• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সংবিধান আৰু ধৰ্মীয় স্বাধীনতাৰ ওপৰত আক্ৰমণ, জমিয়তে ৱাকফ বিধেয়কক ষড়যন্ত্ৰ বুলি অভিহিত কৰে

Nation NE by Nation NE
April 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
সংবিধান আৰু ধৰ্মীয় স্বাধীনতাৰ ওপৰত আক্ৰমণ, জমিয়তে ৱাকফ বিধেয়কক ষড়যন্ত্ৰ বুলি অভিহিত কৰে
Share on FacebookShare on TwitterWhatsApp

৫ এপ্ৰিলত গভীৰ নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ সংশোধনী বিধেয়ক ২০২৫ত অনুমোদন জনায়। বিশিষ্ট মুছলমান সংগঠন জমিয়ত উলেমা-ই-হিন্দে এইখন এখন মুছলমানৰ ধৰ্মীয় স্বাধীনতা কাঢ়ি নিয়াৰ এক বিপজ্জনক ষড়যন্ত্ৰ বুলি দাবী কৰি ৱাকফ সংশোধনী আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৫ এপ্ৰিলত সংসদৰ দুয়োটা সদনত ক্ৰমে লোকসভা আৰু ৰাজ্যসভাত উত্তপ্ত বিতৰ্কৰ অন্তত পূৰ্বে গৃহীত হোৱা ৱাকফ সংশোধনী বিধেয়ক ২০২৫ত সন্মতি প্ৰদান কৰে। একে সময়তে এই বিধেয়কখনৰ বৈধতাক প্ৰত্যাহ্বান জনাই বিৰোধীয়ে উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰিছে।

ইয়াৰ ভিতৰত কেৰালাৰ চুন্নী মুছলিম উলেমাৰ ধৰ্মীয় সংগঠনটোও অন্তৰ্ভুক্ত। ‘অল কেৰালা জমিয়ত উল উলেমা’ৰ অধিবক্তা জুলফিকাৰ আলী পি এছৰ দ্বাৰা মুছলমান সংগঠন জমিয়ত উলেমা-ই-হিন্দে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে।

জমিয়তে সংবাদমেলত কয় যে, এই বিধেয়কখন মুছলমানৰ ধৰ্মীয় স্বাধীনতা কাঢ়ি লোৱাৰ এক বিপজ্জনক ষড়যন্ত্ৰ। সেয়েহে তেওঁলোকে ৱাকফ সংশোধনী আইন ২০২৫ক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে লগতে জমিয়ত উলেমা-ই-হিন্দৰ ৰাজ্যিক ইউনিটসমূহেও নিজৰ নিজৰ ৰাজ্যৰ উচ্চ ন্যায়ালয়ত এই আইনখনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাব।

জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা আৰ্ছাদ মাদানীয়ে কেৱল ৱাকফ সংশোধনী আইনৰ বিভিন্ন বিধানক প্ৰত্যাহ্বান জনোৱাই নহয়, এই আইনৰ কাৰ্যকৰীকৰণ বন্ধ কৰিবলৈ আদালতত অন্তৱৰ্তীকালীন আবেদন দাখিল কৰিছে।

তেওঁ যে, এই সংশোধনীসমূহে ৱাকফৰ ধৰ্মীয় পৰিচয় সম্পূৰ্ণৰূপে ধ্বংস কৰিব আৰু ৱাকফ ব’ৰ্ডৰ প্ৰশাসনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰো ক্ষতি কৰিব।

Tags: BillmuslimWAQF

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025