• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ ডাঙৰ ষড়যন্ত্ৰ!চীনৰ সৈতে সম্পৰ্ক দৃঢ় কৰিব নেকি ইউনুছ চৰকাৰে?

Nation NE by Nation NE
April 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশৰ ইউনুছ চৰকাৰলৈ ডাঙৰ আঘাত ট্ৰাম্পৰ! আমেৰিকাৰ সাহায্য লাভৰ পথ বন্ধ
Share on FacebookShare on TwitterWhatsApp

শেহতীয়াকৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ বক্তব্যই নতুন ভূ-ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰিছে। তেওঁ দাবী কৰে যে, ভাৰতৰ উত্তৰ-পূবৰ সাতখন ৰাজ্য স্থলপথত আৱদ্ধ আৰু সমগ্ৰ অঞ্চলটোৰ বাবে বাংলাদেশ হৈছে সমুদ্ৰৰ একমাত্ৰ সংৰক্ষক।

কেৱল এয়াই নহয়, তেওঁ চীনক বাংলাদেশত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনাই, যাৰ বাবে ভাৰতৰ নিৰাপত্তা আৰু কৌশলগত স্বাৰ্থক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে।

মহম্মদ ইউনুছে তেওঁৰ এক বিবৃতিত কয় যে, ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহে সাগৰত প্ৰৱেশৰ বাবে বাংলাদেশৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। তেওঁ চীনক বাংলাদেশত বিনিয়োগ কৰিবলৈও আমন্ত্ৰণ জনায়, ইয়াৰ দ্বাৰা চীনে বিশ্বৰ পূব অংশৰ লগতে ভাৰতৰ উত্তৰ-পূব অঞ্চলতো প্ৰৱেশৰ সুযোগ লাভ কৰিব পাৰে বুলি ইংগিত দিয়ে।

ভাৰতৰ ৰণনীতি আৰু সামৰিক নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা ইউনুছৰ এই বক্তব্য অত্যন্ত আপত্তিজনক। কিন্তু বাংলাদেশ, যাৰ উৎপত্তিয়েই ভাৰতৰ বাবে, সেয়া হয়তো বাংলাদেশে পাহৰি গৈছে যে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সংযোগ কৰাটো ভাৰত চৰকাৰৰ দায়িত্ব। ইয়াৰ বাবে বাংলাদেশৰ কোনো প্ৰয়োজন নাই। ভাৰতে কলাদান নদী প্ৰকল্পকে ধৰি পানীৰ বাবে কেইবাটাও বিকল্প পথ প্ৰস্তুত কৰিছে।

ভাৰতে ইতিমধ্যে ‘এক্ট ইষ্ট পলিচি’ৰ অধীনত উত্তৰ-পূবৰ ৰাজ্যসমূহক বংগোপসাগৰ আৰু অন্যান্য সাগৰীয় পথৰ সৈতে সংযোগ স্থাপনৰ বাবে কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পত কাম কৰি আছে। ইয়াৰ অধীনত ‘ত্ৰিলোক মাৰ্গ’, ‘মিজোৰাম-ম্যানমাৰ সংযোগ’ আৰু ‘সাগৰমালা প্ৰকল্প’ৰ দৰে আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে।

মহম্মদ ইউনুছৰ বক্তব্যৰ দ্বাৰা, ভাৰত-বাংলাদেশৰ সম্পৰ্কত ইউনুছে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰাই নহয়, তেওঁ চীনৰ ‘দক্ষিণ এছিয়া কৌশল’ৰ অংশও হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধ আৰু চীনৰ ওপৰত কঠোৰ স্থিতি লোৱাৰ পিছতো চীন নতুন কৌশলত ব্যস্ত। ইউনুছৰ এই বক্তব্যই চীনৰ বাবে নতুন বজাৰ মুকলি কৰিব আৰু ইয়াৰ সম্প্ৰসাৰণবাদী কৌশলকো গতি প্ৰদান কৰিব।

Tags: BangladeshChinaMuhammad Yunis

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025