• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, September 8, 2025
30 °c
Guwahati
30 ° Tue
27 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে দক্ষিণৰ অভিনেতা প্ৰতিবাদ, উচ্চতম ন্যায়ালয়ত আবেদন দাখিল

      Nation NE by Nation NE
      April 13, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে দক্ষিণৰ অভিনেতা প্ৰতিবাদ, উচ্চতম ন্যায়ালয়ত আবেদন দাখিল
      Share on FacebookShare on TwitterWhatsApp

      লোকসভা আৰু ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মতি লাভ কৰাৰ পিছত ৱাকফ সংশোধনী বিধেয়ক ২০২৫ য়ে অনুমোদন লাভ কৰি আইনত পৰিণত হয়। অৱশ্যে তামিলাগা ভেত্ৰী কাঝাগম (টিভিকে) দলৰ সভাপতি তথা অভিনেতা থালাপথী বিজয়ে এই আইনখনক সমৰ্থন নকৰে। এনে পৰিস্থিতিত অভিনেতাজনে এই আইনক প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত লৈছে।

      ইতিমধ্যে ৱাকফ সংশোধনী আইন ২০২৫ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছে। কিয়নো এই আইনখনে মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱহাৰ কৰে আৰু তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰে বুলি দাবী কৰা হৈছে।

      ইফালে এতিয়া দক্ষিণৰ অভিনেতা থালাপথী বিজয়েও ৱাকফ সংশোধনী আইন ২০২৫ক প্ৰত্যাহ্বান জনাইছে। খবৰ অনুসৰি অভিনেতাজনে এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

      ইয়াৰ পূৰ্বে সংবাদ মাধ্যমৰ তথ্য অনুসৰি, থালাপথী বিজয়ে এক বিবৃতিত ৱাকফ (সংশোধনী) আইনক ‘মুছলমান বিৰোধী’ বুলি অভিহিত কৰিছিল। তেওঁ কয় যে, সংসদৰ নিম্ন সদনত গৃহীত হোৱা এই বিধেয়কখনে পুনৰবাৰ সংবিধানৰ মৰ্যাদা আৰু ধৰ্মনিৰপেক্ষ ভাৰতীয় গণতন্ত্ৰৰ মৌলিক নীতিৰ ওপৰত প্ৰশ্নবোধক চিহ্ন স্থাপন কৰিছে।

      থালাপথী বিজয়ে লগতে কৈছে যে, সকলো গণতান্ত্ৰিক শক্তিৰ কণ্ঠৰ কথা মনত ৰাখি এই গণতন্ত্ৰ বিৰোধী বিধেয়কখন শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগে। যদি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তেনে নকৰে, তেন্তে মুছলমান ভাইসকলে ৱাকফ অধিকাৰৰ বাবে আইনী সংগ্ৰামত যোগ দিব।

      উল্লেখ্য যে, থালাপথী বিজয়ৰ পূৰ্বেও বহু নেতাই ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে। ইয়াত তেওঁৰ সৈতে আছে এআইএমআইএমৰ সাংসদ আছাদুদ্দিন ওৱেইছি, কংগ্ৰেছৰ সাংসদ মহম্মদ জাভেদ আৰু ইমৰাণ প্ৰতাপগড়ী, আপৰ বিধায়ক অমনাতুল্লাহ খান আৰু আজাদ সমাজ পাৰ্টিৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদ আৰু সমাজবাদী পাৰ্টিৰ সাংসদ জিয়া উৰ ৰেহমান বৰ্ক।

      Tags: ActorSouth IndiaWAQF

      Related Posts

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ
      Top News

      September 8, 2025
      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
      Top News

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      September 8, 2025
      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী
      Top News

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      September 8, 2025
      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

      September 8, 2025
      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
      Top News

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      September 7, 2025

      শীৰ্ষ সংবাদ

      ভাৰতৰ ওপৰত আৰোপ কৰা জৰিমনা প্ৰত্যাহাৰ কৰিবনে আমেৰিকাই? শুল্ক বিবাদৰ মাজতে ট্ৰাম্পক সাক্ষাৎ জেছন মিলাৰৰ

      অপৰাজেয় ধাৰা অক্ষুণ্ণ ৰাখি হকী এছিয়া কাপ ২০২৫ৰ খিতাপ দখল ভাৰতৰ

      শুল্ক আৰোপৰ পিছতেই ভাৰতলৈ আন এক ডাঙৰ আঘাত! ভিছাৰ সাক্ষাৎকাৰৰ নিয়মত এই ডাঙৰ পৰিৱৰ্তন আমেৰিকাৰ…

      আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist