• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গুৱাহাটীৰ ছাউথ পইন্ট স্কুলত কাৰ্যকৰ্তাৰ বৌদ্ধিক বৰ্গত মোহন ভাগৱত

Nation NE by Nation NE
February 23, 2025
in Top News, অসম
0 0
গুৱাহাটীৰ ছাউথ পইন্ট স্কুলত কাৰ্যকৰ্তাৰ বৌদ্ধিক বৰ্গত মোহন ভাগৱত
Share on FacebookShare on TwitterWhatsApp

২১ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰম পূজনীয় সৰসংঘচালক ডা°মোহন ভাগৱত অসমত উপস্হিত হৈ কেবাটাও কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে আজি পুৱা গুৱাহাটীৰ বৰ্ষাপাৰাৰ ছাউথ পইন্ট স্কুলত গুৱাহাটী মহানগৰৰ শাখা টোলী আৰু ইয়াৰ ওপৰৰ কাৰ্যকৰ্তাৰ এক বৌদ্ধিক কাৰ্যক্ৰম অনুষ্ঠিত হয়।

অনুষ্ঠানত মহানগৰৰ সহস্ৰাধিক স্বয়ংসেৱকৰ উপস্থিতিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহন ভাগৱতে বৌদ্ধিক প্ৰদান কৰে। মূলতঃ ভাগৱতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষত সংগঠনটোৰ কাৰ্য বিস্তাৰ, কাৰ্য দৃঢ়িকৰণ, শাখাৰ দ্বাৰা সমাজ পৰিৱৰ্তন আদি বিষয় সমূহ কিদৰে সমাজৰ মাজলৈ নিব পাৰি এই সন্দৰ্ভত স্বয়ংসেৱক সকলৰ লগত মত -বিনিময় কৰে।

আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমাজ পৰিৱৰ্তনৰ দিশত কৰি অহা পঞ্চ পৰিৱৰ্তনৰ বিষয় সমূহ যেনে – সামাজিক সমৰসতা, নাগৰিক কৰ্তব্য, পৰ্যাৱৰণ, স্বদেশী সামগ্ৰী ব্যৱহাৰ, কুটুম্ব প্ৰবোধন আদি বিষয় সমূহ স্বয়ংসেৱক সকলৰ জড়িয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ কেনেদৰে লৈ যাব পাৰে তাৰ ওপৰতো ভাগৱতে বক্তব্য প্ৰদান কৰে।

আবেলি মহানগৰৰ এটা বিদ্যাৰ্থী শাখাত উপস্থিত হৈ শাখা টোলীৰ বৈঠকত অংশগ্ৰহণ কৰে।

উল্লেখ্য, ২৬ ফেব্ৰুৱাৰীৰ পুৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতে অৰুণাচললৈ বুলি ৰাওনা হ’ব বুলি প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে একেটা বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ৷

Tags: GuwahatiMohan BhagwatRSS

Related Posts

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

April 27, 2026
পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026

শীৰ্ষ সংবাদ

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025