• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
25 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
May 5, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

মুখ্যমন্ত্ৰী হোৱাৰ স্বপ্নভংগ হ’ল গৌৰৱ গগৈৰ। বিজেপিৰ ঢৌত উটি গ’ল কংগ্ৰেছৰ চৰকাৰ গঠনৰ সপোন। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে  ১০২ খন আসনত জয়ী হয় বিজেপি মিত্ৰজোঁটে। আনহাতে ২১ খন আসনতে থমকি ৰয় কংগ্ৰেছ।

২০২৬ৰ নিৰ্বাচনত কেবল মুছলমানেহে বচালে কংগ্ৰেছ দলৰ সন্মান। ১৯ গৰাকী কংগ্ৰেছী বিধায়কৰ ১৮ জনেই মুছলমান। অসমৰ হিন্দু সমাজে প্ৰত্যাখ্যান কৰিছে কংগ্ৰেছক। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সংখ্যালঘু এলেকাতহে নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ সক্ষম হয় কংগ্ৰেছে।আনহাতে বিৰোধী মিত্ৰজোঁটৰ জয়ী প্ৰাৰ্থীৰ ভিতৰত কেৱল ২গৰাকীহে হিন্দু।

এইবাৰ পশ্চিম বংগৰ ৰাজনীতিত এক বৃহৎ টাৰ্নিং পইণ্ট দেখা যায়। বিজেপিয়ে ঐতিহাসিক জয় লাভ কৰি ২০০ আসনৰ সীমাত উপনীত হয়। এই বিজয়ে কেৱল ক্ষমতাৰ পৰিৱৰ্তনেই নহয়, দীৰ্ঘদিনীয়া ৰাজনৈতিক ধাৰাত নিৰ্ণায়ক পৰিৱৰ্তনকো সূচাইছে। বিজেপিয়ে টিএমচিৰ ১৫ বছৰীয়া শাসনৰ বিৰুদ্ধে অসন্তুষ্টি জগাই তুলি দুৰ্নীতি, নিবনুৱা সমস্যা, শাসন ব্যৱস্থা আদি বিষয়ত গুৰুত্ব দি পশ্চিমবংগৰ নিৰ্বাচনী আখ্যান সলনি কৰি তুলিছিল। মহিলা, যুৱক-যুৱতী, কৃষক, মধ্যবিত্ত শ্ৰেণীৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতিয়ে ব্যাপক সমৰ্থন লাভ কৰিছিল।

তামিলনাডুৰ ৰাজনীতিতো এক ঐতিহাসিক পৰিৱৰ্তন দেখা যায়। ৰাজনীতিত ভৰি থৈয়েই তামিলনাডুত বিজয়ধ্বজ্জা উৰুৱাবলৈ সক্ষম হয় ছুপাৰষ্টাৰ বিজয় থালাপতিয়ে।অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী হোৱাৰ দিশে দক্ষিণৰ ছুপাৰষ্টাৰ বিজয়। ৬০ বছৰ ধৰি তামিলনাডুত চলি থকা DMK আৰু AIDMK ক উৎখাত কৰে বিজয় থালাপতিয়ে।

যুদ্ধৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত ৱাশ্বিংটন আৰু তেহৰানে কোনো চুক্তিত উপনীত হোৱাত ব্যৰ্থ হোৱাৰ পিছত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। ইৰানে যুদ্ধবিৰতি উলংঘা কৰি সোমবাৰে সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলায়। ৮ এপ্ৰিলত যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত ইৰাণৰ এইটোৱেই প্ৰথম বৃহৎ সামৰিক পদক্ষেপ বুলি অনুমান কৰা হৈছে। ইউ এ ইৰ বিষয়াসকলে এই ভাবুকি নিশ্চিত কৰি কয় যে বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰিছে, আৰু বিমান প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰা হৈছে।

Tags: Latest newsmorning newsnews update

Related Posts

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, ঘৰৰ দুৱাৰমুখৰ পৰা বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী অসহায়ী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, ঘৰৰ দুৱাৰমুখৰ পৰা বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী অসহায়ী মাতৃৰ

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026
পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026

শীৰ্ষ সংবাদ

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, ঘৰৰ দুৱাৰমুখৰ পৰা বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী অসহায়ী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025