• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Uncategorized

আজিৰে পৰা আৰম্ভ আইচিচি চেম্পিয়নছ ট্ৰফী, জানক চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সম্পূৰ্ণ সময়সূচী

Nation NE by Nation NE
February 19, 2025
in Uncategorized
0 0
উন্মাদনা! মিনিটতে শেষ ভাৰত-পাকিস্তানৰ মাজৰ খেলৰ টিকট
Share on FacebookShare on TwitterWhatsApp

আজিৰে পৰা আৰম্ভ বিশ্ব ক্ৰিকেটৰ আন এক ২২ গজৰ মহাৰণ আইচিচি চেম্পিয়নছ ট্ৰফীৰ ৯ম ছিজন। পাকিস্তানত আৰম্ভ হব চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচ। কৰাচীৰ নেশ্যনেল বেংক ষ্টেডিয়ামত ডিফেণ্ডিং চেম্পিয়ন পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল।

প্ৰায় ৮ বছৰৰ পাছত এইবাৰ পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী। পিছে এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব। আচলতে প্ৰতিযোগিতাৰ বাবে বিচিচিআইয়ে পাকিস্তানলৈ পঠোৱা নাই টীম ইণ্ডিয়াক। এনে পৰিস্থিতিত টীম ইণ্ডিয়াই নিজৰ সকলো মেচ ডুবাইত খেলিব। ইয়াৰ বাহিৰে আন দলৰ মেচ কেৱল পাকিস্তানতেই অনুষ্ঠিত হ’ব।

বিয়লি ২:৩০বজাৰ পৰা অনুষ্ঠিত হ’ব এই খেল।এই খেলৰ পূৰ্বে টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰবীণ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে প্ৰতিযোগিতাখনক লৈ নিজৰ অনুভৱ প্ৰকাশ কৰিছে।

কেৱল এয়াই নহয়, চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিব পৰা ৪টা দলৰ নাম তেওঁ ভৱিষ্যদ্বাণী কৰিছে।

এই সন্মানীয় প্ৰতিযোগিতাখনৰ বাবে আটাইকেইটা দলকে দুটা গ্ৰুপত স্থান দিয়া হৈছে। টীম ইণ্ডিয়াৰ বাহিৰেও প্ৰথম গ্ৰুপত নিউজিলেণ্ড, পাকিস্তান, বাংলাদেশ অন্তৰ্ভুক্ত। আনহাতে দ্বিতীয় গ্ৰুপত অষ্ট্ৰেলিয়া, ইংলেণ্ড, আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ দলক স্থান দিয়া হৈছে। ভাৰতীয় কিংবদন্তিগৰাকীয়ে ছেমি ফাইনেলৰ বাবে প্ৰথম গ্ৰুপৰ পৰা ভাৰত আৰু নিউজিলেণ্ডক নিৰ্বাচিত কৰাৰ বিপৰীতে দ্বিতীয় গ্ৰুপৰ পৰা অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডক নিৰ্বাচিত কৰিছে।

ৰবিচন্দ্ৰন অশ্বিনেও বৰ্তমানৰ শক্তি আৰু ভাৰসাম্যৰ ওপৰত ভিত্তি কৰি সকলো দলকে নম্বৰ দিছে। য’ত ভাৰত আৰু নিউজিলেণ্ডৰ দলে ১০০ৰ ভিতৰত সৰ্বাধিক ৮৫-৮৫ পইণ্ট লাভ কৰে। ইংলেণ্ডক ৮১ পইণ্ট আৰু অষ্ট্ৰেলিয়াক ৭৮ পইণ্ট দিছে।

আমোদজনক কথাটো হ’ল ভাৰতীয় কিংবদন্তিগৰাকীয়ে আফগানিস্তানৰ দলটোক ৭০ পইণ্টেৰে পঞ্চম স্থানত স্থান দিছে৷ দক্ষিণ আফ্ৰিকা, পাকিস্তান আৰু বাংলাদেশ দলে ক্ৰমে ৬৮, ৫৫ আৰু ৪০ পইণ্টেৰে ষষ্ঠ, সপ্তম আৰু অষ্টম স্থানত আছে।

কথা-বতৰাৰ সময়ত অশ্বিনে কয় যে, যদিহে যশপ্ৰীত বুমৰাহে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলেহেতেন, তেতিয়া হয়তো টীম ইণ্ডিয়াক তেওঁ ১০০ৰ ভিতৰত ৯০ পইন্ট দিলেহেঁতেন।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সমপূৰ্ণ সময়সূচীখন হ’ল –

১৯ ফেব্ৰুৱাৰী- পাকিস্তান বনাম নিউজিলেণ্ড
২০ ফেব্ৰুৱাৰী- বাংলাদেশ বনাম ভাৰত

২১ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা
২২ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড
২৩ ফেব্ৰুৱাৰী- পাকিস্তান বনাম ভাৰত
২৪ ফেব্ৰুৱাৰী- বাংলাদেশ বনাম নিউজিলেণ্ড
২৫ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা
২৬ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম ইংলেণ্ড
২৭ ফেব্ৰুৱাৰী- পাকিস্তান বনাম বাংলাদেশ
২৮ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম অষ্ট্ৰেলিয়া
১ মাৰ্চ- দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড
২ মাৰ্চ- নিউজিলেণ্ড বনাম ভাৰত
SF1- ৪ মাৰ্চ, ছেমিফাইনেল ১
SF2- ৫ মাৰ্চ, ছেমিফাইনেল ২
ফাইনেল – ৯ মাৰ্চ

Tags: #cricketChampions TrophySports

Related Posts

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ
Uncategorized

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বন্ধ হৈ থকা ১৪টা পৰ্যটনস্থলী পুনৰ মুকলি, উপ-ৰাজ্যপালৰ নিৰ্দেশ

February 17, 2026
PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…
Uncategorized

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

February 12, 2026
পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?
Uncategorized

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

February 6, 2026
নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?
Top News

নেতান্যায়াহু -ট্ৰাম্পৰ নতুন পৰিকল্পনা! ইৰাণক আক্ৰমণ কৰিবলৈ পুনৰ সাজু নেকি ইজৰাইল?

December 21, 2025
বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…
Uncategorized

বাৰাণসীৰ মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ নিৰ্দেশ, জানক কিয় লোৱা হ’ল এই সিদ্ধান্ত…

November 26, 2025
শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…
Uncategorized

শৰীৰত সুখী হৰম’ন বৃদ্ধি কৰিবলৈ কি কৰিব? জানক সবিশেষ…

November 24, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025