• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 10, 2025
29 °c
Guwahati
29 ° Fri
30 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কাইলৈ ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত সমাগম হ’ব লাখ লাখ মুছলমান

      Nation NE by Nation NE
      March 16, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      কাইলৈ ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত সমাগম হ’ব লাখ লাখ মুছলমান
      Share on FacebookShare on TwitterWhatsApp

      ১৭ মাৰ্চত ​​দিল্লীৰ যন্তৰ মন্তৰত ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে লাখ লাখ মুছলমানৰ সমাৱেশ হ’ব। ৱাকফৰ সম্পত্তি সুৰক্ষিত কৰিবলৈ সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডে (AIMPLB) ভাৰতৰ মুছলমান সকলক এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যন্তৰ মন্তৰত উপস্থিত হ’বলৈ আহ্বান জনাইছে।

      অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল’ ব’ৰ্ডে ভাৰতৰ মুছলমান সকলক কণ্ঠ দিছে বুলি AIMPLB য়ে জনায়।

      অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল’ ব’ৰ্ডে পোষ্টাৰ জাৰি কৰি কয় যে, ভাৰতীয় মুছলমানসকলে উপলব্ধি কৰিছে যে, ৱাকফ সংশোধনী বিধেয়কখন ৱাকফ দখল কৰাৰ এক সুপৰিকল্পিত ষড়যন্ত্ৰ, যি কোনো ৰূপতে মানি লোৱা নহয়। মিল্লাট-ই-ইছলামিয়াই নাকচ কৰে এই ৱাকফ সংশোধনী বিধেয়ক।

      বিগত ১৩ মাৰ্চত দিল্লীৰ যন্তৰ মন্তৰত ৱাকফ বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছিল সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডে। ব’ৰ্ডৰ মুখপাত্ৰ এছকিউআৰ ইলিয়াছে কয় যে, ১৩ মাৰ্চত এই প্ৰতিবাদৰ কথা আছিল যদিও হোলী বন্ধৰ বাবে এই প্ৰতিবাদ স্থগিত ৰখা হয়। লগতে তেওঁ কয় যে, এই প্ৰতিবাদৰ বাবে বহু সাংসদকো আমন্ত্ৰণ জনোৱা হৈছে।

      অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল’ ব’ৰ্ডে কয় যে, এয়া মুছলমানৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। ব’ৰ্ডৰ মুখপাত্ৰ ইলিয়াছে কয় যে, তেওঁলোকে আশা কৰে যে সংসদৰ যুটীয়া সমিতিয়ে তেওঁলোকৰ এই পৰামৰ্শসমূহ বিবেচনা কৰিব। কিন্তু তেওঁলোকৰ মতামত বিবেচনা কৰা হোৱা নাছিল বা বিৰোধী দলসমূহে প্ৰস্তাৱ কৰা সংশোধনীসমূহো অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

      তেওঁ কয় যে, সংসদীয় পেনেলে বিচৰা পৰামৰ্শৰ প্ৰতি সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডে ইমেইলৰ জৰিয়তে ৩.৬ কোটিৰো অধিক সঁহাৰি প্ৰদান কৰিছে। AIMPLB-এ কয় যে চৰকাৰে এই সংশোধনীসমূহ তেওঁলোকৰ ওপৰত জাপি দিব বিচাৰিছে বুলিও তেওঁ উল্লেখ কৰে।

      Tags: #DelhimuslimWaqf Board

      Related Posts

      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      July 9, 2025
      বিতৰ্ক, সমালোচনাৰ অন্তত বাতিল হ’ল মুখ্যমন্ত্ৰীৰ আৱাসগৃহৰ মেৰামতিৰ নিবিদা
      Top News

      বিতৰ্ক, সমালোচনাৰ অন্তত বাতিল হ’ল মুখ্যমন্ত্ৰীৰ আৱাসগৃহৰ মেৰামতিৰ নিবিদা

      July 9, 2025
      সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ
      Top News

      সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

      July 9, 2025
      ভাৰতীয় মূলৰ চাবিহ খানক এপলৰ মুখ্য পৰিচালন বিষয়া পদত নিযুক্তি

      ক্ৰিকেট মেচৰ সময়ত ভয়ংকৰ সংঘাত দুই পক্ষৰ; আৰক্ষীলৈ নিক্ষেপ শিল, সম্পত্তি বিনষ্ট

      ICC টেষ্ট ৰেংকিঙত শুভমন গিলৰ চমকপ্ৰদ উত্থান; ৰাজত্বৰ অন্ত ৰুটৰ

      শীৰ্ষ সংবাদ

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      বিতৰ্ক, সমালোচনাৰ অন্তত বাতিল হ’ল মুখ্যমন্ত্ৰীৰ আৱাসগৃহৰ মেৰামতিৰ নিবিদা

      সুপ্ত প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰামদিয়াত মহিলা ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ শিবিৰ

      ভাৰতীয় মূলৰ চাবিহ খানক এপলৰ মুখ্য পৰিচালন বিষয়া পদত নিযুক্তি

      ক্ৰিকেট মেচৰ সময়ত ভয়ংকৰ সংঘাত দুই পক্ষৰ; আৰক্ষীলৈ নিক্ষেপ শিল, সম্পত্তি বিনষ্ট

      ICC টেষ্ট ৰেংকিঙত শুভমন গিলৰ চমকপ্ৰদ উত্থান; ৰাজত্বৰ অন্ত ৰুটৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist