• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কংগ্ৰেছ মানেই কৰাপচন, কৰাপচন মানেই কংগ্ৰেছ : দিলীপ শইকীয়া

Nation NE by Nation NE
February 18, 2025
in Top News, অসম
0 0
সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বতে ‘২৬ৰ ৰণত নামিব বিজেপি

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে পুনৰ জোকাৰিছে ৰাজ্য। সোমবাৰে কোকৰাঝাৰত অনুষ্ঠিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দিনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবেদন দাখিল কৰিছিল।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, তেওঁৰ পুত্ৰ গৌৰৱ গগৈ, অখিল গগৈ, কমল কুমাৰ মেধি আদিৰ দৰে নেতাৰ সৈতে ৰাকেশ পালৰ সুসম্পৰ্ক থকা বুলি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে।

এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে। সংবাদমেলৰ জৰিয়তে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ভিত্তিত শীঘ্ৰেই অসম চৰকাৰক গোচৰ ৰুজু কৰাৰ দাবী জনাইছে।

সভাপতি শইকীয়াৰ মতে, ‘কংগ্ৰেছ মানেই কৰাপচন, কৰাপচন মানেই কংগ্ৰেছ’। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈকো এ পি এছ চি কেলেংকাৰীৰে সাঙুৰিলে সভাপতি দিলীপ শইকীয়াই।

ৰাকেশ পালক এ পি এছ চি কেলেংকাৰীৰ ‘কামাণ্ডাৰ-ইম-চীফ’ আখ্যা দি প্ৰতিবেদনত অভিযুক্ত কৰা প্ৰতিজনৰ বিৰুদ্ধে গোচৰ তৰাৰ দাবী জনাই সভাপতি শইকীয়াই।

ইফালে, এসময়ৰ কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ প্ৰাক্তন নেতা তথা বৰ্তমানৰ বিজেপি নেতা কমল কুমাৰ মেধিয়ে তিনি লাখ টকা লোৱা বুলি প্ৰতিবেদনত উল্লেখ থকা বিষয় সন্দৰ্ভতো সভাপতি শইকীয়াই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।

এ পি এছ চি কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱা কমল কুমাৰ মেধিক তদন্তকালত দলীয় বিষয়বাবৰ পৰা আঁতৰাই ৰখাৰ ইংগিত প্ৰদান কৰে সভাপতিগৰাকীয়ে।

তেওঁ লগতে অসমৰ যুৱ সমাজে কংগ্ৰেছৰ পৰা প্ৰায়শ্চিত্ত বিচাৰিছে বুলি উল্লেখ কৰি কংগ্ৰেছৰ দিনত হোৱা সকলোবোৰ নিযুক্তিক লৈ শ্বেতপত্ৰ প্ৰকাশৰো দাবী তোলে।

Tags: #Assam#CongressAPSCAPSC ScamDilip Saikia

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025