• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
21 °c
Guwahati
20 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

খেল খেলি থকা অৱস্থাতেই পুত্ৰৰ সন্মুখত মৃত্যু পিতৃৰ

Nation NE by Nation NE
July 6, 2024
in ক্ৰীড়া, আন্তঃ ৰাষ্ট্ৰীয়
0 0
খেল খেলি থকা অৱস্থাতেই পুত্ৰৰ সন্মুখত মৃত্যু পিতৃৰ
Share on FacebookShare on TwitterWhatsApp

ক্ৰীড়া ক্ষেত্ৰৰ পৰা আহিছে এক হৃদয় বিদাৰক খবৰ। খেল চলি থকাৰ মাজতেই মৃত্যু ঘটিল বাংলাদেশৰ শীৰ্ষ দবা খেলুৱৈৰ। ৫ জুলাইত বাংলাদেশৰ জনপ্ৰিয় দবা খেলুৱৈ জিয়াউৰ ৰহমানে মৃত্যুক সাৱটি লয়।

জানিব পৰা অনুসৰি, নেচনেল চেম্পিয়নশ্বিপৰ মেচ চলি থকাৰ সময়ত হৃদৰোগত আক্ৰান্ত হৈছিল জিয়াউৰ। আৰু ইয়াৰ পিছতেই তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫০ বছৰ।

জিয়াউৰ ৰহমানে নিজৰ প্ৰতিদ্বন্দ্বি ইনামুল হুছেইনৰ বিৰুদ্ধে চেম্পিয়নশ্বিপৰ ১২ সংখ্যক ৰাউণ্ড খেলি থকা অৱস্থাত হঠাতে ব’ৰ্ডত ঢলি পৰে। লগে লগে তেওঁক ঢাকাৰ এখন হাস্পতাললৈ লৈ যোৱা হৈছিল। কিন্তু হাস্পতাল পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।

উল্লেখ্য যে, জিয়াউৰ ৰহমানৰ পুত্ৰইও এই চেম্পিয়নশ্বিপখনত খেলি আছিল। পুত্ৰৰ সন্মুখতেই নিজৰ পিতৃয়ে মৃত্যুক সাৱটি লোৱাৰ এই খবৰে ক্ৰীড়া জগতত শোকৰ ছাঁ পেলাইছে।

দেশখনৰ শীৰ্ষ দবা খেলুৱৈৰ ভিতৰত এজন আছিল জিয়াউৰ । তেওঁ বহুবাৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয়ী হৈছে। শেহতীয়াকৈ ভাৰতত অনুষ্ঠিত হোৱা এখন সন্মানীয় প্ৰতিযোগিতাত তেওঁ নিজ দেশ বাংলাদেশক প্ৰতিনিধিত্ব কৰিছিল।

Tags: BangladeshChess GrandmasterDeath

Related Posts

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?
Top News

March 21, 2026
আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

শীৰ্ষ সংবাদ

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

পত্নীয়ে প্ৰহাৰ কৰে স্বামীক! গণগৌৰ উৎসৱৰ আশ্চৰ্যজনক পৰম্পৰা…

আমেৰিকা-ইজৰাইলৰ ওপৰত ক্ষুব্ধ তেহৰাণ, ইৰাণত বৰ্তমানলৈকে ২০০০ৰো অধিক লোকৰ প্ৰাণহানি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ সম্পূৰ্ণ সুবিধা লৈছে চীনে! সমগ্ৰ বিশ্বক প্ৰতাৰণা কৰি এই বিশেষ সামগ্ৰীত নিষেধাজ্ঞা আৰোপ চীনৰ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025