• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৪০ হাজাৰ কোটি টকাৰ সম্পত্তি এৰি সন্যাসী হ’ল এইগৰাকী ব্যক্তি

Nation NE by Nation NE
November 27, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
৪০ হাজাৰ কোটি টকাৰ সম্পত্তি এৰি সন্যাসী হ’ল এইগৰাকী ব্যক্তি
Share on FacebookShare on TwitterWhatsApp

মালয়েছিয়াৰ বিশিষ্ট ব্যৱসায়ী আনন্দ কৃষ্ণনৰ পুত্ৰ ৱেইন জান ছিৰিপানিয়োৱে পিতৃৰ অপৰিসীম ধন-সম্পত্তি আৰু গ্লেমাৰাছ জীৱন ত্যাগ কৰি বৌদ্ধ সন্ন্যাসী হোৱাৰ সিদ্ধান্তই সকলোকে আচৰিত কৰি তুলিছে।

উল্লেখ্য যে, আনন্দ কৃষ্ণন মালয়েছিয়াৰ তৃতীয় ধনী ব্যক্তি। তেওঁৰ সম্পত্তিৰ মূল্য ৪০ হাজাৰ কোটি টকাতকৈও অধিক (৫ বিলিয়ন ডলাৰতকৈও অধিক)।

তেওঁ আছিল পূৰ্বৰ টেলিকম কোম্পানী এয়াৰচেলৰ স্বত্বাধিকাৰী। এসময়ত আই পি এলৰ দল চেন্নাই ছুপাৰ কিংছক স্পনছৰ কৰিছিল এয়াৰচেলে।

টেলিকমৰ উপৰি চেটেলাইট, মিডিয়া, অইল, গেছ আৰু ৰিয়েল এষ্টেট খণ্ডতো বিস্তাৰিত হৈ আছে তেওঁৰ ব্যৱসায়। ৱেইন জান ছিৰিপানিয়োৰ মাতৃ এম সুপ্ৰিণ্ডা চক্ৰবানৰ থাইলেণ্ডৰ ৰাজপৰিয়ালৰ সৈতে পাৰিবাৰিক সম্পৰ্ক আছে।

উল্লেখ্য যে ৱেইন জান ছিৰিপানিয়োৱে ১৮ বছৰ বয়সত থাইলেণ্ডৰ মাতৃগৃহলৈ যোৱাৰ সময়ত প্ৰথমে বৌদ্ধ মঠত যোগদান কৰি সন্ন্যাসী হোৱাৰ সিদ্ধান্ত লৈছিল। সেই সময়ত তেওঁ কেৱল আধ্যাত্মিক অভিজ্ঞতাৰ বাবেই এই কাম কৰিছিল যদিও এতিয়া দুটা দশকৰ পাছত তেওঁ সম্পূৰ্ণৰূপে বৌদ্ধ সন্ন্যাসী হৈ নিজৰ বিলাসী জীৱন ত্যাগ কৰি অৰণ্যত অৱস্থিত বৌদ্ধ মঠত সন্ন্যাসীৰ দৰে জীয়াই আছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, ৱেইন জান ছিৰিপানিয়োৱে তেওঁৰ শৈশৱ ব্ৰিটেইনত কটায়। দুগৰাকী ভগ্নীৰ সৈতে ব্ৰিটেইনত ডাঙৰ-দীঘল হৈছিল। তেওঁ ৮টা ভাষা জানে। তেওঁৰ লালন-পালন, বিভিন্ন সংস্কৃতিৰ জ্ঞান আৰু জীৱনৰ প্ৰতি স্বতন্ত্ৰ দৃষ্টিভংগীয়ে তেওঁক বৌদ্ধ শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিছিল আৰু তাত তেওঁ সুখ অনুভৱ কৰিছিল।

বৌদ্ধ সন্যাসীৰ দৰে জীৱন অতিবাহিত কৰিলেও অৱশ্যে তেওঁ মাজে সময়ে পৰিয়ালৰ লোকক সাক্ষাত কৰিবলৈ নিজৰ ঘৰলৈ আহে আৰু সেই সময়তো তেওঁ অতি সাধাৰণভাৱে থাকে।

Tags: MalaysiaMonkVen Ajahn Siripanyo

Related Posts

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…
Top News

December 10, 2025
খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025
‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025

শীৰ্ষ সংবাদ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025