৰয় কৰিছিল বৈভৱক। বেছ প্ৰাইজতকৈ অধিক মূল্যত বিক্ৰী হৈছিল ১৩ বছৰীয়া ক্ৰিকেটাৰগৰাকী। তেওঁ আই পি এলৰ আটাইতকৈ কম বয়সীয়া কোটিপতি। বৈভৱৰ বয়স মাত্ৰ ১৩ বছৰ।

Tags: IndiaIPLVaibhav Suryavanshi

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025