• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 13, 2026
22 °c
Guwahati
22 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শীতকালত ছালখন সুস্থ কৰি ৰাখিবলৈ অনুসৰণ কৰক বিশেষজ্ঞই আগবঢ়োৱা এইসমূহ টিপচ

Nation NE by Nation NE
January 4, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
শীতকালত ছালখন সুস্থ কৰি ৰাখিবলৈ অনুসৰণ কৰক বিশেষজ্ঞই আগবঢ়োৱা এইসমূহ টিপচ
Share on FacebookShare on TwitterWhatsApp

সকলোৱে নিজকে ধুনীয়া কৰি ৰাখিব বিচাৰে। মহিলায়েই হওক অথবা পুৰুষেই হওক, সকলোৱে নিজৰ সৌন্দৰ্যক লৈ সচেতন হোৱা পৰিলক্ষিত হয়। পিছে নিজৰৰ ছালখন সুস্থ কৰি ৰাখিবলৈ ছালৰ সঠিক যত্ন লোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।

আকৌ শীতকাল আৰম্ভ হোৱাৰ লগে লগে আমাৰ ছাল শুকান হ’বলৈ আৰম্ভ কৰে। শুকান বতাহৰ ফলত, ছালৰ আৰ্দ্ৰতা হ্ৰাস হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত এই সময়ত ছাল শুকান হোৱাৰ উপৰিও, ছালত খজুৱতি, আঁচোৰ আৰু ৰঙা পৰাৰ দৰে লক্ষণ দেখা যায়।সেয়েহে বতৰৰ পৰিৱৰ্তন হ’লে স্বাস্থ্যৰ লগতে ছালৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ।

স্ক্ৰীণ হাইড্ৰেচন

ছালখন সুস্থ, উজ্জ্বল কৰি ৰাখিবলৈ আৰু বলিৰেখা আৰু মিহি ৰেখাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ছালখন আৰ্দ্ৰতাত থকাটো গুৰুত্বপূৰ্ণ। ছালৰ হাইড্ৰেচনৰ বাবে প্ৰতিদিনে মইশ্ব’ৰাইজাৰ প্ৰয়োগ কৰিব লাগে, যিয়ে ছালখনক দীৰ্ঘদিন ধৰি হাইড্ৰেটেড কৰি ৰাখে। ইয়াৰ বাহিৰেও প্ৰচুৰ পৰিমাণে পানী খাই থাকিব।

ছানস্ক্ৰীণৰ ব্যৱহাৰ

বেছিভাগ ভাৰতীয়ই ছানস্ক্ৰীণ ব্যৱহাৰ নকৰে। পিছে আমাৰ ছালখন সুস্থ কৰি ৰাখিবলৈ দৈনিক ছানস্ক্ৰীণ প্ৰয়োগ কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত UV ৰশ্মিৰ পৰা সুৰক্ষা পোৱা যায় আৰু ছালৰ ক্ষতি নহয়, যাৰ বাবে অকাল বয়স বৃদ্ধি হোৱাৰ ভয় নাথাকে।

মুখৰ যোগাসন

ছালখন সুস্থ কৰি ৰাখিবলৈ কেইমিনিটমানৰ বাবে ফেচ যোগা কৰিব লাগে। ইয়াৰ কাৰণে বৃদ্ধ বয়সতো ভাল ফল দেখা যায়। মুখৰ যোগাসন কৰিলে বলি ৰেখা উন্নত হয়। ইয়াৰ ফলত ছালৰ সোঁতোৰা অৱস্থাও কমি যায়।

ডাবল ক্লিনজিং

ডাবল ক্লিনিং মানে হ’ল ছালত জমা হোৱা ধূলি আৰু মলিৰ উপৰিও ছিদ্ৰত জমা হোৱা অশুদ্ধি আৰু মেকআপৰ কণাবোৰ পৰিষ্কাৰ কৰা। ইয়াৰ বাবে ছালৰ পৰা অতিৰিক্ত তেল ওলাই নাযায় আৰু পিম্পলৰ সম্ভাৱনাও কম হয়। মুখ ধোৱাৰ উপৰিও ক্লিনজিং অইল বা ক্লিনজিং বামেৰে মুখখন মালিচ কৰিব লাগে, ইয়াৰ পিছত গৰম পানীত কোমল কাপোৰ এখন তিয়াই চেপি চেপি তাৰে মুখখন পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ পিছত মুখখন ধুব লাগে।

স্ক্ৰীণ এক্সফোলিয়েট

প্ৰতি সপ্তাহত ছালখন এক্সফোলিয়েট কৰিব লাগে। ইয়াৰ বাবে সকলোৱে নিজৰ ছালৰ ধৰণ অনুসৰি যিকোনো স্ক্ৰাব লৈ আঙুলিৰে কোমল মালিচ কৰি ৫ মিনিটৰ বাবে মুখখন ধুব পাৰে। ইয়াৰ ফলত ছালখন গভীৰভাৱে পৰিষ্কাৰ হ’ব আৰু ছালৰ মৃত কোষবোৰো আঁতৰি যায়। এক্সফোলিয়েচনে হোৱাইট হেড আৰু ব্লেক হেডৰ কমায় আৰু লগতে ছালৰ টেক্সচাৰ উন্নত কৰে।

Tags: HydrateMedical HealthSeasonWinter

Related Posts

ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি  নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…
Top News

February 13, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

February 13, 2026
ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025