• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
23 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত অসহযোগ! কেতিয়া গা লৰিব ছিংগাপুৰত থকা ৭ প্ৰৱাসী অসমীয়াৰ?

Nation NE by Nation NE
October 9, 2025
in Top News, অসম
0 0
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত অসহযোগ! কেতিয়া গা লৰিব ছিংগাপুৰত থকা ৭ প্ৰৱাসী অসমীয়াৰ?
Share on FacebookShare on TwitterWhatsApp

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আজি ২১ দিন উকলিল। কিন্তু বৰ্তমানেও গা নলৰিল ৭ ছিংগাপুৰীয়া অসমীয়াৰ। ৰূপকমল আহিল কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলাই থকা SITৰ সন্মুখত আজি পৰ্যন্ত হাজিৰ নহ’ল ছিংগাপুৰৰ আন ৭ প্ৰবাসী অসমীয়া।

অসমত জন্ম হৈ অসমতেই পঢ়ি-শুনি ডাঙৰ হৈ এতিয়া বিদেশত বৰ মানুহ হৈছে এইকেইজন অসমীয়া। গণৰোষৰ সন্মুখীন হোৱাৰ ভয়তেই হওঁক বা আন কোনো কাৰণতেই হওঁক জুবিন গাৰ্গৰ কেনেদৰে মৃত্যু হৈছিল, সেই কথা SITৰ সন্মুখত ক’বলৈ সাহস কৰা নাই ছিংগাপুৰৰ এই প্ৰবাসী অসমীয়াই। CID য়ে বান্ধি দিয়া সময় ওকলাৰ পিছতো SITৰ সন্মুখত হাজিৰ নহ’ল এইকেইজন ছিংগাপুৰীয়া অসমীয়া।

ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৫জনক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীৰ CIDৰ বিশেষ তদন্তকাৰী দলৰ তদন্ত অব্যাহত আছে ৷ আৰক্ষীৰ তথ্য মতে, সেইদিনা সমুদ্ৰত য়ট যাত্ৰা আয়োজন কৰিছিল এই লোক কেইগৰাকীয়ে । গতিকে জুবিনৰ মৃত্যুৰ অসম আৰক্ষীৰ তদন্তৰ আওতালৈ এওঁলোক অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে। যাৰ বাবে  জুবিন গাৰ্গৰ ছিংগাপুৰৰ সমুদ্ৰত ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত এছআইটিৰ সন্মুখত এওঁলোকক হাজিৰ হ’বলৈ জাননী জাৰি কৰিছিল এছআইটিয়ে ৷ সেই অনুসৰি ৬ অক্টোবৰ সোমবাৰৰ ভিতৰত তেওঁলোক অসমলৈ আহি গুৱাহাটীত এছ আই টিত হাজিৰ হ’ব লাগিছিল। কিন্তু কেবল এজনৰ বাদে বাকী ৭ জন আজিলৈ উপস্থিত নহল। অসমী আইৰ প্ৰতি ইমানখিনিও মৰম নাই নে এওঁলোকৰ, যে অসমী আইৰ অতি মৰমৰ সন্তানটিৰ মৃত্যুৰ তদন্তত সহায় কৰিব নোৱাৰে এইকেইজন তথাকথিত অসমীয়াই।

উল্লেখ্য যে, অসম আৰক্ষীৰ চি আই ডিৰ সন্মুখত হাজিৰ হ’বলগীয়া জুবিন মৃত্যুৰ সময়ত লেজাৰাছ আইলেণ্ডৰ সমুদ্ৰবক্ষত য়টখনত থকা ছিংগাপুৰ নিৱাসী প্ৰৱাসী আঠগৰাকী হ’ল-

  • তন্ময় ফুকন, য়ট পাৰ্টীৰ আয়োজক
  • অভিমন্যু তালুকদাৰ, সভাপতি,আছাম এছ’চিয়েচন,ছিংগাপুৰ
  • দেৱজিত হাজৰিকা, সম্পাদক, আছাম এছ’চিয়েচন,ছিংগাপুৰ
  • ৰূপকমল কলিতা, ছিংগাপুৰস্থিত প্রবাসী অসমীয়া
  • সিদ্ধার্থ বৰা, ছিংগাপুৰস্থিত প্ৰবাসী অসমীয়া
  • পৰীক্ষিত শৰ্মা, ছিংগাপুৰস্থিত প্রবাসী অসমীয়া
  • ৱাজিদ আহমেদ, ছিংগাপুৰস্থিত প্রবাসী অসমীয়া
  • ভাস্কৰ দত্ত, ছিংগাপুৰস্থিত প্রবাসী অসমীয়া
Tags: #JusticeForZubeenGarg

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025