• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
22 °c
Guwahati
23 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণত হতভম্ভ ৰাজ্যবাসী; অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিলীপ শইকীয়াৰ

Nation NE by Nation NE
March 22, 2025
in Top News, অসম
0 0
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণত হতভম্ভ ৰাজ্যবাসী; অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিলীপ শইকীয়াৰ
Share on FacebookShare on TwitterWhatsApp

কেতিয়াও নোহোৱা-নোপজা ঘটনাৰ সূত্রপাত ঘটে অসম বিধানসভাৰ মজিয়াত। সংবিধানৰ নামত শপত লোৱা বিধায়কৰ অভব্য আচৰণ দেখা গৈছে বিধানসভাত। শুকুৰবাৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী বিধায়ক অখিল গগৈ আৰু শ্বেৰমান আলীলৈ লৈছিল চোঁচা। এই ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ উঠে অসম বিধানসভাৰ অধিৱেশন।

অসম বিধানসভাৰ ক্ৰমাৎ অৱনতি হৈ গৈ আছে সেয়াই আকৌ এবাৰ প্ৰমাণিত হ’ল। শুকুৰবাৰে সদনত শাসকীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিৰোধী বিধায়ক অখিল গগৈৰ মাজত সৃষ্টি হোৱা নজিৰবিহীন বাকযুদ্ধই শালীনতাৰ সকলো সীমা চেৰাই গৈছে।

অসম বিধানসভাৰ বাজেট অধিৱেশনত শুকুৰবাৰে সদনত বক্তব্য আগবঢ়াই থাকেতেই হঠাতে খঙত সংযমহীন হৈ পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী।

 “অখিল গগৈ মই আপোনাৰ ওচৰলৈ গৈ মাইক ভাঙি দিম… অই ফটুৱা… তহঁতে কিয় কথা ক’বি…!’—এয়া ৰাস্তাত আস্তিন কোঁচাই কাজিয়াত লিপ্ত হোৱা কোনোবা গুণ্ডাৰ সংলাপ নহয়। এয়া অসম বিধানসভাৰ মজিয়াত শাসকীয় এগৰাকী বিজেপি বিধায়কৰ আচৰণ আৰু তেওঁৰ ভাষা ৷

সততে বিভিন্ন আচৰণ-মন্তব্যৰে সংবাদ শিৰোনাম আৰু বিতৰ্কত থকা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শুকুৰবাৰে বিধানসভাৰ মজিয়াত এই আচৰণ দেখুৱায়। বিধানসভাৰ এই দৃশ্য দেখাৰ পিছত স্বাভাবিকতেই প্ৰশ্ন উঠে–  এনেকৈয়ে বাৰু চলে নেকি অসম বিধানসভা?

অসম বিধানসভাৰ সন্মানীয় জন প্ৰতিনিধি একোজনৰ এই লজ্বাজনক কাণ্ড দেখা পোৱাৰ পিছতেই হতভম্ব হৈ উঠে দৰ্শকৰ আসনত থকা আমোলা-বিষয়াসকলো।

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণৰ বিৰুদ্ধে সৰৱ হৈ উঠে বহুতো দল-সংগঠন। যোৰহাটৰ লগতে বিধায়কজনৰ নিজা সমষ্টি মৰিয়নিত তেওঁৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

ইতিমধ্য বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সামজিক মাধ্যমযোগে তেওঁ কৰা আচৰণৰ বিৰুদ্ধে ক্ষমাপ্ৰাৰ্থী হৈছে যদিও ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এনে অভব্য আচৰণৰ বিৰুদ্ধে জাৰি কৰে শ্ব’কজ জাননী।

ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এখন পত্ৰযোগে বিধায়ক ৰূপজ্যতি কুৰ্মীক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ প্ৰদান কৰে।

Tags: Assam AssemblyBJPDilip SaikiaRupjyoti Kurmi

Related Posts

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

March 17, 2026
শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 17, 2026

শীৰ্ষ সংবাদ

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025