• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 29, 2025
29 °c
Guwahati
29 ° Wed
29 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী

    আজি উৰিয়ামঘাটৰ শ শ বিঘা মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    বিশ্বনাথত এগৰাকী কিশোৰীৰ সৈতে অপকৰ্ম এজন লম্পটৰ

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    ১জন ২জন নহয় ৪জনকৈ পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ এইগৰাকী মহিলাৰ বিৰুদ্ধে স্বামীৰ

    দেওবাৰৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    নিৰাপত্তাৰক্ষীৰ সফলতা; মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      স্বৰ্ণ পদক জয়ী ১৭ বছৰীয়া ভাৰোত্তোলকৰ কৰুণ মৃত্যু; ডিঙিত পৰিল ২৭০ কিলোগ্ৰাম ওজন…

      Nation NE by Nation NE
      February 19, 2025
      in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
      0 0
      স্বৰ্ণ পদক জয়ী ১৭ বছৰীয়া ভাৰোত্তোলকৰ কৰুণ মৃত্যু; ডিঙিত পৰিল ২৭০ কিলোগ্ৰাম ওজন…
      Share on FacebookShare on TwitterWhatsApp

      ৰাজস্থানৰ বিকানেৰৰ পৰা আহিছে এটা হৃদয় বিদাৰক খবৰ। ভাৰোত্তোলনৰ সময়ত মহিলা ভাৰোত্তোলক য়াস্তিকা আচাৰ্যই কৰুণ মৃত্যুক সাৱটি লয়। কিছু দিন পূৰ্বে গোৱাত অনুষ্ঠিত হোৱা ৩৩ সংখ্যক নেচনেল বেঞ্চ প্ৰেছ চেম্পিয়নছিপৰ ইকুইপড কেটেগৰীত য়াস্তিকাই স্বৰ্ণ আৰু ক্লাছিক কেটেগৰীত ৰূপৰ পদক জয়ী হৈছিল।

      নেচনেল চেম্পিয়নৰ খিতাপ অৰ্জন কৰা য়াস্তিকাই ষ্টেট টুৰ্ণামেণ্টৰ বাবে প্ৰস্তুতি চলাই আছিল। য়াস্তিকাৰ পিতৃ ঐশ্বৰ্য আচাৰ্য পেচাত এজন ঠিকাদাৰ।

      মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত বিকানেৰৰ আচাৰ্য চ’কৰ বাসিন্দা য়াস্তিকাই নিয়মীয়া অনুশীলনত ব্যস্ত আছিল। অনুশীলনৰ সময়ত তেওঁৰ প্ৰশিক্ষকো তেওঁৰ লগত আছিল। অনুশীলন কৰি থকা সময়তে হঠাৎ য়াস্তিকাৰ ডিঙিত পৰে ২৭০ কিলোগ্ৰাম ওজনযুক্ত ডাম্বেল। লগে লগে তেওঁৰ আশে পাশে অনুশীলনত ব্যস্ত থকা আন খেলুৱৈসকলে তেওঁৰ শৰীৰৰ পৰা ওজনসমূহ আঁতৰাই দিয়ে।

      ১৭ বছৰীয়া য়াষ্টিকা আচাৰ্যক প্ৰথমে চিপিআৰ আৰু জিমতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল। কিন্তু সংজ্ঞা ঘূৰাই নোপোৱাত লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

      Tags: PowerlifterYashtika Acharya

      Related Posts

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      ৰাষ্ট্ৰীয়

      ইউৰিক এচিডৰ সমস্যাত ভুগিলে এনেধৰণৰ খাদ্য পৰিহাৰ কৰিব লাগে…

      July 29, 2025
      সন্তান জন্ম দিবলৈ পিতৃক পেইড লিভৰ অধীনত ৩০ দিনৰ ছুটীৰ ঘোষণা!
      Top News

      বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ১৮ জন নিহত হোৱাৰ লগতে ৩০ৰো অধিক আহত
      Top News

      বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ১৮ জন নিহত হোৱাৰ লগতে ৩০ৰো অধিক আহত

      July 29, 2025
      অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী
      Top News

      অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী

      July 29, 2025
      জীৱনদান লাভ কৰিলে ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াই! গ্ৰেণ্ড মুফতিৰ কাৰ্যালয়ৰ দাবী…
      Top News

      জীৱনদান লাভ কৰিলে ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াই! গ্ৰেণ্ড মুফতিৰ কাৰ্যালয়ৰ দাবী…

      July 29, 2025
      আজি উৰিয়ামঘাটৰ শ শ বিঘা মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান
      Top News

      আজি উৰিয়ামঘাটৰ শ শ বিঘা মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান

      July 29, 2025

      শীৰ্ষ সংবাদ

      ইউৰিক এচিডৰ সমস্যাত ভুগিলে এনেধৰণৰ খাদ্য পৰিহাৰ কৰিব লাগে…

      সন্তান জন্ম দিবলৈ পিতৃক পেইড লিভৰ অধীনত ৩০ দিনৰ ছুটীৰ ঘোষণা!

      বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ১৮ জন নিহত হোৱাৰ লগতে ৩০ৰো অধিক আহত

      অনা অসমীয়াৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে হোটেলৰ কৰ্মচাৰী

      জীৱনদান লাভ কৰিলে ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াই! গ্ৰেণ্ড মুফতিৰ কাৰ্যালয়ৰ দাবী…

      আজি উৰিয়ামঘাটৰ শ শ বিঘা মাটিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist