• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
25 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এতিয়াৰে পৰা ‘মিঞা-টিয়া-পাকিস্তানী’ বুলি ক’লেও অপৰাধ নহয় : সৰ্বোচ্চ ন্যায়ালয়

Nation NE by Nation NE
March 4, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
এতিয়াৰে পৰা ‘মিঞা-টিয়া-পাকিস্তানী’ বুলি ক’লেও অপৰাধ নহয় : সৰ্বোচ্চ ন্যায়ালয়

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দেশত কোনো লোককে ‘মিঞা-টিয়া’ আৰু ‘পাকিস্তানী’ বুলি কোৱাটো অপৰাধ নহয়। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই মন্তব্য কৰিছে। এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে কোনো ব্যক্তিক ‘মিঞা-টিয়া’ আৰু ‘পাকিস্তানী’ বুলি কোৱাটো অনুচিত হ’ব পাৰে, কিন্তু ভাৰতীয় দণ্ডবিধিৰ ২৯৮ ধাৰাত ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অপৰাধ বুলি গণ্য কৰিব নোৱাৰি।

ন্যায়াধীশ ভি বি নাগৰত্না আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে এই সিদ্ধান্তৰ জৰিয়তে হৰিনাৰায়ণ সিঙৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ খাৰিজ কৰে।

উল্লেখ্য যে, হৰিনাৰায়ণ সিঙৰ বিৰুদ্ধে এই গোচৰটো বোকাৰোৰ চাছ মহকুমা কাৰ্যালয়ত কৰ্মৰত উৰ্দু অনুবাদক মহম্মদ ছামিমুদ্দিনে দাখিল কৰিছিল। তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ কৰা অপমানজনক শব্দই তেওঁৰ ধৰ্মীয় আৱেগক আঘাত কৰা বুলি অভিযোগ কৰিছিল।

মহম্মদ ছামিমুদ্দিনৰ মতে, যেতিয়া তেওঁ আৰ টি আইৰ আবেদনৰ সৈতে জড়িত তথ্য দিবলৈ হৰিনাৰায়ণ সিঙক লগ কৰিবলৈ গৈছিল, তেতিয়া তেওঁৰ ধৰ্মৰ কথা উল্লেখ কৰি তেওঁক ‘মিঞা-টিয়া’ আৰু ‘পাকিস্তানী’ বুলি কৈছিল।

এই ঘটনাৰ তদন্তৰ পিছত আৰক্ষীয়ে হৰিনাৰায়ণ সিঙৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। ইয়াৰ পিছত ২০২১ চনৰ জুলাইত দণ্ডাধীশে তেওঁলৈ চমন জাৰি কৰে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৩, ধাৰা ২৯৮ আৰু ধাৰা ৫০৪ৰ অধীনত অভিযোগ উত্থাপন কৰা হৈছিল।

ইয়াৰ পিছত হৰিনাৰায়ণ সিঙে জিলা আদালত, ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত মুখথেকেচা খোৱাৰ পিছত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। আৰু সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টো চালি জাৰি চাই সিঙৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ খাৰিজ কৰে।

Tags: MiyanPakistaniSupreme Court

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025