• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Nation NE by Nation NE
March 12, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান সামাজিক মাধ্যমত এক ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত এজন ব্যক্তিয়ে এনে এটা পদক্ষেপ লৈছে, যি দেখি সকলোৰে চকু কঁপালত উঠিছে। মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা উত্তেজনা আৰু ইন্ধনৰ সংকটৰ সম্ভাৱনাৰ বাবে এই লোকজনে এনেকুৱা এক পদক্ষেপ লৈছে যে পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীও আচৰিত হয়। এতিয়া এই ভিডিঅ’টো অনলাইনত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে, আৰু ইয়াৰ ওপৰত মানুহে বিভিন্ন ধেমেলীয়া প্ৰতিক্ৰিয়া দিছে।

ভাইৰেল ভিডিঅ’টোত এজন ব্যক্তিয়ে বাইক বা গাড়ী লৈ নহয়, ভৰ্তি টেংকাৰ লৈ পেট্ৰ’ল পাম্পত উপস্থিত হৈছে। টেংকাৰখন ৰখাই দিয়াৰ পিছত ওপৰলৈ উঠি নজেলৰ পৰা পেট্ৰল ভৰাবলৈ আৰম্ভ কৰে। সাধাৰণতে মানুহে কেইলিটাৰমান বা সৰ্বাধিক ৫০-৬০ লিটাৰ ভৰায়, কিন্তু এই পৰিস্থিতি সম্পূৰ্ণ বেলেগ। খবৰ পোৱা গৈছে যে এই টেংকাৰখনত প্ৰায় ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰোৱা হৈছিল।

ভিডিঅ’টোত দাবী কৰা হৈছে যে, মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱাৰ খবৰ পাই লোকজন আতংকিত হৈ পৰিছিল। পৰিস্থিতি আৰু অধিক অস্থিৰ হ’লে পেট্ৰ’লৰ যোগানত প্ৰভাৱ পৰিব পাৰে আৰু হঠাতে দাম বৃদ্ধি হ’ব পাৰে বুলি তেওঁ আশংকা কৰে। এই আশংকাই তেওঁক আগতীয়াকৈ বৃহৎ পৰিমাণৰ পেট্ৰ’ল মজুত কৰিবলৈ প্ৰেৰণা দিয়ে। সেয়ে গোটেই টেংকাৰখন পেট্ৰল পাম্পলৈ লৈ গৈ হাজাৰ হাজাৰ লিটাৰ ভৰাই লয়।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে দ্ৰুতগতিত ভাইৰেল হৈ পৰে। মানুহে ইয়াক বিভিন্ন প্লেটফৰ্মত শ্বেয়াৰ কৰি বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Tags: Middle EastPetrolWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025