• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছিৰিয়াৰ ৰাজধানীত বৃদ্ধি অস্থিৰতা! কিন্তু কিয়?

Nation NE by Nation NE
February 26, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ছিৰিয়াৰ ৰাজধানীত বৃদ্ধি অস্থিৰতা! কিন্তু কিয়?
Share on FacebookShare on TwitterWhatsApp

২৫ ফেব্ৰুৱাৰীত ছিৰিয়াৰ ৰাজধানী ডামাস্কাছ আৰু দক্ষিণ প্ৰদেশ দাৰাত বিমান আক্ৰমণ চলায় ইজৰাইলৰ যুদ্ধ বিমানে। নিৰাপত্তা সূত্ৰ আৰু ছিৰিয়াৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি, এই আক্ৰমণত সামৰিক স্থানক লক্ষ্য কৰি লোৱা হৈছিল।

ডামাস্কাছৰ বাসিন্দাসকলে নিশা কেইবাটাও বিস্ফোৰণ আৰু যুদ্ধ বিমানৰ শব্দ শুনিবলৈ পায়। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে এই বিমান আক্ৰমণ নিশ্চিত কৰিছে।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী কাটজে কয় যে, ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ বাফাৰ জ’ন ছিৰিয়া বাহিনী বা সন্ত্ৰাসবাদী সংগঠনে উলংঘা কৰাত বাধা দিবলৈ এই আক্ৰমণ সংঘটিত কৰা হৈছে। কাটজে লগতে কয় যে, তেওঁলোকে দক্ষিণ ছিৰিয়াক দক্ষিণ লেবানন হ’বলৈ নিদিয়ে।

ছিৰিয়াৰ নিৰাপত্তা সূত্ৰ অনুসৰি, ইজৰাইলৰ বিমানে ডামাস্কাছৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কিছৱা চহৰৰ এটা সামৰিক স্থানক লক্ষ্য কৰি লৈছিল। খবৰ অনুসৰি, এই আক্ৰমণত ২জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে আহত হয় কেইবাজনো লোক।

আৰবী কাকত আল-হাদাথে কয় যে, এই বিমান আক্ৰমণত ডামাস্কাছৰ বাহিৰৰ অঞ্চলত সামৰিক বাহনৰ এটা দলক লক্ষ্য কৰি লোৱা হৈছে।

ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে শেহতীয়াকৈ কয় যে, ইজৰাইলে দক্ষিণ ছিৰিয়াত হায়াত-তাহৰিৰ আল-শ্বাম (এইচটিএছ) বা আন কোনো বিদ্ৰোহী শক্তিৰ উপস্থিতি সহ্য নকৰে।

Tags: IsraelMiddle EastSyria

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025