• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
27 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছি: ! ৭৪ বছৰীয়া বৃদ্ধৰ কামনাৰ লাজ লগা কাণ্ড

Nation NE by Nation NE
March 4, 2025
in Top News, অসম
0 0
ছি: ! ৭৪ বছৰীয়া বৃদ্ধৰ কামনাৰ লাজ লগা কাণ্ড
Share on FacebookShare on TwitterWhatsApp

৭৪ বছৰীয়া বৃদ্ধৰ কু-কাণ্ডই লজ্জানত কৰিছে সমগ্ৰ মানৱ সমাজক। চিচিবৰগাঁৱৰ সমীপৰ টকৌবাৰী গাঁৱত সংঘটিত হৈছে মানৱ সভ্যতাক লজ্জানত কৰা এই নিকৃষ্ট ঘটনা।

এটা ৭৪ বছৰীয়া বৃদ্ধ লম্পটৰ কামনাৰ বলি হয় এগৰাকী দ্বিতীয় শ্ৰেণীত অধ্যনৰত ৭ বছৰীয়া শিশু। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ২ মাৰ্চত আবেলি প্ৰায় ৩ মান বজাত লগৰ কেইটিমান শিশুৰ লগত ঘৰৰ কাষৰে এঘৰত খেলি আছিল শিশুটি।

সেই সময়তে শিশুটিৰ ককাকৰ লগৰ চুবুৰীয়া বীৰেণ চুতীয়া নামৰ ৭৪ বছৰীয়া লম্পতটোৱে শিশুটিৰ হাতত ধৰি কাষতে থকা হাবিৰ মাজলৈ টানি নিয়ে। ইয়াৰ পিছতেই শিশুটিৰ সৈতে নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰে।

আধাঘণ্টামানৰ পিছতেই শিশুটিৰ বান্ধৱী এগৰাকীয়ে উক্ত ঘটনাটোৰ বিষয়ে শিশুটিৰ মাকক অৱগত কৰাত হুৱা-দুৱা লাগে আৰু শিশুটিক হাবিৰ মাজৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এই ঘটনা সন্দৰ্ভত শিশুটিৰ পৰিয়ালে ২ মাৰ্চৰ নিশাই চিচিবৰগাঁও আৰক্ষী চকীত লম্পট বীৰেণ চুতীয়াৰ বিৰুদ্ধে এজাহাৰ দিয়ে যদিও সেই অঞ্চলৰ পৰা বীৰেণ চুতীয়াই পলায়ন কৰে।

৩ মাৰ্চত ঘটনাস্থলীত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষীৰ উচ্চ পৰ্য্যায়ৰ বিষয়া সকল উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। শিশুটিৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে লম্পট বীৰেণ চুতীয়াক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনায়।

Tags: #AssamDHEMAJIOLD MAN

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025