• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
18 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গুৱাহাটীৰ ছাউথ পইন্ট স্কুলত কাৰ্যকৰ্তাৰ বৌদ্ধিক বৰ্গত মোহন ভাগৱত

Nation NE by Nation NE
February 23, 2025
in Top News, অসম
0 0
গুৱাহাটীৰ ছাউথ পইন্ট স্কুলত কাৰ্যকৰ্তাৰ বৌদ্ধিক বৰ্গত মোহন ভাগৱত
Share on FacebookShare on TwitterWhatsApp

২১ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰম পূজনীয় সৰসংঘচালক ডা°মোহন ভাগৱত অসমত উপস্হিত হৈ কেবাটাও কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে আজি পুৱা গুৱাহাটীৰ বৰ্ষাপাৰাৰ ছাউথ পইন্ট স্কুলত গুৱাহাটী মহানগৰৰ শাখা টোলী আৰু ইয়াৰ ওপৰৰ কাৰ্যকৰ্তাৰ এক বৌদ্ধিক কাৰ্যক্ৰম অনুষ্ঠিত হয়।

অনুষ্ঠানত মহানগৰৰ সহস্ৰাধিক স্বয়ংসেৱকৰ উপস্থিতিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱতে বৌদ্ধিক প্ৰদান কৰে। মূলতঃ ভাগৱতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষত সংগঠনটোৰ কাৰ্য বিস্তাৰ, কাৰ্য দৃঢ়িকৰণ, শাখাৰ দ্বাৰা সমাজ পৰিৱৰ্তন আদি বিষয় সমূহ কিদৰে সমাজৰ মাজলৈ নিব পাৰি এই সন্দৰ্ভত স্বয়ংসেৱক সকলৰ লগত মত -বিনিময় কৰে।

আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমাজ পৰিৱৰ্তনৰ দিশত কৰি অহা পঞ্চ পৰিৱৰ্তনৰ বিষয় সমূহ যেনে – সামাজিক সমৰসতা, নাগৰিক কৰ্তব্য, পৰ্যাৱৰণ, স্বদেশী সামগ্ৰী ব্যৱহাৰ, কুটুম্ব প্ৰবোধন আদি বিষয় সমূহ স্বয়ংসেৱক সকলৰ জড়িয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ কেনেদৰে লৈ যাব পাৰে তাৰ ওপৰতো ভাগৱতে বক্তব্য প্ৰদান কৰে।

আবেলি মহানগৰৰ এটা বিদ্যাৰ্থী শাখাত উপস্থিত হৈ শাখা টোলীৰ বৈঠকত অংশগ্ৰহণ কৰে।

উল্লেখ্য, ২৬ ফেব্ৰুৱাৰীৰ পুৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতে অৰুণাচললৈ বুলি ৰাওনা হ’ব বুলি প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে একেটা বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ৷

Tags: GuwahatiMohan BhagwatRSS

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025