• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?

Nation NE by Nation NE
February 10, 2026
in Top News, ক্ৰীড়া
0 0
অন্ত পৰিল ভাৰত বনাম পাকিস্তানৰ খেলৰ বিতৰ্ক, ভাৰতৰ বিৰুদ্ধে খেলিবলৈ অমান্তি হোৱা পাকিস্তানে কিয় দিলে সন্মতি?
Share on FacebookShare on TwitterWhatsApp

অৱশেষত অন্ত পৰিল আইচিচি টি-২০ বিশ্বকাপ ২০২৬ত ভাৰত বনাম পাকিস্তানৰ খেলক লৈ বিতৰ্ক। পাকিস্তান চৰকাৰে ১ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে খেলখন বৰ্জন কৰাৰ কথা ঘোষণা কৰিছিল যদিও ৯ ফেব্ৰুৱাৰীত এই বিষয়টোৰ সমাধান হয়।

বিগত ৮ ফেব্ৰুৱাৰীত লাহোৰত অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকত পাকিস্তান ক্ৰিকেট ব’ৰ্ড (পিচিবি) আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ কিছু দাবী মানি লয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে। ইয়াৰ ফলত টি-২০ বিশ্বকাপ ২০২৬ক লৈ সপ্তাহজুৰি চলি থকা জল্পনা-কল্পনা আৰু বিভ্ৰান্তিৰ অন্ত পৰে। এতিয়া ভাৰত-পাকিস্তানৰ এই বৃহৎ মেচখনে মাত্ৰ আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰি আছে।

এই বিতৰ্কিত বিষয়টোৰ মধ্যস্থতা কৰিবলৈ ব’ৰ্ডে নিৰ্বাচিত কৰে আইচিচিৰ উপ অধ্যক্ষ তথা ছিংগাপুৰৰ প্ৰতিনিধি ইমৰাণ খোৱাজাক। ইমৰানক আইচিচিৰ ভিতৰত এজন প্ৰভাৱশালী ব্যক্তি হিচাপে গণ্য কৰা হয় আৰু ব’ৰ্ডৰ সহযোগী সদস্য সঞ্চালক হিচাপে ভোটাধিকাৰ লাভ কৰে। পিচিবিক প্ৰতিনিধিত্ব কৰি মহছিন নাকৱীয়ে অংশগ্ৰহণ কৰাৰ লগতে বাংলাদেশৰ প্ৰাক্তন খেলুৱৈ আমিনুল ইছলামে এই বৈঠকত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে কেইবাসপ্তাহ ধৰি চলি অহা অনিশ্চয়তাৰ অন্ত পৰে।

আইচিচি আৰু পিচিবিৰ মাজত এক অনানুষ্ঠানিক আলোচনা হয়। গ্ৰুপ এৰ আটাইতকৈ ডাঙৰ মেচ ভাৰত-পাকিস্তান মেচখন মঞ্চস্থ কৰাৰ বাবে আইচিচিয়ে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিলে। আই চি চিৰ উপ অধ্যক্ষ ইমৰাণ খোৱাজা আৰু এমিৰেটছ ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মুবাছিৰ উছমানীয়ে পিচিবিৰ মুৰব্বী মহছিন নাকভি আৰু পিএছএলৰ মুৰব্বী ছলমান নাছিৰ, নকভিৰ জ্যেষ্ঠ উপদেষ্টাৰ সৈতে কেইবাটাও ফোন আৰু বৈঠকত মিলিত হয়। এই প্ৰচেষ্টা এসপ্তাহ পূৰ্বে আৰম্ভ হৈছিল আৰু পাকিস্তান চৰকাৰৰ এই টুইটৰ পিছত তীব্ৰতৰ হৈ পৰে।

পিচিবিয়ে আনুষ্ঠানিকভাৱে আইচিচিলৈ পত্ৰ লিখি “ফৰ্চ মেজৰ” দফাটোৰ আমন্ত্ৰণ কৰিবলৈ অনুৰোধ জনায়। ভাৰতৰ বিৰুদ্ধে খেল বৰ্জনৰ ন্যায্যতা প্ৰদানৰ প্ৰয়াস আছিল এয়া। আই চি চি সন্তুষ্ট নহৈ সুনিৰ্দিষ্ট কাৰণ আৰু সকলো সম্ভাৱ্য সমাধান শেষ হোৱাৰ প্ৰমাণ দাবী কৰে।আইচিচিৰ নিযুক্ত মধ্যস্থতাকাৰী ইমৰাণ খোৱাজা লাহোৰত উপস্থিত হৈ নকভি আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি ইছলামৰ সৈতে বৈঠকত মিলিত হয়। পাঁচ ঘণ্টাৰো অধিক সময়ৰ এই বৈঠকত পাকিস্তানে কেইবাটাও দাবী উত্থাপন কৰিছিল যদিও কোনো পক্ষই ৰাজহুৱাভাৱে ফলাফল প্ৰকাশ কৰা নাছিল।

 পিচিবিৰ মুৰব্বী মহছিন নাকভিয়ে পুনৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সৈতে সাক্ষাৎ কৰি লাহোৰত অনুষ্ঠিত হোৱা আলোচনা আৰু বিচিবি, এছএলচি, আৰু এমিৰেটছ ক্ৰিকেট ব’ৰ্ডে কৰা আবেদনৰ বিষয়ে অৱগত কৰে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰ কুমাৰ ডিছানায়াকেৰ সৈতেও ফোনযোগে কথা পাতি শ্বৰীফে পাকিস্তানৰ বিৰুদ্ধে খেলখন খেলাৰ অনুৰোধ পুনৰবাৰ উল্লেখ কৰে। পিছত পাকিস্তান চৰকাৰে স্পষ্ট কৰি দিয়ে যে এই বৰ্জন উঠাই লোৱাৰ উদ্দেশ্য হৈছে “ক্ৰিকেটৰ মনোভাৱক সুৰক্ষা দিয়া আৰু অংশগ্ৰহণকাৰী সকলো দেশতে এই বিশ্বব্যাপী খেলৰ ধাৰাবাহিকতাক সমৰ্থন কৰা”।

Tags: #cricketICCTeam India

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025