• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
27 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি এইসকল জাতক-জাতিকাৰ বাবে আজিৰ দিনটো বিশেষ… পঢ়ক ৰাশিফল

Nation NE by Nation NE
March 12, 2025
in Top News, অসম
0 0
ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : কেৰিয়াৰত অগ্ৰগতিৰ লক্ষণ দেখা গৈছে। নিয়োজিত লোকে দৰমহা বৃদ্ধি বা পদোন্নতি পাব পাৰে। ব্যৱসায়ীসকলৰ বাবেও লাভৰ উন্মেষ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব আৰু বিবাহিত জীৱনত সুখ থাকিব। আপুনি নতুন পৰিকল্পনাৰ কাম আৰম্ভ কৰিব পাৰে। শুভ সংখ্যা ১৩, শুভ ৰং-হালধীয়া।

বৃষ ৰাশি : আজি ব্যৱসায়ীৰ বাবে ভাল দিন। আত্মনিৰীক্ষণ আৰু মানসিক শান্তিৰ বাবে এটা ভাল দিন হ’ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে, যিবোৰ আপুনি সফলতাৰে পালন কৰিব।পাৰিবাৰিক জীৱনত সমন্বয় বজাই ৰাখক আৰু সৰু সৰু কথাবোৰক আওকাণ কৰিবলৈ চেষ্টা কৰক। শুভ সংখ্যা ৩, শুভ ৰং-শুভ্ৰ।

মিথুন ৰাশি : আজি সামাজিক কাম-কাজ আৰু বন্ধু-বান্ধৱীৰ সৈতে সময় কটোৱাৰ বাবে এটা ভাল দিন হ’ব। কৰ্মক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব পাৰে, কিন্তু আপুনি সেইবোৰ দক্ষতাৰে চম্ভালিব। আপুনি হয়তো পুৰণি বন্ধুক লগ পাব। শুভ সংখ্যা ৮, শুভ ৰং কমলা।

কৰ্কট ৰাশি : বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। কেৰিয়াৰত কিছু বাধা আহিব পাৰে, কিন্তু ধৈৰ্য্য আৰু কঠোৰ পৰিশ্ৰম কৰিলে আপুনি সফলতা লাভ কৰিব। পাৰিবাৰিক জীৱন সুখী হ’ব। আপুনি হয়তো কোনো প্ৰভাৱশালী ব্যক্তিক লগ পাব। শুভ সংখ্যা ১, শুভ ৰং নীলা।

সিংহ ৰাশি : ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকে। নতুন অংশীদাৰিত্বৰ দ্বাৰা আপুনি লাভৱান হ’ব। বিবাহিত জীৱনটো মধুৰ হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হওক। অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰি ধন ব্যৱস্থাপনাত মনোনিৱেশ কৰক। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। শুভ সংখ্যা ৫, শুভ ৰং আকাশী নীলা।

কন্যা ৰাশি : আজি শিক্ষা আৰু জ্ঞান বৃদ্ধিৰ দিন। ছাত্ৰ-ছাত্ৰী আৰু গৱেষকে ভাল ফলাফল লাভ কৰিব পাৰে। ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰামৰ্শৰ শলাগ লোৱা হ’ব। আপুনি হয়তো পুৰণি বন্ধুৰ লগত কথা-বতৰা পাতিছে, যিয়ে আপোনাক সুখী কৰি তুলিব। শুভ সংখ্যা ৪, শুভ ৰং ৰঙা।

তুলা ৰাশি: আজি আপুনি নতুন ব্যৱসায় আৰম্ভ নকৰিব। কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব। কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে। আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে। শুভ সংখ্যা ৫, শুভ ৰং মটীয়া।

বৃশ্চিক ৰাশি: কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হওক। প্ৰশংসা লাভ হʼব। জীৱনটো ভাল বন্ধুত্বপূৰ্ণ হʼব। পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব। শুভ সংখ্যা ৭, শুভ ৰং আকাশী।

ধনু ৰাশি: শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব। বিদেশলৈ অধ্যয়নৰ বাবে যাব পাৰে। আজি কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক৷ আপোনাৰ আজি ভাগ্য ভাল। ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব। শুভ সংখ্যা ২, শুভ ৰং গেৰুৱা।

মকৰ ৰাশি: আপুনি সাজু হৈ থাকক। আপুনি আজি বিভিন্ন পৰামর্শ পাব, ভাল পৰামর্শ। সেই পৰামর্শ মতে আপোনাৰ নিজৰ কর্মত মনোযোগ দিব, প্ৰায় সফল হʼব। আপুনি নিজৰ মতে চাব আপুনি সফল হʼব। শুভ সংখ্যা ৮, শুভ ৰং কলা।

কুম্ভ ৰাশি: আজি আপুনি নতুন কিবা ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে। আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে। হতাশ নহব, পুনৰ চেষ্টা কৰক। যি ধৈৰ্যশীল হয় তেৱেঁই লাভৱান হয়। শুভ সংখ্যা ১, শুভ ৰং শুভ্ৰ।

মীন ৰাশি:  আজি নতুন ব্যৱসায় আৰম্ভণি কৰাৰ বাবে ভাল দিন। কৰ্মজীৱনত আপোনাক নতুন কৰ্ম লক্ষ্য থাকিব। নিজৰ কৰ্মত মনোযোগ দিব। কামত অধিক ব্যস্ত হʼব পাৰে। কৰ্ম কৰিলে লক্ষ্যত সফল হʼব। আজি ভাগ্য ভাল। শুভ সংখ্যা ৫, শুভ ৰং ৰঙা।

Tags: #AssamDaily HororscopeHoroscopeWednesday

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025