• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 15, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উত্তৰ-পূব ভূমিৰে বেৰি থকা অঞ্চল, বাংলাদেশ এই সমগ্ৰ অঞ্চলৰ সমুদ্ৰৰ ৰক্ষক : মহম্মদ ইউনুছ

Nation NE by Nation NE
April 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, উত্তৰ পূৱ
0 0
উত্তৰ-পূব ভূমিৰে বেৰি থকা অঞ্চল, বাংলাদেশ এই সমগ্ৰ অঞ্চলৰ সমুদ্ৰৰ ৰক্ষক : মহম্মদ ইউনুছ
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ গৈছিল চীন ভ্ৰমণৰ বাবে। এই ভ্ৰমণৰ সমছোৱাত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছিল। বৈঠকৰ অন্তত চীন আৰু বাংলাদেশৰ মাজত বহু গুৰুত্বপূৰ্ণ বিষয়ত স্বাক্ষৰো কৰা হয়।

এই বৈঠকৰ মাজতে ভাৰতৰ উত্তৰ-পূবক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল মাটিৰ দ্বাৰা বেৰি থকা এক অঞ্চল আৰু যিয়ে চীনক এক সুন্দৰ সুবিধা প্ৰদান কৰে বুলি মন্তব্য কৰে।

চাৰিদিনীয়া চীন যাত্ৰাৰ মহম্মদ ইউনুছে উত্তৰ-পূৰ্বাঞ্চলক লৈ কৰা এই মন্তব্যৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

চীনৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত ইউনুছে সমুদ্ৰ ক্ষেত্ৰত বাংলাদেশ মহাসাগৰৰ একমাত্ৰ সংৰক্ষক বুলি কৈ এয়া চীনৰ বাবে এক ডাঙৰ সুবিধা যাৰ জৰিয়তে চীনে নিজৰ ব্যৱসায় আৰু অধিক সম্প্ৰসাৰণ কৰিব পাৰে বুলি মন্তব্য কৰে।

মহম্মদ ইউনুছৰ উত্তৰ-পূৰ্বাঞ্চলক লৈ কৰা মন্তব্যৰ পিছতে ভাৰতৰ ৰাজনীতিত বিষয়টোৱে খলকনিৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীল সন্যালে সামাজিক মাধ্যমৰ জৰিয়তে মহম্মদ ইউনুছক প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁ কয়, ‘বাংলাদেশলৈ চীনে অৰ্থনৈতিক সকাহ প্ৰদান কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু বাংলাদেশে ভাৰতৰ সাত ৰাজ্যৰ কথা কিয় উল্লেখ কৰিছে সেয়াহে ডাঙৰ প্ৰশ্ন’।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ এই মন্তব্যক বিভিন্ন ৰাজ নেতাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও কঠোৰ ভাষাৰে সমালোচনা কৰে।

Tags: BangladeshIndiaMuhammad YunusNorth-East

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

December 15, 2025
কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…
Top News

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

December 15, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025

শীৰ্ষ সংবাদ

ভাৰতীয়ৰ বিৰুদ্ধে আমেৰিকাৰ নতুন এক্সন! এইচ-১বি আৰু এইচ-৪ ভিছাৰ বাবে এৰিব লাগিব গোপনীয়তা

কানাডাৰ এজন ভাৰতীয় মূলৰ ব্যৱসায়ীৰ ঘৰত গুলীচালনা, লৰেন্স বিষ্ণোইৰ দল জড়িত থকাৰ সন্দেহ…

মুছলমান গৃহমন্ত্ৰীৰ বাবেই ব্ৰিটেইনৰ পৰা বহিষ্কাৰ হ’ব লাখ লাখ মুছলমান! ভাৰত কেনেদৰে সৰ্বাধিক প্ৰভাৱিত হ’ব?

ছিডনীত পিতৃ-পুত্ৰৰ আক্ৰমণ, বৰ্তমানলৈ ১৬ জনকৈ লোকৰ প্ৰাণহানি…

আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025