• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 7, 2026
26 °c
Guwahati
26 ° Fri
26 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জাৰ্মানীৰ আদালতৰ বাহিৰত প্ৰচণ্ড গুলীয়াগুলী; চলি আছিল বক্সাৰ নিমানী হত্যাকাণ্ডৰ শুনানি

Nation NE by Nation NE
February 26, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
জাৰ্মানীৰ আদালতৰ বাহিৰত প্ৰচণ্ড গুলীয়াগুলী; চলি আছিল বক্সাৰ নিমানী হত্যাকাণ্ডৰ শুনানি
Share on FacebookShare on TwitterWhatsApp

জাৰ্মানীৰ বিলেফেল্ড চহৰৰ এখন আদালতৰ বাহিৰত তীব্ৰ গুলীচালনা সংঘটিত হোৱাৰ খবৰ আহিছে। পেছাদাৰী বক্সাৰ বেছাৰ নিমানীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত হুছেইন আক্কুৰ্টৰ গোচৰৰ শুনানিৰ সময়ত আদালতৰ বাহিৰত গুলীচালনা হয়।

স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১:৩০ বজাত আদালতৰ প্ৰস্থান গেটৰ পৰা ১৫০ মিটাৰ দূৰত্বত সংঘটিত হয় এই গুলীচালনা। আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি এই আক্ৰমণত তিনিজন লোক আহত হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। আনহাতে দ্বিতীয়গৰাকী গুলীচালনাকাৰীয়ে ঘটনাস্থলৰ আশে পাশে কোনো অঞ্চলত লুকুৱাই থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। দ্বিতীয়গৰাকী দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে।

চলিত বৰ্ষৰ জানুৱাৰী মাহৰ শেষৰ ফালে হুছেইন আক্কুৰ্টৰ বিচাৰ আৰম্ভ হৈছিল আৰু এই গোচৰৰ সৈতে জড়িত সকলোৰে সুৰক্ষা নিশ্চিত কৰিবলৈ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এই আক্ৰমণৰ পিছত আদালতত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিৰ ওপৰত পুংখানুপুংখভাৱে তালাচী চলোৱা হয়।

পেছাদাৰী বক্সাৰ বেছাৰ নিমানীক গুলীয়াই হত্যা কৰাৰ অভিযোগত অভিযুক্ত হুছেইন আক্কুৰ্ট (৩৮)ৰ বিচাৰ আজি পুৱা আৰম্ভ হয়। ২০২৪ চনৰ জুলাই মাহত বেলজিয়াম আৰক্ষীৰ সহায়ত ব্ৰাছেলছৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক। এই গোচৰৰ দ্বিতীয়জন সন্দেহযুক্ত আয়মান দাউদ কিৰিট এতিয়াও পলাতক হৈ আছে।

উল্লেখ্য যে, ২০২৩ চনৰ মাৰ্চ মাহত বক্সাৰ বেছাৰ নিমানীক হত্যা কৰা হৈছিল। কোৱা হৈছে যে তেওঁৰ হত্যাকাণ্ডত আণ্ডাৰৱৰ্ল্ড জড়িত হৈ আছে।

১৯৯৭ চনত ক’ছ’ভ’ যুদ্ধৰ সময়ত জাৰ্মানীত আশ্ৰয় লৈছিল বক্সাৰ বেছাৰ নিমানীয়ে। তেওঁৰ বক্সিং কেৰিয়াৰ আছিল অতি চমকপ্ৰদ। কেৰিয়াৰৰ ২৭খন মেচৰ ভিতৰত ২৬খন খেলত জয়লাভ কৰা নিমানীয়ে ২০১৯ চনত পেছাদাৰী বক্সিঙৰ পৰা অৱসৰ গ্ৰহণ কৰে।

Tags: CourtGermanyShooting

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025