• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বনাঞ্চলৰ পৰা লোকালয়লৈ ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এগৰাকী মহিলাৰ

Nation NE by Nation NE
November 8, 2024
in Top News, অসম
0 0
বনাঞ্চলৰ পৰা লোকালয়লৈ ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এগৰাকী মহিলাৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

নগাঁও জিলাৰ ধিঙত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী বৃদ্ধা মহিলাৰ মৃত্যু হৈছে। মৃত্যু হোৱা মহিলা গৰাকী ধিঙৰ চহৰীয়া গাঁৱৰ জাংফালি মহেলা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা অনুসৰি, লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত লোকালয়লৈ ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে ধিঙৰ সোনাৰী গাঁও, চহৰীয়া গাঁও আৰু চালনাবড়ি গাঁৱত উপদ্ৰৱ চলাই আহিছিল।

ধিঙৰ সোনাৰী গাঁৱৰ পথাৰত পকা ধানৰ খেতি নষ্ট কৰাৰ লগতে ধিঙৰ চালনাবড়িত ইক্ৰামুল হুছেইন নামৰ এজন লোকৰ এটি বাসগৃহ ভাঙি চুৰমাৰ কৰে বনৰীয়া হাতীটোৱে।

খাদ্যৰ সন্ধানত লাওখোৱা অভয়াৰণ্যৰ পৰা লোকালয়লৈ ওলাই আহি বনৰীয়া হাতীটোৰ উপদ্ৰৱত অঞ্চলজুৰি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, ঘটনাৰ খবৰ দিয়াৰ পিছতো ঘটনাস্থলত স্থানীয় আৰক্ষীৰ লগতে বন বিভাগৰ দল উপস্থিত হোৱা নাই।

Tags: AttackDhingElephant

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025