• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

APSC কেলেংকাৰি! শৰ্মা আয়োগৰ প্ৰতিবেদনত কি আছে?

Nation NE by Nation NE
February 18, 2025
in Top News, BIG BREAKING, অসম
0 0
APSC কেলেংকাৰি! শৰ্মা আয়োগৰ প্ৰতিবেদনত কি আছে?
Share on FacebookShare on TwitterWhatsApp

অসম লোকসেৱা আয়োগত সংঘটিত কেলেংকাৰিক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদনে ৰাজ্যত ধুমুহা আনিছে। সোমবাৰে কোকৰাঝাৰত অনুষ্ঠিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে দাখিল কৰিছিল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন।

দুটা খণ্ডত দাখিল কৰা এই প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই সন্নিবিষ্ট আছে লোকসেৱা আয়োগৰ পৰীক্ষাত সংঘটিত অনিয়ম আৰু দুৰ্নীতিৰ ভয়ংকৰ তথ্য। চাঞ্চল্য সৃষ্টিকাৰী এই প্ৰতিবেদনত প্ৰামাণিত তথ্য দাঙি ধৰা হৈছে কিদৰে ৰাকেশ পালৰ দিনত নীতি-নিয়ম উলংঘা কৰি বক্ৰপথেৰে যোগ্য আৰু মেধাসম্পন্ন অসংখ্য প্ৰাৰ্থীক বঞ্চনা কৰি অযোগ্যজনক বাছনি কৰা হৈছিল।

শৰ্মা আয়োগৰ প্ৰতিবেদনত এই কথা কোৱা হৈছে যে ২০০৮ চনৰ পৰা ২০১৬ চনত গ্ৰেপ্তাৰ হোৱালৈকে এপিএছচিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাকেশ পাল চিচিইকে ধৰি ২০০ৰো অধিক বাছনিৰ সৈতে জড়িত আছিল য’ত বেছিভাগ ক্ষেত্ৰতেই অনিয়ম-অনীতিয়ে প্ৰশ্ৰয় পাইছিল।

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ২০১৩ আৰু ২০১৪ চনৰ চিচিইত একাংশ প্ৰাৰ্থীৰ নম্বৰ বৃদ্ধি আৰু ভুৱা উত্তৰ লিপি ব্যৱহাৰৰ দৰে গুৰুতৰ অনিয়ম সংঘটিত হৈছে।

উল্লেখ্য যে,  ২০১৬ চনত উন্মোচিত হোৱা CASH FOR JOB কেলেংকাৰিত অধ্যক্ষ ৰাকেশ পালকে ধৰি ৫০ জনৰো অধিক অসামৰিক আৰু আৰক্ষী বিষয়াসহ প্ৰায় ৭০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। শৰ্মা আয়োগে প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ৰাকেশ পাল আৰু আয়োগৰ অভিযুক্ত আন আন সদস্যৰ কল ডিটেইলত প্ৰকাশ পাইছে যে আৰক্ষীকে ধৰি বহু বিশিষ্টলোক তেওঁলোকৰ সৈতে যোগাযোগত আছে।

আয়োগৰ মতে, “যদিও এইটো সঁচা যে কেৱল ইয়াৰ আধাৰতেই কাকোৱেই নেতিবাচকভাৱে ল’ব নোৱাৰি বা অবৈধ বাছনিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাথাকিবও পাৰে, তথাপি সেই বিশেষ পৰিস্থিতিত এপিএছচিৰ বৰমুৰীয়া সকলৰ পৰা নিৰ্দ্দিষ্ট কিছু লোকলৈ বা সেই নিৰ্দ্দিষ্ট কিছু লোকৰ পৰা এপিএছচিৰ শীৰ্ষস্থানীয় লোকলৈ ফোনকল অহাটো সন্দেহৰ উৰ্দ্ধত ৰাখিব নোৱাৰি আৰু  সেয়ে এয়া উদ্বেগৰ বিষয় হৈ পৰে।”

ন্যায়াধীশ শৰ্মাই কয় যে, একাংশ অবৈধ নিযুক্তিপ্ৰাপ্ত লোকৰ চাকৰি খাৰিজ কৰা হৈছে যদিও আৰু বহুতেই বৰ্তমানেও প্ৰশাসনত উচ্চ আৰু গুৰুত্বপূৰ্ণ পদবী দখল কৰি আছে। এনে অবৈধ নিযুক্তিপ্ৰাপ্তসকল প্ৰশাসনত কৰ্মৰত হৈ থকাটো কিমান সমীচিন তাক লৈয়ো প্ৰশ্ন তোলা হৈছে প্ৰতিবেদনত।

এনে অবৈধ চাকৰিয়ালৰ উপস্থিতিয়ে কেৱল প্ৰশাসনেই নহয়, জনসাধাৰণকো ক্ষতিগ্ৰস্ত কৰিব বুলি প্ৰতিবেদনত কোৱা হৈছে। আয়োগে এই সকলো আঁসোৱাহৰ প্ৰতি লক্ষ্য ৰাখি অতি কঠোৰ ব্যৱস্থা লোৱাৰ পোষকতা কৰিছে।

উল্লেখ্য যে, আয়োগে ২০১৩ চনৰ চিচিইৰ তদন্ত সমাপন কৰিছিল ২০২২ চনৰ মাৰ্চত আৰু ২০১৪ চনৰ চনৰ চিচিইৰ তদন্ত সমাপন কৰিছিল ২০২৩ চনৰ অক্টোবৰত।

Tags: APSC ScamBK SharmaCash For JobRakesh Pal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025