• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেতিয়াৰ পৰা আৰম্ভ হ’ব পুৰীৰ ৰথ যাত্ৰা; জানো আহক এই পবিত্ৰ যাত্ৰাৰ মহত্ত্ব

Nation NE by Nation NE
July 5, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কেতিয়াৰ পৰা আৰম্ভ হ’ব পুৰীৰ ৰথ যাত্ৰা; জানো আহক এই পবিত্ৰ যাত্ৰাৰ মহত্ত্ব

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

৭ জুলাইৰ পৰা ওড়িশাৰ পুৰীত আৰম্ভ হ’বলৈ গৈ আছে জগন্নাথৰ ৰথ যাত্ৰা। প্ৰতি বছৰে আহাৰ মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিৰ পৰা এই ৰথ যাত্ৰাৰ আয়োজন কৰা হয়।

এই সময়ছোৱাত, ভগৱান জগন্নাথক তেওঁৰ জ্যেষ্ঠ ভাতৃ বলোৰাম আৰু ভগ্নী সুভদ্ৰাৰ সৈতে ৰথত বিৰাজিত কৰোৱা হয়। কোৱা হয় যে, যিয়ে এই ৰথ যাত্ৰাৰ সাক্ষাৎ বা দৰ্শন কৰে, তেওঁ ১০০০ খন যজ্ঞ কৰাৰ সদৃশ ফল পায়।

আহক জানো ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ লগত জড়িত কিছু কথা

ভগৱান জগন্নাথ আৰু ৰথ যাত্ৰা

ভগৱান জগন্নাথৰ মুখ্য লীলাভূমি হৈছে ওড়িশাৰ পুৰী। যাক পুৰুষোত্তম বুলিও কোৱা হয়। ৰাধা-কৃষ্ণৰ যুগল মূৰ্তিৰ প্ৰতীক হৈছে স্বয়ং শ্ৰীজগন্নাথ মহাপ্ৰভু। শ্ৰীকৃষ্ণও হৈছে তেওঁৰেই অংশ।

ওড়িশাত ভগৱান জগন্নাথ, তেওঁৰ জ্যেষ্ঠ ভাতৃ বলোৰাম আৰু ভগ্নী সুভদ্ৰাৰ অৰ্ধনিৰ্মিত কাঠৰ মূৰ্তি স্থাপিত কৰা হৈছে। এই মূৰ্তিবোৰৰ নিৰ্মাণ কৰাইছিল ৰজা ইন্দ্ৰদ্দুন্ম্য়ই।

জগন্নাথ প্ৰভুৰ এই যাত্ৰা আহাৰ মাহৰ দ্বিতীয়া তিথিত পুৰীৰ জগন্নাথ মন্দিৰত আৰম্ভ হয়। প্ৰভু বলোৰামৰ পাছফালে পদ্মধ্বজ ৰথত মাতা সুভদ্ৰা আৰু সুদৰ্শন চক্ৰ থাকে। শেষত গৰুণ ধ্বজৰ ওপৰত স্বয়ং শ্ৰীজগন্নাথ প্ৰভু থাকে। আনহাতে, এই ৰথ যাত্ৰা সমাপ্ত হয় দশমী তিথিত।

ৰথ যাত্ৰাৰ বিশেষ মহত্ত্ব

স্কন্দ পুৰাণত কোৱা হৈছে যে এই ৰথ যাত্ৰাত যি গৰাকী ব্যক্তিয়ে শ্ৰী জগন্নাথৰ নাম-কীৰ্তন কৰি গুন্দিচা নগৰলৈ যায়, তেওঁ এই পূৰ্ণজন্মৰ চক্ৰৰ পৰা মুক্ত হৈ যায়।

আকৌ কোৱা হয় যে, যি ব্যক্তিয়ে ভগৱানৰ নাম-কীৰ্তন কৰি এই ৰথ যাত্ৰাত সন্মিলিত হয়, তেওঁৰ সকলো মনোকামনা পূৰ্ণ হয়। ৰথ যাত্ৰাত অংশগ্ৰহণ কৰা মাত্ৰেই সন্তান সম্পৰ্কীয় সকলো ধৰণৰ সমস্যা নাইকীয়া হৈ যায়। সেইসকল লোক অতিকৈ ভাগ্যশালী, যিয়ে এই পবিত্ৰ ৰথ যাত্ৰাৰ চাক্ষুস দৰ্শন পায়।

Tags: JagannathaYatraOdishaPuriRathYatra

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025