• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুটাকৈ ৰে’লপথ মহাপুৰুষ দুজনাৰ নামেৰে নামাকৰণ কৰাৰ দাবী সাংসদ দিলীপ শইকীয়াৰ

Nation NE by Nation NE
March 18, 2025
in Top News, অসম
0 0
সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বতে ‘২৬ৰ ৰণত নামিব বিজেপি

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

অসমৰ দুটা দীৰ্ঘ দূৰত্বৰ ৰে’লপথ গুৱাহাটী-দিল্লী-গুৱাহাটী আৰু গুৱাহাটী-চেন্নাই-গুৱাহাটী পথ দুটা মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ নামেৰে নামাকৰণ কৰিবলৈ অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই আহ্বান জনাইছে।

কেন্দ্ৰীয় চৰকাৰক সংসদত ৰে’ল মন্ত্ৰালয়ৰ ২০২৫-২৬ বৰ্ষৰ দাবী পৰিপূৰক মঞ্জুৰীৰ ওপৰত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ শইকীয়াই এই দাবী উত্থাপন কৰে। বিতৰ্কত অংশগ্ৰহণ কৰি সাংসদ দিলীপ শইকীয়াই নিজৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত দৰং-ওদালগুৰি জিলাত ৰে’ল সংযোগৰ অভাৱ, নতুন ৰে’ল সেৱাৰ প্ৰয়োজনীয়তা আৰু বিভিন্ন ৰে’ল ষ্টেচনত বন্ধ হৈ থকা ষ্টপেজ পুনৰ আৰম্ভ কৰা আদি বিষয় সন্দৰ্ভতো গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে।

শইকীয়াই পুনৰ কয় যে দৰং জিলা এতিয়াও ৰে’ল সংযোগৰ সুবিধা নোপোৱাকৈ আছে, যাৰ ফলত অঞ্চলটোৰ সাধাৰণ জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। ইতিপূৰ্বেও ব্যক্তিগত বৈঠক, সংসদীয় আলোচনাৰ জৰিয়তে আৰু ৰে’ল মন্ত্ৰীৰ সৈতে চিঠি-পত্ৰৰ জৰিয়তে এই দাবী তেওঁ উত্থাপন কৰি আহিছিল।

এই বিষয়ত শইকীয়াই কেন্দ্ৰীয় চৰকাৰক সোনকালে ব্যৱস্থা ল’বলৈ অনুৰোধ জনায়।

অসমৰ দুটা দীৰ্ঘ দূৰত্বৰ ৰে’লপথ মহাপুৰুষ দুজনাৰ নামেৰে নামাকৰণ কৰিবলৈ অনুৰোধ জনাই তেওঁ কয় যে  মহাপুৰুষসকলৰ অৱদান অসম তথা ভাৰতৰ কৃষ্টি-সংস্কৃতিৰ সৈতে জড়িত, সেয়েহে ৰে’লসমূহৰ নামাকৰণে তেওঁলোকৰ স্মৃতিক সন্মান জনোৱা হ’ব।

শইকীয়াই ক’ভিড-১৯ মহামাৰীৰ সময়ত বন্ধ হৈ থকা বিভিন্ন ৰে’লৰ ষ্টপেজ পুনৰ আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও দোহাৰে। বিশেষকৈ খৈৰাবাৰী, ডেকাৰগাঁও, গোৰেশ্বৰ, মাজবাট, টংলা আৰু ওদালগুৰি ৰে’ল ষ্টেচনত ৰৈ যোৱা ৰে’লসমূহৰ ষ্টপেজ পুনৰ আৰম্ভ কৰাৰ জৰিয়তে স্থানীয় ৰাইজৰ সুবিধা নিশ্চিত কৰিব পাৰি।

উল্লেখযোগ্য যে, শইকীয়াই ডিব্ৰুগড়-গুৱাহাটী ৰে’লপথত ৰঙিয়া আৰু ওদালগুৰি হৈ নতুনকৈ বন্দে ভাৰত এক্সপ্ৰেছ চলাবলৈও দাবী উত্থাপন কৰে। এই ৰে’লখনে উচ্চ গতিসম্পন্ন সুবিধাসমূহ আগবঢ়াই উত্তৰ-পূবৰ যাত্ৰীৰ বাবে এক নতুন বিকল্প সৃষ্টি কৰিব।

যাতায়াতৰ সুবিধাৰ স্বাৰ্থত গুৱাহাটী-জগদলপুৰ (ওৰিষা) পোনপটীয়া নতুন ৰে’ল সেৱা আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। উক্ত ৰে’ল সেৱা আৰম্ভ হ’লে অসম-ওৰিষা সংযোগ অধিক সুদৃঢ় হোৱাৰ লগতে অসমৰ উড়িয়া জনগোষ্ঠীৰ যাতায়াতৰ অসুবিধা দূৰ হ’ব বুলি তেওঁ কয়।

Tags: #AssamBJPDilip SaikiaRail Routes

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 6, 2026
INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025